HOJAI LIVE

HOJAI LIVE এইবাৰ খুলিব মুখাৰ আঁৰৰ মুখা

16/06/2025

নীলবাগান লস্কৰপট্টিৰ কুখ্যাত দালাল, প্ৰৱঞ্চক দিলৱাৰ মোল্লা আটক৷ এশ গৰু মাৰিলে কুকুৰৰো মৰণ৷

আজমল সুপাৰ ৪০ য়ে পুনৰ সপোন পূৰণ কৰিলে পিছপৰা শ্ৰেণীৰ এগৰাকী মেধাৱী কন্যাৰ৷ ৰাজ্যখনৰ প্ৰথম চাওতাল জীয়ৰী MBBSত উত্তীৰ্ণ। ...
14/05/2025

আজমল সুপাৰ ৪০ য়ে পুনৰ সপোন পূৰণ কৰিলে পিছপৰা শ্ৰেণীৰ এগৰাকী মেধাৱী কন্যাৰ৷ ৰাজ্যখনৰ প্ৰথম চাওতাল জীয়ৰী MBBSত উত্তীৰ্ণ। MBBS ডিগ্ৰী লাভ কৰাৰ পাছতেই মার্টিনা টুডুক শুভেচ্ছা মৌলানা বদৰুদ্দিন আজমলৰ৷২০২০বৰ্ষতে আজমল ছুপাৰ ৪০ৰ পৰা নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মেডিকেল কলেজত অধ্যয়ন কৰিছিল মার্টিনা টুডু।

পিতৃহীনা আফচানা সিদ্দিকাক নিজৰ কন্যা হিচাপে গ্ৰহণ কৰিলে আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামে৷ আফচানাক বিনামুলীয়া L.L...
08/05/2025

পিতৃহীনা আফচানা সিদ্দিকাক নিজৰ কন্যা হিচাপে গ্ৰহণ কৰিলে আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামে৷ আফচানাক বিনামুলীয়া L.L.B ত নামভৰ্তি কৰি দক্ষ আইনজীৱি কৰাৰ লক্ষ্য খছৰুল ইছলামৰ৷ এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুল জংঘলব্লকৰ পৰা ডিষ্টিংশ্বনসহ ৯০.০৪ শতাংশ নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিছিল আফচানাই৷ ড° খছৰুল ইছলামৰ এই মহান পদক্ষেপে আফচানাৰ লগতে আফচানাৰ বিধৱা মাতৃৰ চকুত আজি বৈছে সুখৰ চকুলো৷ L.L.B ত পুনৰ উন্নত ফলাফল প্ৰদৰ্শন কৰি আফচানাই সকলোকে ইয়াৰ প্ৰতিদান দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷

04/05/2025

আজমল এজন সাম্প্ৰদায়িক নেতা

বেচৰকাৰী বিদ্যালয়ৰ শিক্ষক পুত্ৰৰ সাফল্য৷৯৬ শতাংশ নম্বৰৰে বিজ্ঞান শাখাত উজলিল পশ্চিম কাৰ্বি আংলংৰ বিনোদ গৌতম৷আজমল ফাউণ্ডচ...
02/05/2025

বেচৰকাৰী বিদ্যালয়ৰ শিক্ষক পুত্ৰৰ সাফল্য৷

৯৬ শতাংশ নম্বৰৰে বিজ্ঞান শাখাত উজলিল পশ্চিম কাৰ্বি আংলংৰ বিনোদ গৌতম৷

আজমল ফাউণ্ডচনে আগবঢ়ালে ২৫ হাজাৰ টকাৰ সাহায্য৷

আজমলে ললে শিক্ষাৰ দায়িত্ব৷

পশ্চিম কাৰ্বিআংলংৰ দৈয়াংমুখত উৎসৱমুখৰ পৰিৱেশ৷

দেশত একাংশই সাম্প্ৰদায়িক বিষবাষ্পৰে সংঘাত লগোৱাৰ চেষ্ঠা অব্যাহত ৰাখিলেও আজমল পৰিয়ালে দেখুৱাই গৈছে মহানতা৷ আজমলক একাংশই স...
30/04/2025

দেশত একাংশই সাম্প্ৰদায়িক বিষবাষ্পৰে সংঘাত লগোৱাৰ চেষ্ঠা অব্যাহত ৰাখিলেও আজমল পৰিয়ালে দেখুৱাই গৈছে মহানতা৷ আজমলক একাংশই সাম্প্ৰদায়িক বুলি নিজৰ স্বাৰ্থ সিদ্ধি কৰিব বিচাৰে, কিন্তু তাৰ বিপৰীতে আজমল সদায় নিজৰ ভেদভাৱহীন স্থিতিত অটল৷ অটল নিজৰ নীতি আদৰ্শত৷ ধৰ্মৰ বিপৰীতে শিক্ষাক গুৰুত্ব প্ৰদান কৰা আজমলে পুনৰ এক মহান পদক্ষেপ গ্ৰহণ কৰি দায়িত্ব ললে বিনোদ গৌতমৰ৷ বেচৰকাৰী বিদ্যালয়ৰ এজন শিক্ষকৰ পুত্ৰৰ সপোন পূৰণ কৰিবলৈ আগবাঢ়িছে আজমল পৰিয়াল৷
বিজ্ঞান শাখাত ৯৬ শতাংশ নম্বৰেৰে উজলি উঠা বিনোদ গৌতমৰ শিক্ষাৰ দায়িত্ব ললে আজমলে৷

  ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি তথা প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল অসুস্থ,দোৱাৰ আবেদন
06/04/2025


ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি তথা প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল অসুস্থ,দোৱাৰ আবেদন

24/03/2025

নামাজতো ফটো পজ

21/03/2025

সুন্দৰ

সামাজিক দায়ৱদ্ধতা৷মানৱীয় পৰিচয়এটোপাৰ তেজৰ অভাৱত প্ৰতিদিনে মৃত্যু হয় হাজাৰ হাজাৰ লোকৰ৷ তাকেই সাৰোগত কৰি আজমল ফাউণ্ডেচনৰ ড...
28/02/2025

সামাজিক দায়ৱদ্ধতা৷
মানৱীয় পৰিচয়
এটোপাৰ তেজৰ অভাৱত প্ৰতিদিনে মৃত্যু হয় হাজাৰ হাজাৰ লোকৰ৷ তাকেই সাৰোগত কৰি আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামে আজি ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দিয়ে৷

24/02/2025
24/02/2025

ভাল মানুহে বিতৰ্ক নিবিচাৰে৷ ক্ষমা বিচৰাজন সদায় মহৎ হয়৷ অখিল পত্নীৰ উচৰত আজমলৰ ক্ষমা ভিক্ষা

Address

North Gauhati

Website

Alerts

Be the first to know and let us send you an email when HOJAI LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to HOJAI LIVE:

Share