New Ramdhenu Digital

New Ramdhenu Digital Newramdhenudigital.com

29/11/2025

নলবাৰীৰ ম'হখলিৰ ডকাইতি কাণ্ড আৰু হত্যাকাণ্ড ঘটনাৰে জড়িত মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ।

ডকাইতটোৰ নাম কল্পজ্যোতি ডেকা ।ঘৰ ম'হখলিত।

সম্প্ৰতি বেলশৰ আৰক্ষীৰ জিম্মাত ডকাইত কল্পজ্যোতি ডেকা।

19/11/2025

নলবাৰী চামতাত মুখ্যমন্ত্ৰীলৈ জুবিন অনুৰাগীয়ে কি প্ৰশ্ন কৰিলে চাওকচোন।

19/11/2025

⭕️ ঘগ্রাপাৰত অপূৰ্ব টি.ভি.এছ ডিলাৰত নতুন বাহন মুকলি ।

⭕️ টি.ভি.এছ ডিলাৰত এনট্ৰক 150 দুচকীয়া বাহনখনত থাকিব অত্যাধুনিক সা সুবিধা ।

⭕️ যোগাযোগ নং 9864321857

19/11/2025

⭕️ নলবাৰী চামতাত মুখ্যমন্ত্ৰীৰ সভাৰ মাজতেই নিৰাপত্তাৰক্ষী আৰু যুৱকৰ মাজত হতাহতি ॥

19/11/2025

⭕️ সানেকুছিত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যাক জন্মদিন উদযাপন ।

⭕️ বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰে জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন ৷

18/11/2025

⭕️ পশ্চিম বড়িগোগ শাখা সাহিত‍্য সভা ( শতদল )ৰ উদ‍্যোগত আৰু গড়পোট বাপুজী হাই স্কুলৰ সহযোগত আজি জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে জুবিন গাৰ্গৰ সোৱৰণত কবিতা সংকলন “গল্ডী” উন্মোচন কৰা হয় ॥

18/11/2025

# #কাহিলিপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহৰ বাহিৰৰ দৃশ্য # #

18/11/2025

⭕️ নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু হৰিমন্দিৰৰ সহযোগত আজি আয়োজন কৰা হৈছে সামূহীক বিবাহ অনুষ্ঠানৰ ॥

17/11/2025

➡️ নলবাৰী ৰাস মহোৎসৱৰ মাজতে নলবাৰীৰ পয়লাত ভয়ংকৰ অগ্নি কাণ্ড ।

➡️ অগ্নিত জাহ যায় তিনিটাকৈ পৰিয়ালৰ বাসগৃহ ।

➡️ কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি জাহ যায় জুইত ।

17/11/2025

➡️ হিয়াৰ আমঠু জুবিন গাৰ্গক অনুকৰণেৰে জনপ্ৰিয় কন্ঠশিল্পী মৰ্মিতা মিত্ৰৰ বাদ্যবাদন ।

16/11/2025

➡️ সুৰ্য্য থিয়েটাৰলৈ জুবিন গাৰ্গৰ সৰ্বোত্তম উপহাৰ টিক টক টিক টক গানটো ------ মুনীন্দ্ৰ বৰ্মন ।

➡️ সুৰ্য্য থিয়েটাৰৰ দৰ্শনীৰ মাজতে জুবিন গাৰ্গৰ লগত থকা স্মৃতি সুঁৱৰি আবেগিক হ'ল সুৰ্য্য থিয়েটাৰৰ প্ৰযোজক মুনিন্দ্ৰ বৰ্মন ।

15/11/2025

⭕️ নলবাৰী ৰাস মহোৎসৱত বিশিষ্ট সংগীত পৰিচালক অজয় ফুকন ॥

⭕️ "জয় জুবিন দা" শীৰ্ষক শ্লোগান থকা চোলা পিন্ধি থিয়েটাৰে থিয়েটাৰে অজয় ফুকনৰ লগতে সহযোগী ॥

⭕️ জুবিন গাৰ্গৰ জন্মদিনৰ দিনা জুবিন গাৰ্গক লৈ কৰা নতুন গানৰ প্ৰচাৰৰ বাবে এনেদৰে আহিল অজয় ফুকন আৰু সহযোগীসকল ॥

Address

Nalbari
Rangia

Alerts

Be the first to know and let us send you an email when New Ramdhenu Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share