Boikunthaprince মুক্ত কন্ঠ

Boikunthaprince মুক্ত কন্ঠ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Boikunthaprince মুক্ত কন্ঠ, North Lakhimpur.
(4)

Hello everyone ❤️✋👌  #নদীআৰুনাৰীজাগ্ৰতশক্তিঅসম  ুক্তকন্ঠ
15/07/2025

Hello everyone ❤️✋👌

#নদীআৰুনাৰীজাগ্ৰতশক্তিঅসম
ুক্তকন্ঠ

15/07/2025

#নদীআৰুনাৰীজাগ্ৰতশক্তি

15/07/2025

যিকোনো সংগ্ৰাম অকলেই আৰম্ভ হয় সেইয়া ব্যক্তিগত হওক সেইয়া ৰাজহুৱা হওক। সত্য ৰ জয় হবলৈ সময় লাগে কিন্তু এদিন হব। #নদীআৰুনাৰীজাগ্ৰতশক্তিঅসম আজি অসমৰ ভিন্ন জিলাত হল। আমি এদিন জয় হম কিন্তু সময় লাগিব। আমাক কোনোবাই কয় আমাৰ কাম নাই। এক বছৰত আমি যি খিনি সফলতা পাইছোঁ তাৰ বাবে অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ। সংগ্ৰাম খন আৰম্ভ কৰিছোঁ যেতিয়া এৰি দিয়া নহব এদিন হলেও জয় ভালকৈ হম সময় লাগিব। আমাৰ সৈতে আহক আপুনি ও জড়িত হওক একে লগে কাম কৰোঁ---- জয় আই অসম বৰপেটা বজালী জিলা সমিতি ৰ প্ৰতিষ্ঠা দিৱস ত উপস্থিত থাকি সৈনিক সকলৰ লগত কিছু আলোচনা ত মিলিত হওঁ💝
#নদীআৰুনাৰীজাগ্ৰতশক্তিঅসম
#সদৌঅসমএকত্ৰিতযুৱপৰিষদ
ুক্তকন্ঠ

জয় আই অসম  ুক্তকন্ঠ #নদীআৰুনাৰীজাগ্ৰতশক্তি
14/07/2025

জয় আই অসম

ুক্তকন্ঠ
#নদীআৰুনাৰীজাগ্ৰতশক্তি

14/07/2025

মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম আপোনালোকে চিন্তা নকৰিব । আপোনালোকৰ কষ্ট বোৰ দেখি মই কষ্ট পাইছোঁ। অতি সোনকালে মুখ্যমন্ত্ৰী ৰ লগত কথা হৈ আপোনালোকক লগ কৰাই আপোনালোকৰ দাবী সমূহ পুৰণ কৰাত চেষ্টা কৰিম বুলি কয় সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া ই। জয় নদী আৰু নাৰী জাগ্ৰত শক্তি অসম।

#নদীআৰুনাৰীজাগ্ৰতশক্তি ুক্তকন্ঠ

 #নদীআৰুনাৰীজাগ্ৰতশক্তি
13/07/2025

#নদীআৰুনাৰীজাগ্ৰতশক্তি

12/07/2025

নিজৰ সন্তান ৰ কথা চিন্তা নকৰি অবৈধ প্ৰেম কৰি নিজৰ সন্তান ক দেউতাক ৰ মৰমৰ পৰা বঞ্চিত কৰা সকলে এবাৰ ভাবিব-- বুলি আশা ৰাখিলো। কৃষ্ণ

ুক্তকন্ঠ #নদীআৰুনাৰীজাগ্ৰতশক্তি

11/07/2025
11/07/2025

কেতিয়াবা কষ্ট পাওঁ১৩ জুলাই ত আহি আছো বৰপেটা বজালী ৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ সভা লৈ --লগ পাম. #নদীআৰুনাৰীজাগ্ৰতশক্তি ুক্তকন্ঠ #

আমাক এখন সমাজ লাগে যি খন সমাজত আমি ভাল কৈ থাকিব পাৰো।  জীৱনত টকা পইচা পাৱাৰ আজি আছে কালি নাই।  আজি দিনত মানুহে কোনেও কাৰ...
10/07/2025

আমাক এখন সমাজ লাগে যি খন সমাজত আমি ভাল কৈ থাকিব পাৰো। জীৱনত টকা পইচা পাৱাৰ আজি আছে কালি নাই। আজি দিনত মানুহে কোনেও কাৰো কথা নাভাবে। যি মন তাকে কৰিব। আমি সকলোৰে কথা ভাবিব লাগিব। আমাৰ কথাই কোনোবা সঁচা মানুহৰ মনত আঘাত দিলে বৰ কষ্ট হব। মোৰ বন্ধু বান্ধৱী বেছি নালাগে কম কৈ থাককএকো আপত্তি নাই কিন্তু ভাল কেইজনমান থাকক যাতে তেওঁ লোকৰ লিখা / videos এ জৰিয়তে সাহস পাওঁ। মোৰ শ*ত্ৰু জনকো ভগৱানে ভালে ৰাখক আৰু বন্ধু জনকো ভালে ৰাখক। বেয়া কাৰো চিন্তা কৰা নাই বাবে আজি ও ধুনীয়া কৈ চলি আছোঁ। সকলোৰে মংগল কামনা কৰো। আমাক এখন সুস্থ সমাজ লাগে।

Address

North Lakhimpur

Telephone

+919365680056

Website

Alerts

Be the first to know and let us send you an email when Boikunthaprince মুক্ত কন্ঠ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Boikunthaprince মুক্ত কন্ঠ:

Share