Dipali Bania page

Dipali Bania page Digital creator
dipali.bania...

সু প্ৰভাত ,সকলোৰে দিনটোৰ মঙ্গলময় হোৱাৰ কামনা কৰিলোঁ !
26/10/2025

সু প্ৰভাত ,সকলোৰে দিনটোৰ মঙ্গলময় হোৱাৰ কামনা কৰিলোঁ !

শুভ সন্ধ্যা জনালোঁ ।
25/10/2025

শুভ সন্ধ্যা জনালোঁ ।

শ্ৰীকৃষ্ণই কৈছে যেতিয়া মন অস্থিৰ হয় ধৰ্য্য হেৰুৱাব নালাগে ।কৰ্ম কৰি যাব লাগে ফল প্ৰাপ্তি ঈশ্বৰে নিদ্ধাৰণ কৰিব ।জীয়াই থকা...
25/10/2025

শ্ৰীকৃষ্ণই কৈছে যেতিয়া মন অস্থিৰ হয় ধৰ্য্য হেৰুৱাব নালাগে ।কৰ্ম কৰি যাব লাগে ফল প্ৰাপ্তি ঈশ্বৰে নিদ্ধাৰণ কৰিব ।জীয়াই থকাৰ সকলোতকৈ ডাঙৰ কথা ধৰ্য্য ,বুদ্ধি,বিশ্বাস আৰু সাহস ।মুখত হাহিঁ এটা লৈ দিনটোৰ আৰম্ভণি কৰা ভগৱন্তই সফল সমাপ্তিৰ নিশ্চিতভাৱে কৰিব!
সুপ্ৰভাত ।সকলোৰে দিনটোৰ সুন্দৰ সফল হওঁক!

দৈনন্দিন জীৱনত আজৰি সময়বোৰত এখন কিতাপৰ সমান কোনো বিশ্বাসী আৰু জ্ঞানী বন্ধু হ'ব নোৱাঁৰে!কিতাপৰ অধ্যয়নে বিভিন্ন নজনা কথাৰ ...
24/10/2025

দৈনন্দিন জীৱনত আজৰি সময়বোৰত এখন কিতাপৰ সমান কোনো বিশ্বাসী আৰু জ্ঞানী বন্ধু হ'ব নোৱাঁৰে!কিতাপৰ অধ্যয়নে বিভিন্ন নজনা কথাৰ সম্ভাৰ শিকোৱাৰ লগতে লিখক সকলে জীৱনত পোৱা ঘাট প্ৰতিঘাটৰ নানা অভিজ্ঞতাৰে যিবোৰ সমাধানৰ উপায় জ্ঞাত কৰে তাৰ পৰা শুকাই লেৰেলি যাবধৰা মনুষ্যৰও জীৱনৰ জীপ পাই সতেজ হ'ব পাৰে!
সকলোলৈকে সন্ধ্যাৰ ওলগ জনাই আমি কিতাপ পঢ়াৰ অভ্যাসটো ঘৰখনত সকলোৱে আগৰদৰে সন্তানৰ সন্মুখত পঢ়াৰ পৰিবেশ গঢ় দিব পাৰিলে ভৱিষ্যত প্ৰজন্ম সুস্থ ,সৎ চিন্তাৰে আগুৱাই যাব বুলি অনুভৱ কৰোঁ !

24/10/2025

ভগৱান শ্ৰী কৃষ্ণই কৈছে যিটো হৈ গৈছে সেইয়া পাৰ হৈ গৈছে ।অহা দিনবোৰ ভাল কৰিবলৈ মনত বিশ্বাস ৰাখিব লাগিব ।আত্মবিশ্বাস ধৰ্য্যৰ শক্তি ।গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি বৰ্তমান আগবাঢ়ি গলে সফলতা নিশ্চিত!
সকলোলৈকে পুৱাৰ সম্ভাষণ জনাই দিনটোৰ সুন্দৰ সফল হোৱাৰ কামনা কৰিলোঁ 🌹🌅


Good night 💤
23/10/2025

Good night 💤

Good evening.
23/10/2025

Good evening.

সু প্ৰভাত ।  সকলোৰে দিনটোৰ শুভ হওঁক!
23/10/2025

সু প্ৰভাত ।
সকলোৰে দিনটোৰ শুভ হওঁক!

সুপ্ৰভাত ।   সকলোৰে দিনটোৰ সুন্দৰ আৰু সফল হওঁক যেন 🌹
22/10/2025

সুপ্ৰভাত ।
সকলোৰে দিনটোৰ সুন্দৰ আৰু সফল হওঁক যেন 🌹

এটা যুগৰ আগৰ ফটো এখন পাই মনটো সেই দিনটোলৈ ওভতি গৈছে ।বৰ সুন্দৰ আছিল দিনবোৰ ,মনবোৰ ।এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি আটা...
21/10/2025

এটা যুগৰ আগৰ ফটো এখন পাই মনটো সেই দিনটোলৈ ওভতি গৈছে ।বৰ সুন্দৰ আছিল দিনবোৰ ,মনবোৰ ।এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি আটাইকেইজনীয়ে প্ৰস্তুত হৈ ঘৰৰ সন্মুখত ফটো উঠিছিলোঁ ।ভাল লাগিছে ।ফটো বোৰ আৰু সময়বোৰ এনেদৰেই ফটো বা ভিডিঅ’ কৰি ধৰি ৰাখিব লাগে! সময়ৰ লগত বহুতো আন্তৰিকতাৰ মুহুৰ্তও শেষ যায় ।কিন্তু ফটো বা ভিডিঅ’বোৰ ৰাখিথলে স্মৃতিবোৰ সোঁৱৰণ কৰিব পাৰি!

Address

North Lakhimpur
784165

Website

Alerts

Be the first to know and let us send you an email when Dipali Bania page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share