Lakhimi Gogoi-Dhulikona

Lakhimi Gogoi-Dhulikona জীৱনৰ দূৰ্ভাগ্যবোৰ সহজভাৱে লবলৈ শিকিছো,জীয়াই থকাৰ তাড়নাত প্ৰতিনিয়ত যুঁজিছো এখন অসুখীয়া পৃথিৱীৰ লগত। এতিয়া সংগী ধুমুহা আৰু এচমকা ক'লা ডাঁৱৰ।

📢 *Call for Research Papers – July 2025 Edition*IJIRSSC – International Journal of Interdisciplinary Research in Science...
10/06/2025

📢 *Call for Research Papers – July 2025 Edition*
IJIRSSC – International Journal of Interdisciplinary Research in Science, Society and Culture
(ISSN: [Insert ISSN Here] | Peer-Reviewed | High Impact Factor | Indexed | Online & Print)

We are pleased to invite academicians, researchers, scholars, and professionals to submit their original and unpublished research papers for the July 2025 Issue of the IJIRSSC – a prestigious international peer-reviewed journal known for its scholarly excellence and interdisciplinary approach.

🔍 *About IJIRSSC:*
IJIRSSC is a high-impact international research journal that bridges the gap between science, society, and culture. We publish cutting-edge research that contributes to academic knowledge and real-world applications across disciplines including:

Science & Technology

Social Sciences

Humanities & Cultural Studies

Environmental and Sustainability Studies

Education, Management, Law, and more.

🌍 *Key Highlights:*
High Impact Factor & Global Indexing

Double-Blind Peer Review

Open Access (Online) + Hard Copy (Print) Publication

Digital Certificate of Publication

📅 *Important Dates:*
Submission Deadline: June 30, 2025

Notification of Acceptance: Within 7–10 days of submission

Publication Date: July 15, 2025 (Online), July 30, 2025 (Print)

📬 *How to Submit:*
Submit your manuscript in MS Word format to: [email protected]
For author guidelines and more details, visit: www.ijirssc.co.in

Contribute to knowledge that transcends boundaries. Submit your paper to IJIRSSC and be part of a global scholarly dialogue!

🌍✨ Thank You to “The Assam Rising” Newspaper! ✨🌍We are extremely grateful to The Assam Rising for covering our activitie...
07/06/2025

🌍✨ Thank You to “The Assam Rising” Newspaper! ✨🌍

We are extremely grateful to The Assam Rising for covering our activities on Environmental Day! 🌱🌿

On this special day, we came together with our community to raise awareness and take action toward a healthier planet. From tree planting to clean-up drives, we believe every small step can make a big difference in preserving our environment. And having our efforts recognized by a renowned publication like The Assam Rising is truly an honor! 📰

A big thank you to the entire team at The Assam Rising for shedding light on our work and helping to amplify the message of sustainability. This coverage not only motivates us but also inspires others to take action in their own communities. Let's continue to work together for a greener future! 🌏💚

কাম কৰি ভালপোৱাৰ বাবেই আজি এনেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালকৰ কায্যালয়ৰ পৰা মহাবিদ্যালয়ৰ চৌহদলৈ…
06/05/2025

কাম কৰি ভালপোৱাৰ বাবেই আজি এনেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালকৰ কায্যালয়ৰ পৰা মহাবিদ্যালয়ৰ চৌহদলৈ…

মোৰ লগত বহুত ফটো উঠা বাইদেউজনী (গৰাকী) ড° ৰ’জী পটংগীয়া ৷
03/05/2025

মোৰ লগত বহুত ফটো উঠা বাইদেউজনী (গৰাকী) ড° ৰ’জী পটংগীয়া ৷

যাক মই ভালপোৱাৰ লগতে সন্মান কৰো বহুত  (ড° কৰৱী গোস্বামী ৷)
03/05/2025

যাক মই ভালপোৱাৰ লগতে সন্মান কৰো বহুত (ড° কৰৱী গোস্বামী ৷)

নন্দিনীৰ পৃষ্ঠাত নিজক এনেদৰে দেখি মনটো ভাল লাগি গ'ল । খবৰটো একমাহৰ পুৰণা । এপ্ৰিল মাহৰে খবৰ। বিহুৰ ব্যস্ততা,  দৈনন্দিন ক...
03/05/2025

নন্দিনীৰ পৃষ্ঠাত নিজক এনেদৰে দেখি মনটো ভাল লাগি গ'ল । খবৰটো একমাহৰ পুৰণা । এপ্ৰিল মাহৰে খবৰ। বিহুৰ ব্যস্ততা, দৈনন্দিন কামৰ চাপৰ বাবে মন গ'লেও কেতিয়াবা কিছুমান কাম কৰা সম্ভৱ হৈ নুঠেগৈ। তাৰ মাজতে কেতিয়াবা কিছুমান 'পোষ্ট আপডেট' দি ভাল পাওঁ মনৰ হেপাহত.আৰু কেতিয়াবা দায়িত্বৰ খাতিৰত ।

02/05/2025
27/03/2025

প্ৰজাপতি
কি পালা আৰু কি হেৰুৱালা তুমি !

25/03/2025

Only for Love , Honour and Pray.

23/03/2025
29/11/2023

#অনুৰণন ১

===১===
দুপৰীয়া কেণ্টিনত লান্সৰ নামত কিবা অকণ হুৰ-মুৰকে পেটত ভৰোৱাৰ পিছতেই মাধবীলতাই নানানটা কথা ভাবিবলৈ ধৰিলে । সাধাৰণতে ব্যক্তিগত কামৰ মানুহখিনিক এইখিনি সময়তে লগ কৰে তাই ।আজি অলপতে অহা মানুহজনে দি যোৱা পাঁচশ টকাৰ বান্দিলটো হাতত লৈ তাই ভাবিবলৈ ধৰিলে আঁচলতে তাইৰ জীৱনটোত ক'ত কি হৈ গ'ল । মেধাৱী হিচাপে নাম থকা মাধৱীলতাই আশাকৰামতে একো কৰিব পৰা নাছিল ঘৰৰ কিছুমান অসুবিধাত পৰি। প্ৰতিশোধৰ ক্ষন্তেকীয়া উন্মাদনাই উন্মনা কৰি তোলা সময়খিনিক সৃষ্টিৰ এখন সেউজপথাৰলৈ ৰূপান্তৰিত কৰি ডঃ মাধবীলতা হোৱা ছোৱালীজনীয়ে আজি মাননী দিয়া মানুহজনক কবহে নোৱাৰিলে যে প্ৰথম পুৰস্কাৰ প্ৰাপ্ত কাহিনীটোৰ নায়িকা গৰাকী এই পইছা লোৱা গৰাকীয়ে ।

===২===
মন্দিৰৰ সেই বিশেষ ঠাই ডোখৰত বহি বিশিষ্ট সাহিত্যিক পদ্মিনী বৰুৱাই ভাবিবলৈ ধৰিলে কেনেকৈ সেই নীৰৱচ্ছিন সংঘাতবোৰে তেওঁক শাৰীৰিক আৰু মানসিক ভাবে অৱসাদগ্ৰস্ত কৰি তুলিছিল । মালবাহী ট্ৰেইনখনৰ মজিয়াৰ একোণত বহি অজ্ঞাত যাত্ৰা কৰোতেই তেওঁ বুজি উঠিছিল "আত্মগোপন কৰিবলৈ কেতিয়াবা সামাজিক প্ৰস্থিতি এৰিব লগা হ'য়।

===৩===
ৰাতিটো নিদ্ৰাহীনতাত কটোৱা শেৱালীয়ে পুৱা মোৱাইলৰ স্ক্ৰীনত সময় চাওঁতে দেখে যে আজি সেই বিশেষদিনটো । নাভাবো বুলি ভবা কথাবোৰে বাৰে বাৰে আমনি কৰিবলৈ ধৰাত তাইৰ অনুভৱ হ'ল বুকুৰ বিষটো যেন লাহে লাহে বাঢ়িবলৈ ধৰিছে। লাহেকৈ হাতত পিন্ধিথকা আঙুঠিটো পুখুৰীটোলৈ দলিয়াই তাই নিজকে মুক্ত অনুভৱ কৰাত ভাবিলে "স্বাভীমানতকৈ সোন-হীৰা একো ডাঙৰ হ'ব নোৱাৰে" ।

16/08/2023

জীৱন অনন্য।
জীৱন কবিতা নহ'য়, জীৱন সাহিত্যও নহ'য় ।
সময়ৰ লগত নিজৰ স্থিতিস্থাপকতা অটুট ৰাখিব পৰাটোহে জীৱন ।
🖌 কোনো অমৰ নহ'য় ।
🖊 জীয়াই থকালৈহে জীৱন ।
🎤 মোৰ ভাল লগাটো আনৰ ভাল
নালাগিবও পাৰে।
🎤 আটাইতকৈ ডাঙৰ কথাটো হৈছে সকলো
কথাই সহজভাৱে লব পৰাটো ।

Address

North Gauhati

Alerts

Be the first to know and let us send you an email when Lakhimi Gogoi-Dhulikona posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Lakhimi Gogoi-Dhulikona:

Share