
12/09/2025
আমাৰ বৰতলা গাওঁৰ মাজৰ চুপাৰ নিবাসী Gautam Baishya(আওখো) ৰ মা Sarala Baishya আজি ৰাতিপুৱা নিজৰ ঘৰৰ পদুলীত পৰি কঁকাল খন ভাঙি যায়। মুকালমুৱা medical নিয়ে যদিও তাৰ পৰা GMCH পথাই দিয়ে। যিহেতু সিহঁতৰ আৰ্থিক দিশতো ইমান সবল নহয়। সেই বাবে আমাৰ লগতে আপোনালোকৰ ও অলপ সহায় সহযোগিতা বিচাৰিছো।