The Thrifty Traveler

The Thrifty Traveler अंतः अस्ति प्रारंभ

29/07/2025
27/07/2025

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!

আৰ. কে বৰা

আজি পবিত্ৰ শাওন মাহৰ দ্বিতীয়টো সোমবাৰ সকলোএ "হৰ হৰ মহাদেৱ" লিখক ll🕉️
21/07/2025

আজি পবিত্ৰ শাওন মাহৰ দ্বিতীয়টো সোমবাৰ
সকলোএ "হৰ হৰ মহাদেৱ" লিখক ll🕉️

19/07/2025

Embracing the divine spirit of Lord Shiva, followers of Kedarnath come together to spread positivity and inspiration.

जय श्री केदार 🙏
19/07/2025

जय श्री केदार 🙏

18/07/2025

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

Refreshing mind with Nature
17/07/2025

Refreshing mind with Nature

28/01/2025

Refreshing mind with nature

01/01/2025

সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ ২০২৫ ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

সকলোৰে জীৱনলৈ নতুন বৰ্ষটোৱে সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক, তাকেই কামনা কৰিছোঁ।

Wishing you all an year filled with happiness, success, and good health. Cheers to the new start. Happy New Year 2025

গছবোৰৰ গাত এই হালধীয়া  চিনবোৰ গছবোৰক হত্যাৰ আগজাননী ৷দীঘলী পুখুৰীৰ পাৰৰ এই গছবোৰক হত্যাৰ আগজাননী দিছে অসম চৰকাৰে ৷ ২৫ জো...
29/10/2024

গছবোৰৰ গাত এই হালধীয়া চিনবোৰ গছবোৰক হত্যাৰ আগজাননী ৷দীঘলী পুখুৰীৰ পাৰৰ এই গছবোৰক হত্যাৰ আগজাননী দিছে অসম চৰকাৰে ৷ ২৫ জোপা গছ কটা হ’ব এনেদৰে ৷
তাৰপাছত জাননী নিদিয়াকৈ আৰু যে কটা হ’ব কিমান গছ ...

গীনিজ বুকুত হয়তো ঠাই ল’বলৈ গৈ আছে গুৱাহাটীয়ে আটাইতকৈ গছ কটা চহৰ হিচাপে চিন্হিত হ’বলৈ...
কৌন বনেগা ক্ৰোৰপতিত অমিতাভ বচ্চনে এতিয়া প্ৰশ্ন সুধিব _ গছ নোহোৱা একমাত্ৰ চহৰখনৰ নাম কি ?

চৰকাৰে এবাৰ সুধিছিলনে গুৱাহাটীবাসীক যে গছ লাগিব নে উৰণীয়া সেতু ?

গছবোৰে ক্ষোভত মুখৰ ভিতৰতে
ভোৰভোৰাই আছে _
“ চুপ ! যিসকলে মোক কাটিবলৈ আহিছ
তহঁত নিৰ্দয় , সেউজীয়া ধ্বংসকাৰীবোৰে
কেতিয়াও মোৰ নাম ন’লবি ৷
কেতিয়াও উচ্চাৰণ নকৰিবি ’ গছ’ নামৰ শব্দটি ৷
তহঁতৰ ঘৰৰ চৌহদত যদি গছ আছে , সকলো কাটি
শেষ কৰিবি ৷
মই কেবল তহঁতৰ বাগিছাৰ সৌন্দৰ্য বঢ়োৱা
বস্তু নহয় ৷
সাধাৰণ মানুহক ছা দিব পাৰিলেহে মোৰ আনন্দ ৷ ...

গছবোৰে ভোৰভোৰাই আছে
সিহঁতৰ গাত হত্যাৰ আগজাননী ....

কি কৰুণ দৃশ্য দেখিছেনে ?

( বিশিষ্ট কবি নীলিম কুমাৰৰ ফেচবুক ৱালৰ পৰা )

14/10/2024

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ উপলক্ষে কমলপুৰ ৰাইজৰ সৌজন্যত ৰঘুকুলমনি শিল্পী সমাজৰ পৰিচালনাত মঞ্চস্থ কৰা "বান পৰাজয় হৰি হৰ যুদ্ধ" নাটকত মোৰ ভাইটি নাৰদৰ চৰিত্ৰত অভিনয় কৰিছিল ।

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when The Thrifty Traveler posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Thrifty Traveler:

Share