Shanta Gogoi

Shanta Gogoi SingleMother & AGoodLearner

কাপোৰযোৰ ভাল লাগিছেনে???
14/07/2026

কাপোৰযোৰ ভাল লাগিছেনে???



নিজক ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে ❤️
13/07/2026

নিজক ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে ❤️

13/07/2026

তাই ভগৱানক খুউব ভাল পায়। বিশেষকৈ শিৱ বাবা।
য'তেই যি পায় শিৱলিংগ নহলে শিৱ বাবাক আঁকিবই ( চেষ্টাহে মাথো )


কি হয় ধৰিব পাৰিছেনে?ইয়াৰ আচাৰ এইবাৰ প্ৰথম খাইছো। তিতা যাৰ প্ৰিয় তেওঁ নিশ্চয় খাই ভাল পাব। আমি খাই ভাল পাইছো। আপোনালোকেও ...
12/07/2026

কি হয় ধৰিব পাৰিছেনে?ইয়াৰ আচাৰ এইবাৰ প্ৰথম খাইছো। তিতা যাৰ প্ৰিয় তেওঁ নিশ্চয় খাই ভাল পাব। আমি খাই ভাল পাইছো। আপোনালোকেও এবাৰ বনাই খাই চাব।

ছোৱালীজনীৰ  ছবি অঁকাৰ ভিডিঅ' কেইটা আপোনালোকে মৰমেৰে আদৰি লোৱাৰ বাবে অশেষ ধন্যবাদ😊 আগলৈও এনে ভিডিঅ' দিবৰ বাবে চেষ্টা কৰিম...
12/07/2026

ছোৱালীজনীৰ ছবি অঁকাৰ ভিডিঅ' কেইটা আপোনালোকে মৰমেৰে আদৰি লোৱাৰ বাবে অশেষ ধন্যবাদ😊

আগলৈও এনে ভিডিঅ' দিবৰ বাবে চেষ্টা কৰিম।

10/07/2026

অলপ নিজৰ নাটক ও সঙ্‌লগ্ন কৰি দিছে 😍




Goodmorning .
10/07/2026

Goodmorning .

 #আশা  - আশা আছে বাবেইতো পৃথিৱীখন ইমান ধুনীয়া। নহলে দেখোন আমি অতীততেই ৰৈ গ'লোহেতেন।  #এটি নতুন ৰঙীন পুৱাৰ আশাৰে আজিলৈ শু...
09/07/2026

#আশা - আশা আছে বাবেইতো পৃথিৱীখন ইমান ধুনীয়া। নহলে দেখোন আমি অতীততেই ৰৈ গ'লোহেতেন।

#এটি নতুন ৰঙীন পুৱাৰ আশাৰে আজিলৈ শুভৰাত্ৰি😊


Address

Namrup

Website

Alerts

Be the first to know and let us send you an email when Shanta Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share