05/06/2025
অসম কেবিনেটৰ বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ....
🔹 শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে ৪০০ কোটি টকা
🔹 ডিমা হাছাওত পথ নির্মাণৰ বাবে ৩৮৭৫ কোটি টকা অনুমোদন
🔹 কল্যাণমূলক পদক্ষেপৰ বাবে ১৪৫০ কোটি টকা অনুমোদন
🔹 বিটিআৰ উন্নয়নৰ বাবে ৮৪৩ কোটি টকা
🔹জীৱন অনুপ্রেৰণা আঁচনিত অনুমোদন
🔹 এফ পি অ’ক উৎসাহ প্রদান