Nalbari Barta

Nalbari Barta contact for requesting a news update.

21/08/2026

মেঘালয়ত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত প্রতিক্রিয়া মন্ত্ৰী পীযূষ হাজৰিকাৰ।

বানপীড়িতৰ চিকিৎসা শিবিৰলৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সহায়ৰ হাত; গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতজ্ঞতা প্ৰকাশ...যোৰহাট, শিৱসাগৰ...
04/08/2026

বানপীড়িতৰ চিকিৎসা শিবিৰলৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সহায়ৰ হাত; গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতজ্ঞতা প্ৰকাশ...

যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে হাতত লোৱা বিশেষ চিকিৎসা শিবিৰ কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ২.২ লাখ টকাতকৈও অধিক মূল্যৰ জৰুৰী ঔষধ-পাতি যোগান ধৰে । এই সাহায্য সামগ্ৰীসমূহৰ ভিতৰত অ'আৰএছ, পেৰাচিটামল, এণ্টিবায়'টিক, ভেঁকুৰ প্ৰতিৰোধী আৰু এলাৰ্জি ৰোধক ঔষধ, চকুৰ ড্ৰপ, গেষ্ট্ৰিক, বিষ উপশমকাৰী আৰু ছালৰ সংক্ৰমণৰ চিকিৎসা সামগ্ৰীসহ বানৰ পৰৱৰ্তী সময়ত দেখা দিয়া সাধাৰণ ৰোগসমূহৰ চিকিৎসাত প্ৰয়োজনীয় অন্যান্য জৰুৰী ঔষধ অন্তৰ্ভুক্ত হৈছে ।

প্ৰেছ ক্লাবৰ এই উদ্যোগক প্ৰশংসা কৰি মন্ত্ৰী বৰুৱাই কয় যে পূৰ্বে নাজিৰাৰ বানপীড়িতসকললৈ এক ট্ৰাক নতুন কাপোৰ যোগান ধৰাৰ পাছত তেওঁ ব্যক্তিগত উদ্যোগত এই জিলাকেইখনতো জৰুৰী চিকিৎসাসেৱা প্ৰদানৰ পৰিকল্পনা কৰিছিল । গুৱাহাটী প্ৰেছ ক্লাবৰ এই সময়োপযোগী প্ৰচেষ্টাৰ অংশ হৈ প্ৰয়োজনীয় ঔষধসমূহ সঠিক সময়ত ৰাইজৰ ওচৰলৈ পঠিয়াব পৰাত তেওঁ সন্তোষ প্ৰকাশ কৰাৰ লগতে ইয়াৰ জৰিয়তে বানপানীৰ পিছত হ'ব পৰা স্বাস্থ্য সমস্যাসমূহ সফলতাৰে চম্ভালিব পৰা যাব বুলি আশা প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ আগবঢ়োৱা এই বিশেষ অৱদানে চিকিৎসা শিবিৰসমূহক অধিক শক্তিশালী কৰি তুলিব বুলি উল্লেখ কৰি গুৱাহাটী প্ৰেছ ক্লাবে তেওঁলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে ।

29/07/2026

Padmanav Bordoloi Foundation, along with Raahein, organised a fundraiser for Assam's flood victims at Sati Radhika Park, Uzanbazar, Guwahati. The initiative aimed to raise support and resources for families affected by the ongoing floods, with community members coming together to contribute to the relief efforts.

ভয়াৱহ বানত ONGC ৰ কাৰ্যালয় আৰু আৱাসিক কলনী ক্ষতিগ্ৰস্ত হোৱাৰ পাছতো বানপীড়িত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে প্ৰতিষ্ঠা...
26/07/2026

ভয়াৱহ বানত ONGC ৰ কাৰ্যালয় আৰু আৱাসিক কলনী ক্ষতিগ্ৰস্ত হোৱাৰ পাছতো বানপীড়িত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে প্ৰতিষ্ঠানটো।


খাদ্যসামগ্ৰী আৰু ঔষধ-পাতি লৈ বিভিন্ন অঞ্চললৈ ৰাওনা ONGC ৰ বাহন।

11/07/2026

বাজেটৰ ওপৰত ৰাইজৰ স্পষ্ট মতামত

11/07/2026

বাজেটত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাক ১৫ হাজাৰকৈ টকাৰ অনুদান ঘোষণাক আদৰণি চাহ বাগিচাৰ মহিলাৰ

#

11/07/2026

বাজেটত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাক ১৫ হাজাৰকৈ টকাৰ অনুদান ঘোষণাক আদৰণি চাহ বাগিচাৰ মহিলাৰ

11/07/2026

বাজেটৰ লাভ-লোকচানক লৈ ৰাইজৰ খোলা মতামত

10/07/2026

LIVE: ASSAM BUDGET 2026

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when Nalbari Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nalbari Barta:

Shortcuts

Share