19/06/2026
এজন নেতা। এটা কণ্ঠস্বৰ। এটা আশা।
লক্ষ লক্ষ ভাৰতীয় যুৱক-যুৱতীক সাহস, সততা আৰু দৃঢ়তাৰে অনুপ্ৰাণিত কৰাৰ বাবে ধন্যবাদ।
আজিৰ এই জন্মদিনত লোকসভাৰ বিৰোধী দলপতি শ্ৰী Rahul Gandhi ডাঙৰীয়ালৈ আন্তৰিক শুভকামনা জনাইছোঁ।
আপোনাৰ সংগ্ৰাম, আমাৰ শক্তি।
আপোনাৰ সপোন, আমাৰ অভিযান।