VISION LAKHIMPUR

VISION LAKHIMPUR খবৰ আৰু বিনোদনধৰ্মী পৃষ্ঠা
(4)

📍লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ পৰিচালনা আৰু উন্নয়ন সমিতি গঠন📍 বিধায়ক মানৱ ডেকাক সভাপতিৰ দায়িত্ব
27/08/2026

📍লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ পৰিচালনা আৰু উন্নয়ন সমিতি গঠন
📍 বিধায়ক মানৱ ডেকাক সভাপতিৰ দায়িত্ব

📍নাৰায়ণপুৰৰ ভোগপুৰত ভয়ংকৰ পথ দু*ৰ্ঘটনা
27/08/2026

📍নাৰায়ণপুৰৰ ভোগপুৰত ভয়ংকৰ পথ দু*ৰ্ঘটনা

27/08/2026

⚠️অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোতে সাৱধান! লখিমপুৰৰ ধলপুৰত এজন যুৱকে ১৫০০ টকাৰ দৰব অৰ্ডাৰ কৰি খালে ৰাম ঠগন। ভিতৰত দৰবৰ সলনি ওলাল এয়া...

27/08/2026

📍হাতে হাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ, মিঠাতেল আদিৰ ছবিলৈ ৰাজপথলৈ ওলাই আহিল শতাধিক আছু কৰ্মী
📍লখিমপুৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ বিক্ষোভ সমদল

📍 মূল্যবৃদ্ধিৰ প্ৰতিবাদত ২৭ আগষ্টত আছুৰ বিক্ষোভ কাৰ্যসূচী
26/08/2026

📍 মূল্যবৃদ্ধিৰ প্ৰতিবাদত ২৭ আগষ্টত আছুৰ বিক্ষোভ কাৰ্যসূচী

26/08/2026

📍"মিংমাং বদটিত সংঘটিত ঘটনা অসম অৰুনাচলৰ দুখন ৰাজ্যৰ সীমা সমস্যা নহয়!"
📍"১০ আগষ্টত সংঘটিত ঘটনা অৰুনাচলৰ ছিমে গাঁও আৰু বদতি গাঁৱৰ কেইজন মান লোকৰ মাজত সংঘাত।"
📍গোগামুখত TMPK সাধাৰণ সম্পাদক ছান দঞী পাঙিংয়ে সাংবাদ মেল সম্বোধন কৰি ঘটনা সন্দৰ্ভত এনেদৰে কয়...

26/08/2026

'ইয়াৰ ভিতৰত কি আছে?'
নাৰায়ণপুৰৰ পাণবাৰীত বুজন পৰিমাণৰ গাঞ্জা সহ দুই যুৱকক আটক

25/08/2026

📍নিজৰ সৰু ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰয়াস উচ্চ শিক্ষিত এগৰাকী যুৱতীৰ
📍লখিমপুৰৰ পদুমণি আইথানৰ সমীপতে ৰাস্তাৰ কাষত সপোন ৰচিছে কণমনি চুংক্ৰাই

📍নাৰায়ণপুৰৰ পাণবাৰীত বুজন পৰিমাণৰ গাঞ্জা সহ দুই যুৱকক আটক
25/08/2026

📍নাৰায়ণপুৰৰ পাণবাৰীত বুজন পৰিমাণৰ গাঞ্জা সহ দুই যুৱকক আটক

25/08/2026

📍ৰাতি 9বজাৰ পৰা ৰাতিপুৱালৈকে নাথাকে কাৰেন্ট
📍লখিমপুৰৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ওলাই আহিল আছু

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when VISION LAKHIMPUR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share