30/03/2023
******জীৱন সমীক্ষা ___।।
চৰাইজনীয়ে জীয়াই থাকোতে
পৰুৱাবোৰক খাই ...কিন্তু মৃত্যু হোৱাৰ পাচত পৰুৱাবোৰে
চৰাইজনীক খাই ।
সেয়ে সকলোৱে মনত ৰখা উচিত যে সময় আৰু স্থিতি
যিকোনো মুহূৰ্তত সলনি হ'ব পাৰে !!!
গতিকে আমি কেইটামান সৰু সৰু অথচ দৰকাৰী কথা মন কৰিব
লাগে ---
১ / কেতিয়াও কাকো অপমান নকৰিবা ।
২ / কেতিয়াও কাকো হীন জ্ঞান নকৰিবা ।
৩ / তুমি শক্তিশালী হব পাৰা ...কিন্তু তোমাতকৈয়ো
শক্তিশালী সময় ।
************************
এজোপা গছৰ পৰা লাখতকৈয়ো অধিক জুইশলাৰ কাঠি বনাব
পাৰি । কিন্তু এটা কাঠিৰেই তেনেকুৱা এখন কাঠনী
জ্বলাই দিব পাৰে
***********************.. কোনোবাই যিমানেই মহান হবলৈ চেষ্টা নকৰক কিয় ,
প্ৰকৃতিয়ে নকৰালৈকে তেওঁ কেতিয়াও মহান হব নোৱাৰে
। কেনেকৈ চাওকচোন ....
১ / কুলি চৰাইজনীক সুন্দৰ কন্ঠ দিছে , কিন্তু ৰূপটো
নিদিলে !!
২ / দেখিবলৈ সুন্দৰ বনালে ময়ূৰ চৰাইক , কিন্তু ইচ্ছা শক্তি
নিদিলে ।
৩ / ইচ্ছা শক্তি দিছে মানুহক , কিন্তু কেতিয়াও সন্তোষ
নিদিলে ।
৪ / সন্তোষ দিলে সাধু সন্তক , কিন্তু সংসাৰৰ ( গৃহস্থী ) সুখ
কেতিয়াও নিদিলে ।
৫ / সংসাৰ চলাই দেৱ-দেৱতাই , কিন্তু মুক্তি নহ'ল
তেওঁলোকৰ ।
**************************.. মানুহে কেতিয়াও নিজকলৈ অহংকাৰ কৰিব নেপায় ।
কাৰণ ভগৱানে মানুহক মাটিৰেই গঢ়িছে আৰু মাটিতেই
মিলাই দিছে ...
মানুহ সদায় তিনিটা বস্তুৰ কাৰণে বেছিকৈ আগ্ৰহী ।
১ / নিজৰ এটা উচ্চ পৰ্য্যায়ৰ নাম হওঁক ।
২ / নিজৰ পোচাকযোৰ ধুনীয়া হওঁক আৰু ...
৩ / নিজৰ ঘৰখন সকলোৰে চকুত লগা হওঁক ।
কিন্তু মানুহজনৰ মৃত্যুৰ লগে লগেই ভগৱানে সেই তিনিটা
নামকেই প্ৰথম সলনি কৰে এনেকৈ ....
১ / নাম ( স্বৰ্গীয় )
২ / পোচাক ( কফিন ) আৰু
৩ / ঘৰ ( শ্মশান )
'' সচাকৈয়ে এই কেইটা আমাৰ জীৱনৰ অপ্ৰিয় সত্য , কিন্তু আমি
সদায় মানি লবলৈ টান পাওঁ । আপোনালোকৰ মতামতবোৰ
কওঁকচোন , যদি আপোনাৰ এই কথাখিনি ভাল লাগিল,
তেন্তে শ্বেয়াৰ কৰিব।।।