News Time Axom Plus

News Time Axom Plus শুদ্ধ সত্য আৰু ন্যা়য়ৰ হকে

15/08/2026

নৰ্থ ইষ্ট ইংলিছ একাডেমী, লাৰকুছিত ৮০ সংখ্যক স্বাধীনতা দিৱস পালন।

15/08/2026

📌টিহুৰ শিয়ালমাৰীত স্বাধীনতা দিৱস উদযাপন
📌পদ্মশ্ৰী নুৰুদ্দিন আহমেদক সম্বৰ্ধনা

15/08/2026

নলবাৰীত লুমিনাচ্ মাইণ্ড অলিম্পিয়াড ফাউণ্ডেশ্যনৰ কাৰ্যালয় মুকলি

15/08/2026

দাৰুল উলুম মাদ্ৰাছা,ভাঙনামাৰী, কেকানকুছিত উলহ-মালহেৰে স্বাধীনতা দিৱস পালন।

15/08/2026

📌নৰ্থ ইষ্ট ইংলিছ একাডেমী, লাৰকুছিত ৮০ সংখ্যক স্বাধীনতা দিৱস পালন।
📌ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজীত সাবলীল ভাষণেৰে আকৰ্ষিত কৰিলে উপস্থিত লোকক।

15/08/2026

📌আজি দেশজুৰি উদযাপন কৰা হৈছে ৮০ সংখ্যক স্বাধীনতা দিৱস।
📌ইয়াৰ মাজতে পুৱা ৮ বজাৰ পৰা বানে ধোৱা শিৱসাগৰত কেইবাটাও দাবী তুলি অনশনত বহিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

সমূহ দেশবাসীলৈ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা থাকিল।আহক আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বলিদান সদা...
15/08/2026

সমূহ দেশবাসীলৈ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা থাকিল।আহক আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বলিদান সদায় স্মৰণ কৰোঁ।

14/08/2026

📌মোৰ গোটেই গা টো পুৰিছে, সি মোক ইউচ্ কৰি গুচি গ'ল
📌নাৰায়ণপুৰৰ শিমলুগুৰিৰ পথৰ কাষত অচিনাক্ত যুৱকে এনেদৰে পেলাই থৈ গ'ল যুৱতীক
📌 প্ৰেমৰ বাবেই সংঘটিত হৈছে এই ঘটনা

ওদালগুৰি থানাৰ উপ-পৰিদৰ্শক প্ৰিয়ংকা বুঢ়াগোহাঁইলৈ উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক
14/08/2026

ওদালগুৰি থানাৰ উপ-পৰিদৰ্শক প্ৰিয়ংকা বুঢ়াগোহাঁইলৈ উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when News Time Axom Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share