Luit Lens

Luit Lens Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Luit Lens, News & Media Website, Lakhimpur, North Lakhimpur.

ডলাৰৰ বিপৰীতে টকাৰ মূল্য বৃদ্ধি৪ পইচা বৃদ্ধি হৈ ৯৪.৩৯ টকা প্ৰতি ডলাৰত উপনীত ভাৰতীয় টকা
07/09/2026

ডলাৰৰ বিপৰীতে টকাৰ মূল্য বৃদ্ধি

৪ পইচা বৃদ্ধি হৈ ৯৪.৩৯ টকা প্ৰতি ডলাৰত উপনীত ভাৰতীয় টকা

📌 ৰাছিয়াৰ বিৰুদ্ধে যু*দ্ধৰ ব্যয় বহন কৰিবলৈ  প*ৰ্ণ*গ্ৰা*ফী বৈধ কৰাৰ বিবেচনা ইউক্ৰেইনৰ📌 দেশখনৰ সংসদত প*ৰ্ণ*গ্ৰাফী উদ্যোগক ...
07/09/2026

📌 ৰাছিয়াৰ বিৰুদ্ধে যু*দ্ধৰ ব্যয় বহন কৰিবলৈ প*ৰ্ণ*গ্ৰা*ফী বৈধ কৰাৰ বিবেচনা ইউক্ৰেইনৰ

📌 দেশখনৰ সংসদত প*ৰ্ণ*গ্ৰাফী উদ্যোগক আইনগত স্বীকৃতি দি ইয়াৰ পৰা কৰ সংগ্ৰহৰ প্ৰস্তাৱ উত্থাপন

📌 ইয়াৰ পৰা বছৰি আহৰণ কৰা হ'ব প্ৰায় ২ কোটি ৫০ লাখ ডলাৰ ৰাজহ

📌 এই ধন যু*দ্ধৰ বাবে প্ৰয়োজনীয় সামৰিক সা-সৰঞ্জাম আৰু ড্ৰ’ন ক্ৰয়ত ব্যৱহাৰ কৰাৰ পৰিকল্পনা

03/08/2026

বিজেপিৰ দুৰ্গ দখল কৰাৰ পিছতে প্ৰশান্ত কিশোৰৰ প্ৰথম প্ৰতিক্ৰিয়া

03/07/2026

তৃতীয়বাৰৰ বিবাহক লৈ আমিৰ খানৰ মন্তব্য-

"অহা ৫ জুলাই বিবাহপাশত আৱদ্ধ হ'ম। ঘনিষ্ঠ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱক লৈ ঘৰতে বিয়াখন অনুষ্ঠিত হ'ব। সকলোৰে আশীৰ্বাদ আৰু শুভকামনা বিচাৰিছোঁ। আশা কৰোঁ, আমি আজীৱন সুখে-শান্তিয়ে একেলগে থাকিব পাৰিম।"

🔴 ১ জুলাইৰ পৰা সলনি হ'ব ইন্ধনৰ ৰপ্তানিৰ কৰ🔴 পেট্ৰ'লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ১.৫০ টকাৰ পৰা ৪ টকালৈ বৃদ্ধি🔴 ডিজেলৰ ৰপ্...
30/06/2026

🔴 ১ জুলাইৰ পৰা সলনি হ'ব ইন্ধনৰ ৰপ্তানিৰ কৰ

🔴 পেট্ৰ'লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ১.৫০ টকাৰ পৰা ৪ টকালৈ বৃদ্ধি

🔴 ডিজেলৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ১৪ টকাৰ পৰা ৮.৫০ টকালৈ হ্ৰাস

🔴 বিমানৰ ইন্ধনৰ ক্ষেত্ৰত প্ৰতি লিটাৰত ১২.৫০ টকাৰ পৰা ৭.৫০ টকালৈ হ্ৰাস৷

🔴 ইৰাণৰ ৰাষ্ট্ৰপতি ড° মাছুদ পেজেস্কিয়ানৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ🔴 পশ্চিম এছিয়াৰ শেহতীয...
30/06/2026

🔴 ইৰাণৰ ৰাষ্ট্ৰপতি ড° মাছুদ পেজেস্কিয়ানৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

🔴 পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা দুয়োৰে

🔴 সকলো সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ মোডীৰ

🔴 অঞ্চলটোত স্থায়ী শান্তি, স্থিৰতা আৰু নৌ-চলাচল তথা বাণিজ্যৰ স্বাধীনতা সুৰক্ষিত ৰখাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ প্ৰধানমন্ত্ৰী মোডীৰ

Japan Prime Minister's Assam visit may be cancelled.
23/06/2026

Japan Prime Minister's Assam visit may be cancelled.

28/04/2026

ভগ্নীৰ মৃ/তদেহ কান্ধত লৈ বেংকলৈ ওড়িশাৰ জিতু মুণ্ডা৷
ভনীয়েকৰ বেংক একাউন্টৰ ধন উলিয়াব বিচাৰিছল লোকজনে৷
বেংক কৰ্তৃপক্ষই মৃ/ত্যুৰ প্ৰমাণপত্ৰ বিচৰাৰ ফলত স/মাধি খান্দি ভনীয়েকৰ কং/কা/ল লৈ বেংক পালেগৈ জিতু মুণ্ডা৷

22/04/2026

সন্তানৰ চিকিৎসাৰ বাবে গৈ আছিল চিকিৎসকৰ ওচৰলৈ৷

বিজেপিৰ প্ৰতিবাদৰ ফলত সন্তানসহ পিতৃ আৱদ্ধ হৈ পৰিল ৰাজপথত৷

ক্ষোভিত পিতৃ এইদৰে তৰ্কত লিপ্ত হ'বলগীয়া হ'ল আৰক্ষীৰ সৈতে৷

ৰন্ধন গেছৰ চিলিণ্ডাৰ কেৱল অনলাইন বুকিং কৰিবলৈ আহ্বান ভাৰত চৰকাৰৰ৷এজেন্সিলৈ নাযাবলৈ আহ্বান৷
06/04/2026

ৰন্ধন গেছৰ চিলিণ্ডাৰ কেৱল অনলাইন বুকিং কৰিবলৈ আহ্বান ভাৰত চৰকাৰৰ৷
এজেন্সিলৈ নাযাবলৈ আহ্বান৷

Address

Lakhimpur
North Lakhimpur
784164

Website

Alerts

Be the first to know and let us send you an email when Luit Lens posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share