25/08/2026
▶️জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাসৰ বিষয়ে আলোচনা চক্ৰ
▶️নামৰূপ জিলা পৰিষদৰ সদস্য ৰজি চলিহাৰ সভাপতিত্ব অনুস্থিত সভাত উপস্থিত থাকে ডিব্ৰুগড় বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক প্ৰাঞ্জল বৰুৱা, আঞ্চলিক বন বিষয়া কবীন কুমাৰ বৰা আৰু অনান্য সমল ব্যক্তি