D Northeast Assam

D Northeast Assam News you want to share

18/08/2026

দোকোহাত ৰাজধানী থিয়েটাৰ

অহা ২৩, ২৪ আৰু ২৫ আগষ্টত দোকোহাত ৰাজধানী থিয়েটাৰ।

দোকোহা ডাইনামিক সংঘৰ উদ্যোগত আমন্ত্ৰিত ৰাজধানী থিয়েটাৰৰ নাট উপভোগ কৰিবলৈ নাট্যপ্ৰেমী ৰাইজলৈ আহ্বান জনাইছে অভিনেত্ৰী হিমানী কলিতাই।

16/08/2026

পলাশবাৰীৰ যুৱ নেতা জোন গোস্বামীৰ জন্মদিনত তেখেতৰ জীৱনদৰ্শনৰ ওপৰত আধাৰিত ‘পলাশবাৰীৰ আশাৰ জোন’ শীৰ্ষক কবিতা উন্মোচন

স্বাধীনতাৰ পবিত্ৰ দিনটোতে জন্মগ্ৰহণ কৰা পলাশবাৰীৰ যুৱ নেতা জোন গোস্বামীৰ জন্মদিন উপলক্ষে আজি তেওঁৰ বাসগৃহত জীৱনীমূলক কবিতা ‘পলাশবাৰীৰ আশাৰ জোন’ শুভ উন্মোচন কৰা হয়।

14/08/2026

নলবাৰী জিলা দিৱস উপলক্ষে আজি নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্য্যালয় চৌহদত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়৷ শিবিৰটো আনুষ্ঠানিকভাবে মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

আনহাতে পি এম শ্রী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভ আৰম্ভনি অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।

14/08/2026

নলবাৰীৰ পৰা বাবা বৈদ‍্যনাথ ধামলৈ যাত্ৰা নীলকণ্ঠ কাৱৰীয়া সংঘৰ শতাধিক সদস্যৰ ।

13/08/2026

পলাশবাৰী সমষ্টিত কেইবা বছৰ ধৰি বন্যপ্ৰাণী হাতীয়ে সন্ত্ৰাস চলাই আহিছে যদিও আজি কেইবাদিন ধৰি
নহিৰা, দহালি, কৰ্কা আৰু শানপাৰা আদি অঞ্চলত কিছুদিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুধবাৰে বিধায়ক হিমাংশু শেখৰ বৈশ্যই বুজ লোৱাৰ লগতে অঞ্চলসমূহ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে পৰিদৰ্শন কৰে৷

লগতে ৰাইজৰ যিকোনো সমস্যাৰ সময়ত সদায় ৰাইজৰ কাষত থকাৰ প্ৰতিশ্ৰুতি দিয়ে৷

বানপীড়িতলৈ ১০ লাখ টকাৰ সাহায্য নলবাৰীৰ যুৱ ব্যৱসায়ী নিপুল কলিতাৰমুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্...
09/08/2026

বানপীড়িতলৈ ১০ লাখ টকাৰ সাহায্য নলবাৰীৰ যুৱ ব্যৱসায়ী নিপুল কলিতাৰ
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ালে যুৱ ব্যৱসায়ী গৰাকীয়ে।

03/08/2026

বৰভাগৰ ঐতিহ্যমণ্ডিত বৰখালা আই ঠাকুৰাণী থানত শ্ৰীশ্ৰীনাগপঞ্চমী পুজা উদযাপন।

বিভিন্ন ঠাইৰ ভক্তৰ সমাগমে দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশ সৃষ্টি।

02/08/2026

নলবাৰীৰ বন বিভাগে উজনি অসমৰ বানাক্ৰান্তলৈ প্ৰেৰণ কৰিব বস্ত্ৰ। নলবাৰীৰ বন বিভাগে ক্ৰয় কৰিছে কেইবা লাখ টকাৰ বস্ত্ৰ।

01/08/2026

নলবাৰীৰ বালিকৰিয়াত অৰুনোদয় ৩.০ বিতৰণ অনুষ্ঠান । অনুষ্ঠানত উপস্হিত থাকে নলবাৰী জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা।

01/08/2026

নলবাৰীৰ হৰিমন্দিৰত বন বিভাগৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ শুভ উদ্বোধনী জিলা আযুক্ত নিবেদন দাস পাটোৱাৰী ।

Address

Nalbari
০০০০০

Website

Alerts

Be the first to know and let us send you an email when D Northeast Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share