25/04/2026
সৰুৰ পৰাই আমাৰ এই বিহুদলটোক লগ পাইছোঁ |আজি ইমান বছৰে সকলো ঠিকে আছিল হঠাৎ কালি কি হল । নিশামনি হালৈ নামৰ বিহুৱতী গৰাকী থিতাতে নিহত হয় |ভগবানে বাকি কেইজনক সোনকালে ভাল কৰি ঘুৰি আনক🙏🙏এই বিহুদলটি হাৰিভাংগাৰ আবেগ