06/07/2025
জীৱন এটা নদীৰ দৰে। কেতিয়াবা শান্ত, কেতিয়াবা উত্তাল।
প্ৰত্যেকখন মুহূর্তেই আমাৰ বাবে এটা নতুন পাঠ।
বেয়া সময় আহে, কিন্তু সেই সময়বোৰে মোক শক্তিশালী কৰে।
ভুল কৰাৰ পৰা শিকিব লাগে, কাৰণ ভুলেই হ'ল জীৱনৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক।
অভিজ্ঞতাৰ পৰা জ্ঞান আহে, আৰু সেই জ্ঞানেই আমাৰ পথ দেখুৱায়।
সঁচা সুখ পোৱা যায় তেতিয়াহে, যেতিয়া আমি নিজৰ মনক শান্ত ৰাখিব পাৰো।