The Opinion

The Opinion Analytical News Platform. The opinion is a News and Media analytical platform that focuses on covering various events in an unbiased and unadulterated format.

16/08/2025

📌বিশ্বৰ বৃহত্তম গণতন্ত্ৰক কলংকিত কৰিলে নিৰ্বাচন
আয়োগে
📌ন্যায়াধীশৰ সমুখতে জয়ী হ’ল ৩ বছৰৰ পূৰ্বে পৰাজিত
প্ৰাৰ্থী
📌দেশত প্ৰথমবাৰৰ বাবে ইভিএম খোলালে উচ্চতম
ন্যায়ালয়ে
📌উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানতে পুনৰ কৰা হ’ল ভোট
গণনা
📌আকৌ এবাৰ নিজৰ বিশ্বাসযোগ্যতা হেৰুৱালে নিৰ্বাচন
আয়োগে

14/08/2025

📌 ভাৰ মে জায়ে জনজাতীয় লোকৰ অধিকাৰ

📌 অসম চৰকাৰৰ কাণ্ডত চকু কপালত উঠিল খোদ
গুৱাহাটী উচ্চ ন‍্যায়ালয়ৰ

📌এবিঘা দুবিঘা নহয় ডিমা হাচাওত চৰকাৰে ৩০০০
বিঘা মাটি গটাই দিলে চিমেন্ট কোম্পানিক

13/08/2025

📌 অসমৰ দৰিদ্ৰ কৰ্কটৰোগী সকলৰ মৃত্যুৰ দুৱাৰ মুকলি
কৰিলে হিমন্তৰ চৰকাৰে
📌 অসমৰ ৰাইজক হিন্দু-মুছলমানৰ বিষয়ত ব্যস্ত ৰাখি -
অভাৱনীয় হাৰত বৃদ্ধি কৰিলে কৰ্কট ৰোগৰ চৰকাৰী
চিকিৎসাৰ খৰচ

বান সমস্যাৰ সমাধান বিচাৰিছে গুৱাহাটীবাসীয়ে
13/08/2025

বান সমস্যাৰ সমাধান বিচাৰিছে গুৱাহাটীবাসীয়ে

13/08/2025

📌 অখিল OUT আৰু লুৰীণ IN নেকি ?

📌 ২৬ ৰ যুঁজত অখিলক এৰি এক হ’ব নেকি বিৰেধী
ঐক‍্য ?

📌 দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ লুৰীণ জ‍্যোতি গগৈৰ

মোদীৰ পৰম বন্ধু গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰি কৰিব আমেৰিকাই
13/08/2025

মোদীৰ পৰম বন্ধু গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰি কৰিব আমেৰিকাই

12/08/2025

📌নৰেন্দ্ৰ মোদীৰ সলনি ৰাহুল গান্ধী হ’ব লাগিছিল নেকি ভাৰতৰ প্ৰধান মন্ত্ৰী?
📌ভাৰতৰ নিৰ্বাচন আয়োগে ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী পাতিলে নেকি মোদীক ?
📌নিৰ্বাচন আয়োগৰ ওপৰত ৰাহুল গান্ধীয়ে উত্থাপন কৰা ভোট চুৰিৰ অভিযোগ কিমান দূৰ সঁচা ?
📌ৰাহুল গান্ধীৰ অভিযোগ মতে কিদৰে চুৰি হৈছিল ভোট?

12/08/2025

📌নিৰ্বাচন আয়োগে ৰাহুল গান্ধীক কিয় ক’লে যে
পাৰ্কিংৰ বাবে তেওঁলোকৰ ঠাই নাই

📌 ৰাহুল গান্ধীক ভয় কৰিছে নেকি নৰেন্দ্ৰ মোদীয়ে ?

📌নিৰ্বাচন আয়োগৰ সাহস নাই নেকি ৰাহুলৰ মুখামুখী
হোৱাৰ ?

10/08/2025

📌বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ফৰ্মূলা দিলে অখিল গগৈয়ে
📌এক শুদ্ধ আৰু সম্পূৰ্ণ NRC ৰ জৰিয়তেহে অসমৰ বিদেশী সমস্যাৰ এক বিজ্ঞানসন্মত সমাধান সম্ভৱ ।
📌NRC সম্পূৰ্ণ হোৱাৰ পিছত NRC ত নাম থকা প্ৰতিজন লোককে অসমীয়াৰ পৰিচয় পত্ৰ প্ৰদান কৰা হব।
📌এক শুদ্ধ আৰু সম্পূৰ্ণ NRC হোৱাৰ পিছত তাৰ ওপৰত ভিত্তি কৰিয়েই এজন এজনকৈ বিদেশী চিনাক্ত কৰা হব আৰু বহিষ্কাৰ কৰাৰ ব্যবস্থা গ্ৰহণ কৰা হব।

কংগ্ৰেছৰ চৰকাৰ আহিলে গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰি স্কুল খুলি দিম : গৌৰৱ গগৈ
10/08/2025

কংগ্ৰেছৰ চৰকাৰ আহিলে গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰি স্কুল খুলি দিম : গৌৰৱ গগৈ

09/08/2025

📌 দ্য অপিনিয়নৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য বক্তা লেখক, সাংবাদিক মুনীন বায়নৰ বক্তৃতা

09/08/2025

Address


Alerts

Be the first to know and let us send you an email when The Opinion posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Opinion:

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share