প্ৰচাৰ

প্ৰচাৰ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from প্ৰচাৰ, Media/News Company, Nalbari.

18/09/2025

মুকালমুৱাস্থিত বৰক্ষেত্ৰী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। বৰক্ষেত্ৰী বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য পৰীক্ষণ শিবিৰ।

17/09/2025

✅ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মুকালমুৱাস্থিত জলসিঞ্চন বিভাগৰ কাৰ্য্যালয়তো উলহ-মালহেৰে দেখা গল শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ ব্যাপক আয়োজন।

16/09/2025

মুকালমুৱাৰ মাজমজিয়াত প্ৰচণ্ড গাতত বাগৰি পৰে ই- ৰিক্সাসহ চালক।মুকালমুৱা থানাৰ ঠিক সন্মুখত বাগৰি পৰে এখন চলন্ত ই- ৰিক্সাসহ চালক ।

16/09/2025

মুকালমুৱাত মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতি লিঃ ৰ সাধাৰন সভা ।সভাত সভাপতিত্ব কৰে মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতি লিঃ ৰ সভাপতি মনোৱাৰ হুছেইনে।

15/09/2025

মুকালমুৱাত অত্যাধুনিক সুবিধাযুক্ত "ASSAM AUTO MART" মুকলি।

নলবাৰী জিলাৰ হাজো-দৌলাশাল পথৰ মুকালমুৱাত সোমবাৰে অত্যাধুনিক সুবিধাযুক্ত "ASSAM AUTO MART" নামেৰে এখনি ব্যৱসায়ী প্ৰতিষ্ঠান মাংগলিক কাৰ্যসূচীৰে মুকলি কৰা হয়।

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when প্ৰচাৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share