The Legend of Assam

The Legend of Assam মোৰ দুখ-যন্ত্ৰনা মই কাৰো সৈতে ভগাব নিবিচাৰো।

08/07/2025

বাংলাদেশী গেদাৰ উৎপাত।....

10/06/2024

ভালপোৱা বা প্ৰেম কৰাটো কোনো ডাঙৰ কথা নহয় .. ইয়াত কোনো ধৰণৰ অপৰাধ নাই .. অপৰাধ তেতিয়া হয় যেতিয়া সেই সম্বন্ধ বোৰক তুমি বিশ্বাসঘাটকতাৰ ৰূপ দিবা .. এখন কোমল হৃদয়ৰ সেই নিস্বাৰ্থ প্ৰেমক আঘাত হানিবা ..
প্ৰেমত বিশ্বাস অথবা বুজাবুজি এই সকলো নিশ্চয়কৈ লাগে ... কিন্তু এখন হৃদয়ৰ যেতিয়া সহস্ৰ সপোন বোৰ তুমি ভাঙি চোৰ মাৰ কৰিবা .. তেতিয়া হয়টো তাই বা তেওঁ ভৱিষ্যতে আগুৱাই যাবলৈ কিবা ভয় ভয় কৰিব .. নিজক কেনেকৈ সান্তনা যাচিব হয়টো তেওঁৱেই কল্পনা কৰিব নোৱাৰিব । আনৰ পৰা সদায় লুকাই থাকিবলৈ যত্ন কৰিব ... নিজ বুলিবলৈ জীৱনৰ সেই স্মৃতি কোঠালিত মাথোঁ বেদনাই আগুৰি পৰিব .. আৰু সদায় নিজকেই দুখাৰূপ কৰিব .. হয়টো মই প্ৰেমত পৰিবই নালাগিছিল .. মোৰ বাবে প্ৰেম যেন এক সীমাহীন যান্ত্ৰণা ।

18/04/2024
With Barsa Roy Banerjee – I just got recognized as one of their top fans! 🎉
18/04/2024

With Barsa Roy Banerjee – I just got recognized as one of their top fans! 🎉

26/03/2024

Can i be your ovimani jun?🌚🫶

22/03/2024

Boys holi celebration be like🤣

13/03/2024

Parinda🕊

12/03/2024

অসমীয়া সদায় এক হৈ থাকিব লাগিব জয় আই অসম ।✊️

Address

North Lakhimpur

Opening Hours

9am - 3pm

Website

Alerts

Be the first to know and let us send you an email when The Legend of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category