Boycott_Bollywood

Boycott_Bollywood Bollywood VS South Indian movies

10/10/2025
14/07/2023

আহক, এগছি বন্তি জ্বলাওঁ চন্দ্ৰযানৰ সফলতা কামনাৰে…

সমগ্ৰ ভাৰতৰ বাবে আজি এক ঐতিহাসিক দিন। আজি দুপৰীয়া ২ বাজি ৩৫ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা "চন্দ্ৰযান-৩" উৎক্ষেপণ কৰা হ’ব। সমগ্ৰ দেশবাসীৰ লগতে বিজ্ঞানী সমাজৰ বাবে এই উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ উৎক্ষেপণ অভিযানৰ গুৰুদায়িত্ব বহন কৰিছে অসমৰ সুযোগ্য সন্তান শ্ৰীচয়ন দত্ত ডাঙৰীয়াই ।

এনে এক মাহেন্দ্ৰ ক্ষণত ভাৰতৰ নমস্য বিজ্ঞানীসকলৰ এই অসাধাৰণ অধ্যাৱসায়ৰ সফলতাৰ বাবে আজি দুপৰীয়া ২.৩০ বজাত মাননীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাদেৱৰ আগ্ৰহমৰ্মে সমগ্ৰ বিজেপি অসম প্ৰদেশৰ প্ৰত্যেক জন দেশপ্ৰেমী কাৰ্যকৰ্তাক এগছি বন্তি প্ৰজ্বলন কৰি ঈশ্বৰলৈ প্ৰাৰ্থনা জনাবলৈ আহ্বান জনালোঁ।

জয় হিন্দ।

30/06/2023
30/05/2023

🙏🙏🙏🙏🙏

Himanta Biswa Sarma
BJP Assam Pradesh
BJYM Assam
BJYM Barpeta

25/04/2023

*X
সৰুৰে পৰা s*x education সকলোকে দিয়া হয়(class 8,9,10ৰ পৰা)। তথাপিও আমি s*x শব্দটো ডাঙৰকৈ ক'বলৈ লাজ কৰোঁ। condom অথবা যৌন ৰোধী বস্তুৰ নাম ক'বলৈ লাজ কৰো অথচ মদ, চিগাৰেট, গোটখা এইবোৰৰ কথা সহজকৈ ক'ব পাৰো! কিয়!

মাহেকীয়া (periods) ৰ কথা সকলোৱে জানে, কিন্তু চেনিটাৰী পেডচ কিমানজন পুৰুষে সহজভাৱে কিনিব পাৰে? কিমানজন মানুহে ঋতুশ্ৰাৱৰ কথা সাধাৰণভাৱে কৈ পেলায়!
কিন্তু সেই তেজেৰেই যেতিয়া এসময়ত নতুন জীৱন এটাৰ সৃষ্টি হয়, মিঠাই খুৱায় সকলোকে!

কাৰোবাৰ ঘৰত মানুহজনীৰ অসুস্থতাৰ বাবে মানুহজনে কাপোৰ কেইটা মেলিলে, ওচৰ চুবুৰীয়াই মাইকী তলতীয়া বুলি কৈ দিলে,
কাৰোবাৰ ঘৰত গিৰিয়েকে মদ খাই আহি মানুহজনীক অত্যচাৰ কৰিছে, সেইয়া সিহঁতৰ ঘৰুৱা সমস্যা হৈ পৰে?

কাৰোবাৰ বিবাহ বিচ্ছেদৰ কথা মুকলিকৈ কলে একো নাই।
কিন্তু লৰা বা ছোৱালীজনী সমকামীতা হ'লে লেই লেই চেই চেই!

এজন পুৰুষে বেশ্যালয়ত গৈ কামনা বাসনা পূৰণ কৰি আহিলে কোনেও গমো নাপায়।
ছোৱালী এজনীৰ পুৰণা প্ৰেমিকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি চৰিত্ৰৰ বিচাৰ লোৱা হয়!

আমি এনেকুৱা এখন সমাজৰ বাসিন্দা য'ত ছোৱালী এজনীৰ ঘৰলৈ কোন গৈছে কোন নাই যোৱা এইবোৰৰ হিচাপ ৰখা হয়,
কিন্তু ৰাস্তাত এজনী ছোৱালীক ওপৰৰ পৰা তললৈ চোৱা মানুহৰ অভাৱ নাই !

শাৰীৰিকভাৱে ধৰ্ষণ হয় এজনী ছোৱালী, কষ্ট পাই তাইয়ে, জীৱন মৰণৰ সৈতে যুঁজে তাইয়ে আৰু জীৱনভৰ মানসিকভাৱে বুজা দিব তাইকে! ধৰ্ষণকাৰী কেইটাক যাৱদ জীৱন কাৰাদণ্ড দিব, তাতকৈ বেছি ফাচী কাঠত ওলমাই দিব। জীৱন শেষ, কষ্ট সিমানেই সিহঁতৰ! শাস্তি সিমানেই! ছোৱালীজনী যে কিমান যন্ত্ৰণাত মৰি যায় সেইয়া বিচাৰ কৰিছে! শৰীৰৰ এটা এটা অংগ ক্ষতি কৰাই নহয়, কাটি খুচি পেলাই দিছে, যেনেকে সৰু সৰু লৰা ছোৱালীৱে প্লাষ্টিকৰ পুতলাবোৰ ভাঙি পেলায়….. জীয়াই থাকিলেও মানসিকভাৱে মৰহি যাব, মাক দেউতাকে সমাজত মুখ উলিয়াব লাজ কৰিব, জীৱনটোত চেকা লাগিব, এজনী সাধাৰণ ছোৱালীৰ দৰে সপোন দেখাৰ অধিকাৰ হেৰুৱাই পেলাব.... বহুতেটো এতিয়া ন্যায়ৰ বাবে চিঞৰিব, মমবাতি জ্বলাই প্ৰতিবাদ কৰিব, কিন্তু ধৰ্ষণ হোৱা সেই ছোৱালীজনীক পত্নী ৰূপে গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা পুৰুষ বহুত কম, প্ৰায় নগণ্য।

শুনিবলৈ বেয়া হলেও এটা কথাৰ স্বীকাৰ কৰিবই লাগিব যে আমি নিজে নিজৰ মানসিকতাৰ হত্যা কৰিছো, চচিয়েল মেডিয়াত cool হৈছা ঠিক আছে। কিন্তু সত্যতাবোৰক গ্ৰহণ কৰিব লাগে... ঢাকিব চেষ্টা কৰিলেই উদঙোৱাৰ উৎপাত বাঢ়ে।

#শ্বেয়াৰ কৰিব পাৰে🙏❣️

© Parikrama Borah

08/02/2023
भगवा तिलक लगाया इस इंसान को पहचान रहे??? काल है ये  #बॉलीवुड के सनातनि विरोधी फ़िल्म के,  #कश्मीर File के बाद  #कार्तिकेय...
08/08/2022

भगवा तिलक लगाया इस इंसान को पहचान रहे??? काल है ये #बॉलीवुड के सनातनि विरोधी फ़िल्म के, #कश्मीर File के बाद #कार्तिकेय मूवी के प्रोड्यूसर यही है Abhishek Agarwal

जिस तरह कश्मीर फ़ाइल को सफल बनाया है अब वक्त है लाल सिंह चड्ढ़ा #बॉयकॉट कर #कार्तिकेय मूवी को हिट कराना है

A gentle reminder...👇👇👇👇Boycott KBC which premiers at 9 pm on Sony tv today...Say no to Amir Khan...say no to Sony tv an...
07/08/2022

A gentle reminder...👇👇👇👇
Boycott KBC which premiers at 9 pm on Sony tv today...

Say no to Amir Khan...say no to Sony tv and Amitabh Bachchan for promoting him...

Anti-Hindu/anti-India elements should not be allowed to prosper on the money of those whom they hate...


Address

New Delhi

Website

Alerts

Be the first to know and let us send you an email when Boycott_Bollywood posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share