19/07/2026
শিৱসাগৰত থকা এই মৗঙ মাও হোটেলখনত আপোনালোকে তাঈ আহোম সকলৰ পৰম্পৰাগত সকলোবোৰ খাদ্য পাব লগতে সোণত সুৱগা চৰাইছে আমাৰ নিজৰ ভাষাত লিখা মেনু খনে এই প্ৰচেষ্টা আদৰণীয় আৰু মই তাত ভাগ লবলৈ পায় অতি সুখী । সকলো জ্ঞাতীয়ে নঙচাই ভাস্কৰক সহযোগ কৰিব দেই এসাঁজ খাই আহিব শিৱসাগৰলৈ গলে ।পৰিস্কাৰ ভাৱে ৰন্ধা স্বকীয় এসাঁজ