Manjit TANTI Creations

Manjit TANTI Creations Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Manjit TANTI Creations, Digital creator, Namrup Tingkhong Road, Namrup.

এই চেনেলটোৱে কোনো অবৈধ বিষয়বস্তুৰ প্ৰচাৰ নকৰে, এই চেনেলৰ দ্বাৰা প্ৰদান কৰা সকলো বিষয়বস্তু কেৱল শিক্ষাৰ উদ্দেশ্যেহে🤝🇮🇳

This Channel Does Not Promotes Any illegal content, all contents provided by This Channel is meant for Education purpose only🤝🇮🇳

24/09/2025

Chief Justice of India (2018-19)
Shri Ranjan Gogoi

Welcoming at Manohari The Tea Retreat, Dibrugarh



 #৮বছৰীয়া_ফুল_কুমলীয়া_কিশোৰী_ধৰ্ষণ_কৰি_নৃশংসভাৱে_হত্যা   #ৰিতীকা_মুণ্ডা_ন্যায়_দিয়ককালি অৰ্থাৎ ২২ চেপ্টেম্বৰ ২৫ সন্ধিয...
24/09/2025

#৮বছৰীয়া_ফুল_কুমলীয়া_কিশোৰী_ধৰ্ষণ_কৰি_নৃশংসভাৱে_হত্যা


#ৰিতীকা_মুণ্ডা_ন্যায়_দিয়ক

কালি অৰ্থাৎ ২২ চেপ্টেম্বৰ ২৫ সন্ধিয়া, ডিব্ৰুগড় তৈল নগৰী সমীপৰ নতুন ডিৰিয়াল চাহ বাগিছাৰ কাছাৰিয়া লাইনৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ওলাই অহা ৭ বছৰীয়া ফুল কুমলীয়া কিশোৰী ৰিতীকা মুণ্ডা পিতৃ নাম চুনিল মুণ্ডা হঠাৎ সন্ধানহীন হৈ পৰে।

দীঘলীয়া সন্ধানৰ পিছত, আজি পুৱা চাহ বাগিছাৰ ১৭ নং চেকচন এখন নলাত তেওঁৰ মৃতদেহ উলংঘ অৱস্থাত উদ্ধাৰ হোৱা সংবাদে অতিকৈ মৰ্মাহত কৰি তুলিছে ।

স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি, ৰিতীকা মুণ্ডাক কোনো অসৎ আৰু বিকৃত মানসিকতাৰ কালপ্ৰীতে ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিছে। এই জঘন্য অপৰাধে আদিবাসী সমাজৰ হৃদয়ত গভীৰ বিষাদ আৰু উত্তেজনা সৃষ্টি কৰিছে।

এই হৃদয়বিদাৰক ঘটনাৰ তীব্ৰ নিন্দা জনাইছো আৰু আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰে তদন্ত আগবঢ়াই দোষীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ ওপৰত #কঠোৰতম_শাস্তি প্ৰদানৰ দাবী জনাইছো।

এই ঘটনাই কেৱল ৰিতীকা মুণ্ডাৰ পৰিয়ালেই নহয়, সমগ্ৰ আদিবাসী সমাজক প্ৰশ্নৰ সন্মুখীন কৰিছে — আমাৰ নিৰাপত্তা, ন্যায় আৰু অধিকাৰৰ ওপৰত।

" #আমাৰ_সন্তানৰ_সুৰক্ষা, #আমাৰ_সমাজৰ_দায়িত্ব!"
" #ন্যায়_নোপোৱালৈকে, #সংগ্রাম_চলি_থাকিব! #সেয়া_স্পষ্ট"











24/09/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মুখাগ্নি কৰা চাৰিজনৰ কোন এই অৰুণ গাৰ্গ? শিৱসাগৰৰ এখন চাহ বাগিছাৰ Part 7

24/09/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মুখাগ্নি কৰা চাৰিজনৰ কোন এই অৰুণ গাৰ্গ? শিৱসাগৰৰ এখন চাহ বাগিছাৰ Part 6

24/09/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মুখাগ্নি কৰা চাৰিজনৰ কোন এই অৰুণ গাৰ্গ? শিৱসাগৰৰ এখন চাহ বাগিছাৰ Part 5

24/09/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মুখাগ্নি কৰা চাৰিজনৰ কোন এই অৰুণ গাৰ্গ? শিৱসাগৰৰ এখন চাহ বাগিছাৰ Part 4

24/09/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মুখাগ্নি কৰা চাৰিজনৰ কোন এই অৰুণ গাৰ্গ? শিৱসাগৰৰ এখন চাহ বাগিছাৰ Part 3

24/09/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মুখাগ্নি কৰা চাৰিজনৰ কোন এই অৰুণ গাৰ্গ? শিৱসাগৰৰ এখন চাহ বাগিছাৰ Part 2

24/09/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মুখাগ্নি কৰা চাৰিজনৰ কোন এই অৰুণ গাৰ্গ? শিৱসাগৰৰ এখন চাহ বাগিছাৰ Part 1

24/09/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মুখাগ্নি কৰা চাৰিজনৰ কোন এই অৰুণ গাৰ্গ? শিৱসাগৰৰ এখন চাহ বাগিছাৰ সন্তান কেনেকৈ হৈ পৰিল জুবিন পৰিয়ালৰ সদস্য? কেনেকৈ জুবিনে তেওঁক দিলে 'গাৰ্গ' উপাধি?



23/09/2025

#৮বছৰীয়া_ফুল_কুমলীয়া_কিশোৰী_ধৰ্ষণ_কৰি_নৃশংসভাৱে_হত্যা


#ৰিতীকা_মুণ্ডা_ন্যায়_দিয়ক

কালি অৰ্থাৎ ২২ চেপ্টেম্বৰ ২৫ সন্ধিয়া, ডিব্ৰুগড় তৈল নগৰী সমীপৰ নতুন ডিৰিয়াল চাহ বাগিছাৰ কাছাৰিয়া লাইনৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ওলাই অহা ৭ বছৰীয়া ফুল কুমলীয়া কিশোৰী ৰিতীকা মুণ্ডা পিতৃ নাম চুনিল মুণ্ডা হঠাৎ সন্ধানহীন হৈ পৰে।

দীঘলীয়া সন্ধানৰ পিছত, আজি পুৱা চাহ বাগিছাৰ ১৭ নং চেকচন এখন নলাত তেওঁৰ মৃতদেহ উলংঘ অৱস্থাত উদ্ধাৰ হোৱা সংবাদে অতিকৈ মৰ্মাহত কৰি তুলিছে ।

স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি, ৰিতীকা মুণ্ডাক কোনো অসৎ আৰু বিকৃত মানসিকতাৰ কালপ্ৰীতে ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিছে। এই জঘন্য অপৰাধে আদিবাসী সমাজৰ হৃদয়ত গভীৰ বিষাদ আৰু উত্তেজনা সৃষ্টি কৰিছে।

এই হৃদয়বিদাৰক ঘটনাৰ তীব্ৰ নিন্দা জনাইছো আৰু আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰে তদন্ত আগবঢ়াই দোষীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ ওপৰত #কঠোৰতম_শাস্তি প্ৰদানৰ দাবী জনাইছো।

এই ঘটনাই কেৱল ৰিতীকা মুণ্ডাৰ পৰিয়ালেই নহয়, সমগ্ৰ আদিবাসী সমাজক প্ৰশ্নৰ সন্মুখীন কৰিছে — আমাৰ নিৰাপত্তা, ন্যায় আৰু অধিকাৰৰ ওপৰত।

" #আমাৰ_সন্তানৰ_সুৰক্ষা, #আমাৰ_সমাজৰ_দায়িত্ব!"
" #ন্যায়_নোপোৱালৈকে, #সংগ্রাম_চলি_থাকিব! #সেয়া_স্পষ্ট"








23/09/2025

Zubeen da বিদায়




Address

Namrup Tingkhong Road
Namrup
786621

Alerts

Be the first to know and let us send you an email when Manjit TANTI Creations posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Manjit TANTI Creations:

Share