মৃন্ময় মানস

মৃন্ময় মানস Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from মৃন্ময় মানস, Media/News Company, tinsukia, Tinsukia.

11/09/2026
02/09/2026

29/08/2026

এগৰাকী মাতৃয়ে এনে কেনেকৈ কৰিব পাৰে ?

বালি মাফিয়াৰ গুণ্ডাগিৰিৰ চৰম সীমা!যোৱা কালি DFO চাৰক অবৈধ বালি খননৰ বিৰুদ্ধে স্মাৰক পত্ৰ দিছিলোঁ বাবেই আজি ৰাতি বালি মা...
29/08/2026

বালি মাফিয়াৰ গুণ্ডাগিৰিৰ চৰম সীমা!

যোৱা কালি DFO চাৰক অবৈধ বালি খননৰ বিৰুদ্ধে স্মাৰক পত্ৰ দিছিলোঁ বাবেই আজি ৰাতি বালি মাফিয়াই আমাৰ জিলা উপ সভাপতি অভিষেক বৰা আৰু ডুমডুমা আঞ্চলিক সমিতিৰ মুখ্য সচিব সুৰুজ দাস ঘৰত সোমাই প্ৰাণঘাতী আক্ৰমণ চলালে!

এয়া কেৱল দুজন ব্যক্তিৰ ওপৰত আক্ৰমণ নহয়, এয়া সত্যৰ মাত মাতিব বিচৰা প্ৰতিজন যুৱকৰ ওপৰত আক্ৰমণ।

আমি ভয় নকৰোঁ। DFO মহোদয় আৰু আৰক্ষী প্ৰশাসনক জনাই দিছোঁ - ২৪ ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰক, অন্যথা বীৰ লাচিত সেনা অসমে তীব্ৰ প্ৰতিবাদ গৰিঃ তুলিবলৈ বাধ্য হম ডুমডুমা ৰাজপথত ।

বালি মাফিয়া হুচিয়াৰ!
Himantabiswasharma
#

আমি এই ঘটনাৰ তীব্ৰ গৰিহণা দিছোঁ আৰু অসম আৰক্ষীক দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছোঁ।

27/08/2026

জুবিন দেশৰ লৰা। ❣️

20/08/2026

তথাকথিত খাচী প্ৰতিবাদত অসমৰ ৰেজিষ্টাৰ বাহন সমূহৰ ওপৰত বিনা কাৰণত আক্ৰমণ। অসমীয়াৰ ওপৰত বাৰে বাৰে অত্যাচাৰ কেতিয়াও সহ্য কৰা নহব।

20/08/2026

প্ৰতিটো সময়তে অসম আৰু অসমীয়াৰ ওপৰত আক্ৰমণ কৰা কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয় । অসম চৰকাৰলৈ অনুৰোধ যে ইয়াৰ স্থায়ী সমাধান কৰক । নতুবা অসমীয়াই মনে মনে সদাই চাই নাথাকিব

কাৰোবাক প্ৰয়োজন হলে যোগাযোগ কৰিব
19/08/2026

কাৰোবাক প্ৰয়োজন হলে যোগাযোগ কৰিব

Address

Tinsukia
Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when মৃন্ময় মানস posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to মৃন্ময় মানস:

Shortcuts

Share