Moina Q Entertainment

Moina Q Entertainment Digita Creator.. Promotions, Collaboration DM [email protected]
https://youtube.com/?featur
(1)

02/11/2025

জুবিন গাৰ্গে তোমাৰ দেউতাৰ বন্ধু, তুমি তুমি তেখেতৰ নাম আৰু সি শব্দটো তোমাৰ পৰা আশা কৰা নাছিলো আৰু কথাতে কয় ন টকা পইচাৰে লাগতিয়াল সামগ্ৰী কিনিব পাৰি হিষ্ট্ৰাচাৰ নহয়। তাকে প্ৰমাণ কৰি দিলা তুমি। সচাকৈয়ে কৈছোঁ জতিন বৰাৰ কন্যাৰ পৰা এনেকুৱা কিবা আশা কৰা নাছিলো আমি।

01/11/2025

We Miss You Legend ❤️

Good morning everyone....
31/10/2025

Good morning everyone....

30/10/2025

দাদা কেৱল আমাৰ মানব সমাজৰ নাছিল উদাহৰণস্বৰূপে চাই লওক।


𝐗𝐨𝐩𝐮𝐧 𝐫𝐨𝐭𝐡𝐞𝐫𝐞 𝐮𝐫𝐢 𝐮𝐫𝐢 𝐣𝐚𝐦 𝐉𝐮𝐧𝐚𝐚𝐤𝐢𝐫 𝐛𝐚𝐭𝐞𝐫𝐞 𝐚𝐠𝐮𝐚𝐚𝐦 𝐉𝐮𝐧 𝐭𝐨𝐫𝐚𝐫𝐞 𝐭𝐮𝐦𝐚𝐤 𝐱𝐮𝐧 𝐮𝐦𝐨𝐥𝐚𝐚𝐦 𝐀𝐚𝐤𝐚𝐚𝐱𝐨𝐫 𝐦𝐚𝐲𝐚𝐫𝐞 𝐧𝐢𝐬𝐮𝐤𝐚𝐚𝐦 ✍️
30/10/2025

𝐗𝐨𝐩𝐮𝐧 𝐫𝐨𝐭𝐡𝐞𝐫𝐞 𝐮𝐫𝐢 𝐮𝐫𝐢 𝐣𝐚𝐦 𝐉𝐮𝐧𝐚𝐚𝐤𝐢𝐫 𝐛𝐚𝐭𝐞𝐫𝐞 𝐚𝐠𝐮𝐚𝐚𝐦 𝐉𝐮𝐧 𝐭𝐨𝐫𝐚𝐫𝐞 𝐭𝐮𝐦𝐚𝐤 𝐱𝐮𝐧 𝐮𝐦𝐨𝐥𝐚𝐚𝐦 𝐀𝐚𝐤𝐚𝐚𝐱𝐨𝐫 𝐦𝐚𝐲𝐚𝐫𝐞 𝐧𝐢𝐬𝐮𝐤𝐚𝐚𝐦 ✍️

24/10/2025

এনেকৈ কেতিয়াওঁ শুনিবলৈ নাপাওঁ বুলি কথাটো ভাবিয়েই বুকু খন কপি যায় ঔ ককাই। তোৰ অবিহনে সকলো আধৰুৱা। অসমত মাথোঁ ৩১ লাখ মানুহে ফেচবুক ব্যৱহাৰ কৰে নি বাৰু কিয়নো ইমান হেমাহি লিখক প্ৰতিদিনে এবাৰকৈ জুবিনদাৰ বাবে সম্পূৰ্ণ ন্যায় নোপোৱালৈকে।

23/10/2025

জুবিনদাৰ সৈতে এটা সৰু সাক্ষাৎকাৰ, জীৱনত পাহৰিব নোৱাৰা অভিজ্ঞতা মোৰ বাবে।

21/10/2025

এগৰাকী পত্নীৰ কিমান ধৈৰ্য আৰু গুণ থাকিব পাৰে, গৰিমা শইকীয়া গাৰ্গে প্ৰমাণ কৰি দেখুৱালে। দাদাৰ ন্যায়ৰ বাবে আৰু কিমান দিনলৈ অপেক্ষা কৰিব লাগিব বৌৰ লগতে অসমবাসীয়ে। ন্যায় নোপোৱালৈকে আমি আমাৰ অসমীয়াৰ ধৰ্ম বুলি প্ৰতিদিনে লিখিম আৰু আপোনালোকক যোৰ কৰিম লিখক ৰাইজ সকল। 🙏




20/10/2025

এইয়াই আমাৰ সমাজ ব্যৱস্থা আৰু এইয়াই আমাৰ ন্যায় বিচাৰা প্ৰক্ৰিয়া।

20/10/2025

আপোনাৰ সৈতে আমি অসমবাসী আছিলোঁ, আছোঁ আৰু সদায় থাকিম। বৰ্তমান সময়ত আমাৰ অসমত ৰ বাহিৰে অন্য কোনো বিষয়ে স্থান নাপাওঁক, আলোচনা-সমালোচনা নহওঁক। ন্যায় প্ৰক্ৰিয়াটো চলি আছে, ফলাফল নহালৈকে অন্য বিষয় এটাই যাতে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো তল পেলাব নোৱাৰে তাৰ প্ৰতি ৰাইজ সজাগ হৈ থাকিব লাগিব। এই মূহুৰ্তত কেৱল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত দিয়ক। গৰিমা শইকীয়া গাৰ্গৰ আহ্বান, অনুৰোধ ৰক্ষা কৰি -
"আপোনালোকে সদায় লিখিব।

তুমি বিহীন আজি আমি এটা মাহ পাৰ কৰিলোঁ।
19/10/2025

তুমি বিহীন আজি আমি এটা মাহ পাৰ কৰিলোঁ।

Address

Bogolijan
North Lakhimpur
787031

Alerts

Be the first to know and let us send you an email when Moina Q Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Moina Q Entertainment:

Share