Pakhi

Pakhi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pakhi, Digital creator, North Lakhimpur.

21/09/2023

11/09/2023

অসমৰ এজন জনপ্ৰিয় কৌতুক অভিনেতা । তেখেতক জলবিদ্যুৎ প্ৰকল্প নালাগে,কিন্তু কাৰেণ্ট লাগে ৷ জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ বিৰোধিতা কৰি আপুনিয়ে আন্দোলন কৰিছিল মহাশয় ৷ আপুনাৰ ঘৰত কেইটা AC আছে ৰাইজক কৈ দিয়ক ৷ এখেতক মুখ্য-মন্ত্ৰীৰ দায়িত্বভাৰ অতি সোনকালেই দিব লাগে ৰাইজে, অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ বোলে তেওঁৰ শেষ আৰু ডাঙৰ ইচ্ছা। তেওঁহে বোলে সোণৰ অসম গঢ়িব পাৰিব। গতিকে দেৰি নকৰিব ৰাইজ অহা বাৰ অখিলুদ্দিন গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰক আৰু সোণৰ অসম গঢ়ক।

#অখিলগগৈ

11/09/2023

Karan Arjun movie best action scene

06/09/2023


31/08/2023

Best movie

31/08/2023

*Dergaon ডায়েৰী*
নং : 1463
নাম : Pakhi Hazarika
ঠিকনা : Lakhimpur
দূৰ্গা পূজাৰ উপলক্ষে সদৌ অসম ভিক্তিত এখন ফটো প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷
আমাৰ নম্বৰ :7002240041
আপোনাৰ ফটো কপি আমাৰ নম্বাৰত পঠাব পাৰিব৷
ঘৰতে থাকি আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক ৷
*প্ৰতিযোগিতাৰ নিয়ম*
১)আমাৰ Dergaon ডায়েৰী পেজখন Follow আৰু Like কৰিব লাগিব ৷
তাৰ পৰা পাব =৫ টা ভোট লিংক 👇🏻
https://www.facebook.com/profile.php?id=100063728319580&mibextid=ZbWKwL

🏆---------------
*উপহাৰ* : ১/ প্ৰথম পুৰস্কাৰ : 2000 টকা আৰু এখন মানপত্ৰ
২/ দ্বিতীয় পুৰস্কাৰ ১০০০ টকা ,এখন মানপত্ৰ
৩/ তৃতীয় পুৰস্কাৰ ৫০০ টকা ,
এখন মানপত্ৰ

(বিজয়ী তিনিগৰাকীৰ কিবা প্ৰতিভা থাকিলে আমাৰ পেজৰ জড়িয়তে প্ৰচাৰ কৰাৰ সুবিধা পাব )
-----------
_______
২) *ফটো খনত*
১ টা like ২ টা ভোট ।
১ টা share ৩ টা ভোট
___________
৩/ সাজযোৰ মাৰ্জিত হ’ব লাগিব ।
৪/ ফটো খন উন্নত মানদণ্ডৰ হব লাগিব।
৫/ফটো খনৰ লগত নিজৰ নাম আৰু ঠিকনা লিখি পঠাব লাগিব ৷
৬/ চেলফি গ্ৰহণ যোগ্য নহয় ।
৭/ ফটো পঠিওয়াৰ সময় ৮ জুলাইৰ পৰা ১০ অক্টোবৰ লৈকে ৷
৮/ ভোট আৰু বিচাৰকৰ ৫০+৫০ % জৰিয়তে বিজয়ী ঘোষণা কৰা হব ।
লগতে
বিচাৰকৰ সিদ্ধান্তই অন্তিম সিদ্ধান্ত।
ধন্যবাদ

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Pakhi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pakhi:

Share