News 80 Axom

News 80 Axom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News 80 Axom, Media/News Company, Nalbari.

আপোনালোকৰ বাবে লৈ আহিছো বিশ্বৰ বিভিন্ন প্ৰান্তৰ শেহতীয়া বাতৰি, ব্ৰেকিং আপডেট, আৰু গভীৰ কাহিনী। অৱগত থাকক, সংযুক্ত হৈ থাকক। বিশ্বাসযোগ্য বাতৰিৰ বাবে আপোনাৰ উৎস,24×7

26/02/2025

👉ভয়া*বহ মাৰ*পিট লুইতপৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ সকলৰ মাজত।
👉এন্ধাৰৰ সুযোগ লৈ মাজ বাটত এই ভয়া*বহ ঘট*না সংঘটিত হয়।

26/02/2025

👉 লুইতপৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ সকলৰ মাজত মাজ বাটত ভয়া*বহ মাৰ*পিট।

👉আৰক্ষীয়ে আহি নিয়ন্ত্ৰণ কৰে এই ভয়া*বহ ঘটনা।

26/02/2025

👉 #লুইতপৰীয়া_মহাবিদ্যালয় সপ্তাহত সংগীত অনুষ্ঠানত সংগীত পৰিবেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী #মৰমী_শৰ্মা

26/02/2025

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত লুইতপৰীয়া মহাবিদ্যালয় খেলপথাৰত জলজলী নদীৰ ওপৰত দলং নিৰ্মাণৰ দাবীৰে বিশাল গণ আন্দোলন Live.

26/02/2025

👉নৱ গঠিত চেঙাৰ কালাইৰ দিয়া যুৱ মঞ্চৰ দ্বিতীয় বাৰ্ষিক অধিবেশনৰ ব্যাপক প্ৰস্তুতি।

👉আৰু উক্ত বাৰ্ষিক অধিবেশনৰ জৰিয়তে দক্ষিণ বৰপেটাৰ সমগ্ৰ চৰাঞ্চলৰ হাজী সকল, কৃতী ছাত্ৰ ছাত্ৰী সকল, বয়োজেষ্ঠ মুৰব্বী, শিক্ষক-শিক্ষয়িত্ৰী আৰু সুদক্ষ কৃষক সকলক বিশেষ সম্বৰ্ধনা জনোৱাৰ আয়োজন কৰিছে সংগঠনটোৱে।

25/02/2025

🫵গুৱাহাটী সৰুসজাইত অসমৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য #প্ৰধানমন্ত্ৰী ৰ উন্মোচন : অসমত অসমীয়া জাতি গঠনত চাহ বাগানৰ বিশেষ অৰিহনা আছে: #প্ৰধানমন্ত্ৰী_নৰেন্দ্ৰ_মোদী।

👉আপোনাৰ সিদ্ধান্ত চুড়ান্ত সিদ্ধান্ত,কাক বিচাৰে আগন্তুক ২৬ চনত চেঙা সমষ্টিৰ পৰা বিধানসভাৰ মজিয়ালৈ?
24/02/2025

👉আপোনাৰ সিদ্ধান্ত চুড়ান্ত সিদ্ধান্ত,কাক বিচাৰে আগন্তুক ২৬ চনত চেঙা সমষ্টিৰ পৰা বিধানসভাৰ মজিয়ালৈ?

24/02/2025

👉এই মূহুৰ্তত ভ*য়ং*কৰ পথ দুৰ্ঘ*টনা সংঘটিত হৈছে, বাইক আৰু ছাইকেলৰ মাজত মূখা*মূখি সং*ঘৰ্ষ ফলত দুয়ো গুৰু*তৰ ভাৱে আ*ঘাত*প্ৰাপ্ত হয়।

👉সবিশেষ চাওঁক আমাৰ এই প্ৰতিবেদন।

24/02/2025

👉বদৰুদ্দিন আজমল ক আটক কৰাৰ দাবী জনাইছে।
👉আজমল যদি হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ কুটুম নহয় তেন্তে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক ।

👉সবিশেষ চাওঁক আমাৰ এই প্ৰতিবেদন।

24/02/2025

👉মই মোবাইল খন চাৰ্জৰ পৰা খুলি #চুৰ কৰি কেবল পকেটত ভৰাইছো তেন্তে মোক হাতে লুটে ধৰি পেলালে।

মই চু*ৰ কৰোঁ ডে*ণ্ড্ৰা*ইড খোৱাৰ বাবে, চাওঁক আমাৰ এই প্ৰতিবেদন।

24/02/2025

👉গাঁওখনত দমকল আছে কিন্তু এখনতো পানী নাই।

👉খেতিত দিয়া পানীয়েই গাঁওবাসীৰ জীয়াই থকাৰ মূল ৰাস্তা।

👉এবাৰ চাওক আমাৰ এই প্ৰতিবেদন আপোনাৰো গাৰ নুম শিয়ৰী উঠিব।

23/02/2025

👉 ীয়া_মছজিদ গোৱালপাৰা জিলাৰ সুন্দৰ পুৰ পুৰণি জামে মছজিদ ছাদ ঢালাই সম্পন্ন।

22/02/2025

👉 #জামলাই_আদৰ্শ জাতীয় বিদ্যালয় ও #ইংৰাজী_মাধ্যমিক বিদ্যালয়ৰ শুভ #উদ্বোধন আনুষ্ঠানিক ভাৱে সাফল্য মণ্ডিত হয়, উক্ত অনুষ্ঠানত #মূখ্য অতিথী হিচাপে উপস্থিত থাকে #আবুল_বাসাৰ।

22/02/2025

👉 আনুষ্ঠানিক ভাৱে #শুভ_উদ্বোধন কৰা হয় #জামলাই_ইংৰাজী_আদৰ্শ জাতীয় বিদ্যালয় ।
আৰু উদ্ধোধনী অনুষ্ঠানত , nagarbera সহ শিক্ষক ইংৰাজী ভাষাৰে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াইছে, চাওঁক আমাৰ এই প্ৰতিবেদন।

Address

Nalbari

Alerts

Be the first to know and let us send you an email when News 80 Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share