Axom Voice 24

Axom Voice 24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axom Voice 24, Media/News Company, Nalbari.

24/09/2025

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে নলবাৰী থানাত এজাহাৰ।

23/09/2025

পাঁচ কিলোমিটাৰ দীঘলীয়া পোহৰ সমদল নলবাৰী চহৰত। জনতাৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নলবাৰীবাসীৰ।

23/09/2025

হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি নলবৰীয়া ৰাইজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

17/09/2025

কেন্দুকুছি ৰাজহুৱা গোসাই ঘৰ প্ৰাঙ্গনত তৰুণ কাকতিৰ নাগাৰা নাম পৰিৱেশন।

15/09/2025

যোৰহাটক হৰুৱাই সাগৰকুছি ষ্টেডিয়ামত উজ্বলিল কলগাছিয়া ৰেদিয়াঞ্চ ক্লাৱ।

14/09/2025

নলবাৰীত বান্দিলে বান্দিলে ওলাইছে টকা। নৈত উটি অহা অৱস্থাত উদ্ধাৰ ১২ লাখ টকাৰ পাঁচশ টকীয়া।

09/09/2025

নলবাৰীৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ডৰ প্ৰেয়সীক জেললৈ।

08/09/2025

বৰমাত শোকাবহ দুৰ্ঘটনাত ছাত্ৰী সহ দুগৰাকীৰ মৃ*ত্যু। ছাত্ৰী সহ দুগৰাকীৰ অৱস্থা সংকটজনক।

07/09/2025

দীপৰ বিলত নলবাৰীৰ যুৱকক হত্যাৰ অভিযোগ। নলবাৰীৰ যদুমনিৰ গৃহত শোকাকুল পৰিবেশ।

06/09/2025

দীপৰ বিলত নলবাৰীৰ যুৱকৰ শোকাবহ মৃত্যু।

06/09/2025

নিউ মাৰুতিৰ প্ৰথম বাৰ্ষিকী উপলক্ষে চন্দ্ৰমা দেৱীৰ নাগাৰা নাম পৰিবেশন ।

01/09/2025

নলবাৰীৰ মৰোৱা মাধাপুৰ ই-ৰিক্সা শ্ৰমিক সন্থা গঠন।

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when Axom Voice 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share