Bondona Vlogs & Review

Bondona Vlogs & Review নমস্কাৰ, মোৰ পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ ।ভিডিঅসমূহ চাই ভাল পালে পেজটো Follow কৰিবলৈ নাপাহৰিব ।

Google Gemini ত নিজৰ ফটো বনাই চাইছেনে আপুনি ?trendingpost
12/09/2025

Google Gemini ত নিজৰ ফটো বনাই চাইছেনে আপুনি ?

trendingpost

02/09/2025

Helpful video - আপুনি ,মই সকলোৱে Flipkart app ৰ পৰা বস্তু অৰ্ডাৰ কৰোঁ । সেই একেটা App ত য়েই থকা 12 minutes ৰ পৰা বজাৰ কৰি পাইছেনে ? যদি আজি লৈ জনা নাই তেনেহ'লে এই ভিডিঅ'টি আপোনাৰ কাৰণে ।
Flipkart Minutes ত মাত্ৰ ৯ টকাত আলু,পিয়াজ ,বিলাহী ,জলকীয়া ………. Flipkart

সোণৰ নেকলেচ দুডাল কেনেকুৱা লাগিছে বাৰু ? ধুনীয়া ধুনীয়া ভিডিঅ পাবলৈ পেজটো Follow কৰিবলৈ নাপাহৰিব ।
30/08/2025

সোণৰ নেকলেচ দুডাল কেনেকুৱা লাগিছে বাৰু ?

ধুনীয়া ধুনীয়া ভিডিঅ পাবলৈ পেজটো Follow কৰিবলৈ নাপাহৰিব ।

29/08/2025

Rattnanjalee ৰ ধুনীয়া ধুনীয়া সোণ,ৰূপ ,ডায়মণ্ডৰ অলংকাৰ ।। চেইন ,খাৰু ,নেকলেচ সকলোখিনি ।। লগতে আছে অফাৰৰ উপৰি অফাৰ। আপুনি গহনা কিনি স্কুটী ,ফ্ৰীজ,টিভিৰ গৰাকী হৈ যাবও পাৰে ।

Address - Rattnanjalee Lokhra Rd, Odalbakra, Lal Ganesh, Guwahati, Assam 781034

14/08/2025

Zudio ত চলি আছে Sale , অফিচৰ পৰা বাহিৰে বাহিৰে পালোগৈ Silpukhuri ত থকা Zudio ত

10/08/2025

Nykaa Haul

06/04/2025

বিহুৰ বজাৰ কৰিলেনে আপুনি , যদি কৰা নাই আৰু যদি আপুনি গুৱাহাটীৰ হয় ফাঁচীবজাৰৰ এই দোকানখনলৈ আহক ।কম দামীৰ পৰা দামীলৈকে সকলো ধৰণৰ মেখেলা-চাদৰ পাব। লগতে আপোনালোকে যদি ব্যৱসায় ( business )কৰিম বুলি ভাবি আছে তেতিয়াও তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে ।ভিডিঅ'টি ভাল পালে Share কৰিব । Address -S.K Synthetics ,Shop no -2Poddar market ,Fancy bazar

New video …..  Latest Gold Plated Jewellery Designs | ShreeHari Bridal Jewellery | Gold Polish Jewellery Kolkatahttps://...
05/04/2025

New video …..

Latest Gold Plated Jewellery Designs | ShreeHari Bridal Jewellery | Gold Polish Jewellery Kolkata

https://youtu.be/cx8chgKh14A

ShreeHari Gold Plated Jewellery Kolkata | ShreeHari Bridal Jewellery | Gold Polish Jewellery Kolkata | Shreehari Jewellery Showrooms in Kolkata |website : ww...

20/03/2025

ব‍িয়াৰ বাবে সোণৰ গহনা কিনাৰ কথা ভাবি আছে নেকি…আজি আপোনালোকলৈ লৈ আহিছো 40 হাজাৰৰ পৰা ১১ লাখলৈকে কইনাৰ ধুনীয়া ধুনীয়া নেকলেচ ।

23/02/2025

6,500 টকাৰ পৰাই আৰম্ভ সোণৰ অলংকাৰ ।

Address

North Lakhimpur

Telephone

+919531022909

Website

Alerts

Be the first to know and let us send you an email when Bondona Vlogs & Review posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share