Malati deka

Malati deka আপোনালোকক মোৰ page লৈ স্বাগতম জনাইছো।

কঠিন মাত আৰু পেটৰ ভোকেহে আমাক অধিক শিকায় । কিতাপৰ পাতে নহয় 🙏🙏
25/09/2025

আপোনাৰ কাৰনে সকলোৱে ন্যায় বিচাৰি আছে দাদা 🙏🙏😭😭

মেডামে পুজা কত চাব এইবাৰ 😡😡
25/09/2025

মেডামে পুজা কত চাব এইবাৰ 😡😡

দাদা আমাৰ সকলোৰে মৰমৰ ❤️ দাদাই ন্যায় পোৱাটো আমাৰ সকলোৰে কাম্য । সোনকালে উচিত তদন্ত কৰক 🙏🙏

আনৰ কথাত গুৰুত্ব দি লাভ নাই  সমালোচনা কৰা  মানুহ বহুত পাবা কিন্তু বিপদৰ সময়ত সহায় কৰা কোনো নাই ❤️❤️❤️

নেতিবাচক পৰিস্থিতিত সদায় তুমি ইতিবাচক চিন্তাধাৰা ৰাখা তেতিয়াহে জীৱন যুদ্ধত জয়ী হব পাৰিবা 🙏🙏🙏

জীৱনত অহা বেছিভাগ মানুহেই অস্থায়ী , কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে 🙏🙏
24/09/2025

আবেলিৰ সময়খিনি  সকলোৰে ভালে কুশলে পাৰ হওক 🙏🙏

জুবিন দা আৰু গৰিমা বৌৰ ভাল লগা সময়বোৰ ❤️❤️❤️

প্ৰভূ ভগৱন্তই দুয়োকে ভালে কুশলে ৰাখক 🙏🙏

মন ভাল কাৰোৱে নহয় হলেও দুখ মনেৰে আপোনালোকক ৰাতিপুৱাৰ সম্ভাষন জনালো 🙏🙏😒😒

তিনিওজনে অকলশৰীয়া কৰি গলগৈ  মানুহজনক 😢 শক্তি দিবা প্ৰভূ  তেখেতক 🙏🙏🙏
23/09/2025

তিনিওজনে অকলশৰীয়া কৰি গলগৈ মানুহজনক 😢 শক্তি দিবা প্ৰভূ তেখেতক 🙏🙏🙏

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when Malati deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share