মিনেশ্বৰ ZG

মিনেশ্বৰ ZG ❥❥━──➸➽❂❥❥━──➸➽
WELCOME TO MY PROFILE
জুবিন অনুৰাগী
বিতৰ্ক পৰা দূৰত
জয় জুবিন দা
জয় আই অসম
ধন্যবাদ

Happy birthday 🎈🎂 Papon Da..Papon
24/11/2025

Happy birthday 🎈🎂
Papon Da..
Papon

Happy birthday Zubeen da 🎂🎉 Miss you King 👑 💔Zubeen Garg
17/11/2025

Happy birthday Zubeen da 🎂🎉
Miss you King 👑 💔
Zubeen Garg

10/11/2025

জুবিন দাৰ সপোন – “ৰৈ ৰৈ বিনালে”
সম্পূৰ্ণ ভাৰতজুৰি এক ধুমুহাৰ দৰে চলি আছে! ৰাইজে হিয়া উজাৰি মৰমেৰে ছবিখন গ্ৰহণ কৰিছে | কিন্তু দুৰ্ভাগ্যবশত, কিছুমানে piracy কৰি জুবিন দাৰ এই সপোনক ভাঙিব চেষ্টা কৰিছে। আপুনি যদি জুবিন দাৰ প্ৰকৃত অনুৰাগী, তেন্তে অনুগ্ৰহ কৰি Piracy নকৰিব, আৰু আন কোনোবাই কৰা দেখিলে লগে লগে বন্ধ কৰাত সহায় কৰক। Cassette, VCD Industry ইতিমধ্যে Piracy ৰ বাবে শেষ হৈ গ’ল। আজিও যদি আমি সচেতন নহওঁ, অসমীয়া চিনেমা industry এদিন একে পথলৈ যাব।
জুবিন দাই সদায়ে Piracy ৰ কঠোৰ বিৰোধিতা কৰি আহিছে |
সেয়ে আহক, আমাৰ ভাষা, আমাৰ সংস্কৃতি আৰু আমাৰ জুবিন দাৰ সপোন ৰক্ষা কৰোঁ — Piracy ৰ বিৰুদ্ধে একত্ৰিত হওঁ 🙏

05/11/2025

03/11/2025
Good morning
31/10/2025

Good morning

30/10/2025

লখিমপুৰ ঘিলামৰা অন্তিমতো প্ৰগেম জুবিন দা।
Miss you dada..🥹

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when মিনেশ্বৰ ZG posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to মিনেশ্বৰ ZG:

Share