Naba EditZ

Naba EditZ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Naba EditZ, Digital creator, Namrup.

নমস্কাৰ,
মই এই চেনেল খোলাৰ মূল কাৰন হল যে নজনা কথা নতুবা নেদেখা ঠাই লাগিলে যিয়েই নহঁক আপোনালোকৰ
আগত ভিডিঅ হিচাপে দাঙি ধৰা । প্ৰযুক্তি, ভ্ৰমন, খাদ্য, প্ৰণালী ইত্যাদি এই চেনেলত দেখা পাব । আশা
কৰিম আপোনআলোকে এই চেনেল Follow কৰি সহযোগিতা আগবঢ়াই যেন।

08/10/2025

Zubeen Garg’s Mysterious D**th: Accident or Conspiracy? Shocking Revelations |

08/10/2025

Fast music video of Zubeen garg’s Last Flim “ Roi roi Binale “
Mor Mon “Released

29/09/2025

'জুবিনৰ দৰে এজন ব্যক্তিৰ সৈতে ষড়যন্ত্ৰ কৰিবলগীয়া কি আছিল?' 'তেওঁ নিজেই নিজক সম্পূৰ্ণ উদঙাই দিছিল, নিজৰ প্ৰতি নো কি ৰাখিছিল তেওঁ?' 'পানীৰ পৰা জুবিনক কিয় আঁতৰাই আনিব নোৱাৰিলে ওচৰত থকা কোনেও?' 'মই এইবোৰ কথা জানিব বিচাৰোঁ, সেইবাবে ন্যায় বিচাৰিছো, তদন্ত বিচাৰিছো'- আদ্যশ্ৰাদ্ধৰ দিনটোতেই কান্দি-কান্দি ন্যায় বিচাৰিলে গৰিমা শইকীয়া গাৰ্গে।

28/09/2025

বৰ্তমান সময়ত অসমৰ পৰিস্থিতিৰ বিষয়ে হয়তো বঢ়াই কোৱাৰ প্ৰয়োজন নাই। প্ৰতিখন ঘৰৰে প্ৰতিগৰাকী ব্যক্তিয়ে আমাৰ আটাইতকৈ প্ৰিয় শিল্পী গৰাকীক হেৰুৱাই ভাঙি পৰিছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কেৱল শিল্পী নহয়, তেওঁ আমাৰ স্বাভিমান আছিল আৰু সদায় থাকিব। জুবিনদাৰ মৃত্যু আমি কোনেও সহজভাৱে মানি ল'ব পৰা নাই।
কিন্তু এই সময় ধৈৰ্য্যৰ, এই সময় সকলোৱে একগোট হৈ সুস্থিৰ মনে সিদ্ধান্ত লোৱাৰ। জুবিনদাৰ মৃত্যুৰ এক নিৰপেক্ষ তদন্ত হওঁক, কাৰো মনত যেন লেখমাত্ৰও সন্দেহ থাকি নাযায় তাকেই তদন্তকাৰী সমিতিয়ে নিশ্চিন্ত কৰক। এই চেগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ তৎপৰতাৰ শলাগ ল'বই লাগিব। আমাৰ বিশ্বাস আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাক আমাৰ মাজৰ পৰা কাঢ়ি লৈ যোৱা প্ৰতিগৰাকী দোষীয়ে অতি সোনকালেই উচিত শাস্তি পাব আৰু তেওঁৰ অনুৰাগী সকলে ন্যায় লাভ কৰিব। আমি সকলোৱে এই যুঁজত ইজনে সিজনৰ সাহস হৈ থিয় দিম, ইজনে সিজনক সন্মান জনাই কাজিয়া-উদ্ভণ্ডালিৰ পৰা বিৰত থাকি আইনক সহায় কৰিম। তেতিয়াহে জুবিনদাৰ এই সোণৰ অসম খনি তেওঁ বিচৰা ধৰণে জিলিকি থাকিব।🙏🏻

We will fight for the justice for our beloved Zubeen Da and we will fully cooperate with our judiciary system.

28/09/2025
29/06/2025

আজিৰ পৰা নতুন এটা কাম

25/06/2025

😢😭

22/06/2025

Havy order 👍

31/05/2025

Video বনাম বুলি iPhone লৈছিলো । আজি বৰ Danger ল’ৰা এটা দেখিলো 😮





Address

Namrup
786623

Alerts

Be the first to know and let us send you an email when Naba EditZ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share