26/09/2025
বড়ো ৰাজনীতিত পুনৰ সবল প্ৰত্যাৱৰ্তন হাগ্ৰামা মহিলাৰীৰ
👉 প্ৰাৰম্ভিক ভোট গণনাত একক সংখ্যাগৰিষ্ঠতাৰ দিশে BPF
👉 এতিয়ালৈ ২৪ খন আসনত অগ্ৰগতি BPFৰ
👉 শাসনাধীষ্ঠ UPPLএ অগ্ৰগতি লাভ কৰিছে মাত্ৰ ৬ খন আসনত
👉 ৪ খন আসনত অগ্ৰগতি বিজেপিৰ
👉 কংগ্ৰেছে এতিয়ালৈ লাভ কৰা নাই এখন আসনতো অগ্ৰগতি
👉এতিয়াও বহু কেন্দ্ৰৰ বেলট গণনা বাকী আছে
👉 সন্ধিয়ালৈহে স্পষ্ট ফলাফল ওলোৱাৰ সম্ভাৱনা