Target ADRE 3.0

Target ADRE 3.0 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Target ADRE 3.0, Digital creator, Nalbari.

সফলতাৰ বাটত শিক্ষা কেতিয়াও হেঙাৰ হৱ নোৱাৰে💪💯 You Can Learn From Everywhere 😍From The Earth,The Universe,The Nature And Your Life Teach You A Big Lesson Everyday✍️🤏

सरस्वती महाभाग विद्या कमल लोचनी।विद्यारूपे विशालाक्षी विद्यां देहि नमोस्तुते॥🙏
23/01/2026

सरस्वती महाभाग विद्या कमल लोचनी।
विद्यारूपे विशालाक्षी विद्यां देहि नमोस्तुते॥🙏

📌লাচিত-১ (LACHIT-1)        আজি 12/01/2026 ইং তাৰিখে ইতিহাস ৰচিলে উত্তৰ-পূৱে (North-East)।আজি মহাকাশত স্থাপন হ'ল উত্তৰ-পূ...
12/01/2026

📌লাচিত-১ (LACHIT-1)
আজি 12/01/2026 ইং তাৰিখে ইতিহাস ৰচিলে উত্তৰ-পূৱে (North-East)।আজি মহাকাশত স্থাপন হ'ল উত্তৰ-পূৱ(North-East)ৰ প্ৰথমটো কৃত্তিম উপগ্ৰহ লাচিত-১ (LACHIT-1) আজি ৰাতিপূৱা 10.18 মিনিটত এই উপগ্ৰহটো উৎক্ষেপণ কৰা হয়।
📌মূল বিন্দু (Key Point)
🛑শ্ৰী হৰিকোট্টাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ হৈছে উপগ্ৰহটো (Satellite)।
🛑ISRO PSLV-C62 ৰকেটৰ সহযোগত উৎক্ষেপণ কৰা হয় এই উপগ্ৰহটো (Satellite)
🛑হায়দৰাবাদৰ মহাকাশ সংস্থা ধ্ৰুৱ স্পেছ(Dhruva Space)ৰ সহযোগিতাত কৰা হৈছে প্ৰস্তুত।
🛑অসমৰ তথা আছাম ডনবস্ক' ইউনিভাৰচিটী(Assam Don Bosco University)য়ে প্ৰথমটো উপগ্ৰহ হিচাপে ৰচিলে ইতিহাস।
🛑50 ৰো অধিক শিক্ষক-শিক্ষাৰ্থীয়ে মিলিত হৈ প্ৰস্তুত কৰিছে উপগ্ৰহটো।

✍️Target ADRE 3.0
অনুগ্ৰহ কৰি লিখনি খিনি Copy কৰি Repost নকৰিৱ ভাল লাগিলে বা কামত অহা বুলি ভাবিলে আনৰ লগতো Share কৰিৱ পাৰে। ধন্যবাদ ❤️🙏








📌আমাৰ পৃথিৱী খনৰ বিষয়ে আপুনি জানেনে ???                   পৃথিৱী(THE EARTH)প্ৰায় 450 Cr. (কৌটি) বছৰ আগতে পৃথিৱীৰ সৃষ্টি ...
10/01/2026

📌আমাৰ পৃথিৱী খনৰ বিষয়ে আপুনি জানেনে ???

পৃথিৱী(THE EARTH)

প্ৰায় 450 Cr. (কৌটি) বছৰ আগতে পৃথিৱীৰ সৃষ্টি হৈছিল।সৃষ্টিৰ সময়ত ই এটা প্ৰচণ্ড লাভা আছিল।লাহে-লাহে লাভা বোৰ ঠাণ্ডা হৈ বিভিন্ন গেছৰ সৃষ্টি হয়।আৰু তাৰ পিছত পানীৰ সৃষ্টি হৈ এ নীলি পৃথিৱীলৈ ৰূপান্তৰ হয় 370 Cr. (কৌটি) বছৰ আগতেই পৃথিৱীত জীৱনৰ উৎপত্তি হয়।আৰু ই পানীৰ ভিতৰত শেলাই হিচাপে জীৱন লাভ কৰে।আৰু লাহে-লাহে মাটিৰো সৃষ্টি হয়।পৃথিৱীৰ সৃষ্টিৰ সময়ত একমাত্ৰ মহাসাগৰ খনৰ নাম আছিল পেন্থালেচিয়া আৰু একমাত্ৰ মহাদেশ খনৰ নাম আছিল প্লেঞ্জিয়া।

The Precambrian period :-- ই হৈছে পৃথিৱীৰ ইতিহাসৰ আটাইটকৈ প্ৰথম অংশ 14.540 মিলিয়ন বছৰৰ পৰা 542 মিলিয়ন বছৰ আগলৈকে। ইয়াক 'প্ৰথম জীৱনৰ বয়স' বুলি জনা যায় । কাৰণ এই সময়ত মহাদেশ-মহাসাগৰ আৰু Atmosphere ৰৰ সৃষ্টি আৰু প্ৰথম জীৱন সৃষ্টি হৈছিল।

✍️Target ADRE 3.0
অনুগ্ৰহ কৰি লিখনি খিনি Copy কৰি Repost নকৰিৱ। ভাল লাগিলে বা কামত অহা বুলি ভাবিলে আনৰ লগতো Share কৰিৱ পাৰে। ধন্যবাদ ❤️










09/01/2026

কবিৰাজ চক্ৰৱতী কোনজন আহোম ৰজাৰ ৰাজ দৰবাৰৰ কবি আছিল ।
A)চুহুংমুঙ
B)চুকাফা
C)শিৱ সিংহ
D)ৰুদ্ৰ সিংহ

📌আপুনি জানেনে ?       পৃথিৱীত থকা 195 খন দেশৰ মাত্ৰ 9 খন দেশৰ ওচৰত হে পাৰমানৱিক অস্ৰ(Nuclear Weapons) আছে।আৰু সেই দেশ কে...
09/01/2026

📌আপুনি জানেনে ?

পৃথিৱীত থকা 195 খন দেশৰ মাত্ৰ 9 খন দেশৰ ওচৰত হে পাৰমানৱিক অস্ৰ(Nuclear Weapons) আছে।আৰু সেই দেশ কেইখন হ'ল:-
1)United State
2)Russia
3)China
4)France
5)United Kingdom
6)India
7)Pakistan
8)Israel
9)North Korea

এতিয়া জানো আহঁক কাৰ ওচৰত কিমানটা পাৰমানৱিক অস্ৰ(Nuclear Weapons) আছে :-1)United State :- 5277 (1945 প্ৰথম সফল পৰীক্ষণ কৰে)
2)Russia :- 5450 টা (1949 প্ৰথম সফল পৰীক্ষণ কৰে)
3)China :- 600
4)France :- 290
5)United Kingdom :- 225
6)India :- 180 (1974 প্ৰথম সফল পৰীক্ষণ কৰে)
7)Pakistan :- 170
8)Israel :-90
9)North Korea :- 50
এই 9 খন দেশত থকা মুঠ পাৰমানৱিক অস্ৰৰ প্ৰায় 88% তকৈ ও বেছি অস্ৰ United State আৰু Russia ৰ ওচৰত আছে।

✍️Target ADRE 3.0
অনুগ্ৰহ কৰি লিখনি খিনি Copy কৰি Repost নকৰিৱ। ভাল লাগিলে বা কামত অহা বুলি ভাবিলে আনৰ লগতো Share কৰিৱ পাৰে। ধন্যবাদ ❤️🙏

ভাৰত বিভাজনৰ সময়ত অসমৰ মুছলমান সংখ্যাগৰিষ্ঠ জিলা চিলেটৰ ভৱিষ্যত নিৰ্ণয়ৰ বাবে ১৯৪৭ চনত জনমত অনুষ্ঠিত হয়। এই জনমতত মানু...
08/01/2026

ভাৰত বিভাজনৰ সময়ত অসমৰ মুছলমান সংখ্যাগৰিষ্ঠ জিলা চিলেটৰ ভৱিষ্যত নিৰ্ণয়ৰ বাবে ১৯৪৭ চনত জনমত অনুষ্ঠিত হয়। এই জনমতত মানুহে নিজৰ জিলাৰ ভাৰত বা পাকিস্তানৰ সৈতে সংযোগ সন্দৰ্ভত নিজৰ পছন্দ প্ৰকাশ কৰিবলৈ সুবিধা পাইছিল। ১৯৪৭ চনৰ ৬ জুলাইত চিলেট জনমত(ভোট) অনুষ্ঠিত হয় আৰু জিলা খনত থকা মানুহৰ ভোটৰ আধাৰত পাকিস্তানৰ সৈতে একত্ৰিত হোৱাৰ পক্ষত হয়।
ফলত চিলেট জিলা পূব পাকিস্তানৰ (পিছলৈ বাংলাদেশ নামেৰে নামাকৰণ কৰা) অংশ হৈ পৰে। কিন্তু ভাৰতৰ নতুন ৰাজ্য অসমত অন্তৰ্ভুক্ত কৰিমগঞ্জ মহকুমাৰ বাহিৰে প্ৰায় সমগ্ৰ চিলেট জিলাখনেই পূৱ পাকিস্তানত অন্তৰ্ভুক্ত হৈছিল।
মুঠতে ১৯৪৭ চনৰ জনমতৰ জৰিয়তে চিলেট পূব পাকিস্তানৰ (বৰ্তমানৰ বাংলাদেশ) অংশ হৈ পৰিছিল। সিহঁতক ভাৰতৰ লগত থকাৰ সুৱিধা দিয়া হৈছিল যদিও সিহঁতে পাকিস্তানৰ লগত থাকে আৰু পিছত পাকিস্তানৰ অত্যাচাৰ সহ্য কৰিৱ নোৱাৰি সিহঁতে সীমা পাৰ হৈ ভাৰতলৈ সোমাই আহে আৰু অবৈধ ভাৱে ইয়াত থাকিৱলৈ লয় সেইবাবে ইহঁতক বাংলাদেশী গেদা বুলি কোৱা হয়।






General Knowledge ❤️😍উৎস:- Facebook .0
08/01/2026

General Knowledge ❤️😍
উৎস:- Facebook

.0




25/07/2025

゚viralシfypシ゚viralシalシ
゚viralシfypシ゚viralシ







20/07/2025

Victor Daa🤣😂🔥


゚viralシfypシ゚viralシalシ
゚viralシfypシ゚viralシ






Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when Target ADRE 3.0 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share