Kalpa Rajbongshi

Kalpa Rajbongshi সমাজ খনৰ বাবে মই

কৃষ্ণ জয় গুৰু শঙ্কৰ                                                  সফল অধিৱেশন
10/02/2026

কৃষ্ণ জয় গুৰু শঙ্কৰ  সফল অধিৱেশন

🎉 Just completed level 3 and am so excited to continue growing as a creator on Facebook!
15/01/2026

🎉 Just completed level 3 and am so excited to continue growing as a creator on Facebook!

সুন্দৰ পৃথিৱী খনৰ কেইটামান বছৰ আলহী                 বেছি ক্ষমতা বেছি অহংকাৰ কিহৰ প্ৰয়োজন              খাবলৈ কিছু অন্ন ...
19/12/2025

সুন্দৰ পৃথিৱী খনৰ কেইটামান বছৰ আলহী  বেছি ক্ষমতা বেছি অহংকাৰ কিহৰ প্ৰয়োজন  খাবলৈ কিছু অন্ন ঘূৰি ফুৰিবলৈ কিছু আৰ্থিক প্ৰয়োজন দেহটো ধাকিবলৈ কিছু বস্ত্ৰ

জুবিন দা যে নাই  এই কথা বিশ্বাস  নহয় ।
06/12/2025

জুবিন দা যে নাই এই কথা বিশ্বাস নহয় ।

15/11/2025

আটাইলৈ কাতি বিহুৰ শুভেচ্ছা যাচিলোঁ 🙏
18/10/2025

আটাইলৈ কাতি বিহুৰ শুভেচ্ছা যাচিলোঁ 🙏

02/10/2025

গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে মোৰ গাওঁৰ আই মাতৃী সকলে নাম পৰিৱেশন কৰা মূহুৰ্তত🙏

উকা উকা মনবোৰ                                                                                                           ...
01/10/2025

উকা উকা মনবোৰ তাতে আকৌ এটোপা দুটোপাল শৰৎৰ বৰষুণ জাক

অৰৰা আৰু বামুনতোলা চুৱৰীয়ে মৰমৰ জুৱিন দালৈ মৰম আৰু ভালপোৱা যাচিছে । নেদেখা জনে যেন ভালে কুললে ৰাখক তাৰে বাবে এগছি বন্তীৰ...
21/09/2025

অৰৰা আৰু বামুনতোলা চুৱৰীয়ে মৰমৰ জুৱিন দালৈ মৰম আৰু ভালপোৱা যাচিছে । নেদেখা জনে যেন ভালে কুললে ৰাখক তাৰে বাবে এগছি বন্তীৰে পাৰ্থনা যাচিছে । জুবিনদা অমৰ হওঁক ।

জুৱিন দাৰ হত্যকাৰী সকলক গ্ৰেপ্তাৰ হব বুলি আপোনাৰ পোষ্টৰ পৰা খবৰটো শুনি মনটো পাতল অনুভৱ কৰিছো
21/09/2025

জুৱিন দাৰ হত্যকাৰী সকলক গ্ৰেপ্তাৰ হব বুলি আপোনাৰ পোষ্টৰ পৰা খবৰটো শুনি মনটো পাতল অনুভৱ কৰিছো

19/09/2025

আমাৰ গাওঁৰ শুৱনি এই আই-মাতৃসব # nice 🙏

Address

Nalbari
781369

Website

Alerts

Be the first to know and let us send you an email when Kalpa Rajbongshi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share