প্ৰান্তিকা ই-কাব্যালোচনী

  • Home
  • প্ৰান্তিকা ই-কাব্যালোচনী

প্ৰান্তিকা ই-কাব্যালোচনী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from প্ৰান্তিকা ই-কাব্যালোচনী, Magazine, .

কবিতা প্ৰেৰণ কৰে যেন...
22/09/2025

কবিতা প্ৰেৰণ কৰে যেন...

"জন্মনা জায়তে মৃতম" জন্মিলে এদিন মৃত্যু নিশ্চিত। এই চিৰন্তন সত্য বাক্য শাৰীৰ মাজতো আমাক এনে কিছু মহান লোকৰ মহাপ্ৰয়াণৰ ...
20/09/2025

"জন্মনা জায়তে মৃতম" জন্মিলে এদিন মৃত্যু নিশ্চিত। এই চিৰন্তন সত্য বাক্য শাৰীৰ মাজতো আমাক এনে কিছু মহান লোকৰ মহাপ্ৰয়াণৰ বাৰ্তায়ে মনত বহুত দুখ দিয়ে। এক দুৰ্ঘটনাত পতিত হৈ আই অসমীৰ কোলাত জন্মা জুবিন গাৰ্গে আমাক এৰি বৈকুণ্ঠ অভিমুখে গমন কৰিলে। এগৰাকী গীতিকাৰ, কবি, অভিনেতাক হেৰুৱাই অসম তথা ভাৰতবৰ্ষত আজি কান্দোনৰ ৰোল। এই দুখৰ সময়ত প্ৰান্তিকা ই-কাব্যালোচনীৰ পৰিয়ালৰ তৰফৰ পৰা আমাৰ সকলোৰে প্ৰিয় মহান শিল্পী জনাৰ বৈকুণ্ঠগামী পবিত্ৰ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ চৰণত সেৱা জনাইছোঁ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গ, শুভাকাংক্ষী সকলোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

19/02/2025
03/02/2025
নমস্কাৰ,পোহৰৰ উৎসৱ দীপান্বিতা ও কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।আজিৰ এই শুভ ক্ষণতপ্ৰকাশ পালে লখিমপুৰ, বিহপুৰীয...
31/10/2024

নমস্কাৰ,
পোহৰৰ উৎসৱ
দীপান্বিতা ও কালী
পূজাৰ আন্তৰিক শুভেচ্ছা
জ্ঞাপন কৰিলোঁ।
আজিৰ এই শুভ ক্ষণত
প্ৰকাশ পালে
লখিমপুৰ, বিহপুৰীয়াৰ
পৰা প্ৰকাশিত
আপোনালোকৰ
প্ৰিয় অসমীয়া
ই-কাব্যালোচনী
প্ৰান্তিকাৰ সপ্তম বৰ্ষৰ
দ্বিতীয় সংখ্যাটি।
(৩১ অক্টোবৰ, ২০২৪)
আলোচনীখন পঢ়িবলৈ
তলৰ লিংকটোত
ক্লিক কৰে যেন।

http://prantikamagazine.blogspot.com/2024/10/blog-post.html

সেৱাৰে ,
ৰাণাদ্বীপ কৌশিক
( মুখ্য সম্পাদক )
ময়ুৰী গোস্বামী
( সম্পাদিকা )
প্ৰান্তিকা ই-কাব্যালোচনী।

বিঃদ্ৰঃ- গুগল মিট মাধ্যমেৰে উন্মোচন কৰা হয়।

সোনকালেই প্ৰেৰণ কৰক...
29/08/2024

সোনকালেই প্ৰেৰণ কৰক...

ৰঙালী বিহুৰ শুভেচ্ছাৰে...
13/04/2024

ৰঙালী বিহুৰ শুভেচ্ছাৰে...

নমস্কাৰ,প্ৰকাশ পালে লখিমপুৰৰ পৰা প্ৰকাশিত আপোনালোকৰ প্ৰিয় অসমীয়া ই-কাব্যালোচনী প্ৰান্তিকাৰ সপ্তম বৰ্ষৰ প্ৰথম সংখ্যাটি। (...
01/01/2024

নমস্কাৰ,

প্ৰকাশ পালে লখিমপুৰৰ
পৰা প্ৰকাশিত আপোনালোকৰ
প্ৰিয় অসমীয়া ই-কাব্যালোচনী
প্ৰান্তিকাৰ সপ্তম বৰ্ষৰ প্ৰথম সংখ্যাটি।
(১ জানুৱাৰী , ২০২৪)
আলোচনীখন পঢ়িবলৈ তলৰ
লিংকটোত ক্লিক কৰক।
⬇️
https://prantikamagazine.blogspot.com/2023/12/blog-post_31.html?m=1

উন্মোচনৰ স্থানঃ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সভাকক্ষ ( পুৰণি অসামৰিক চিকিৎসালয় ) লখিমপুৰ।
উন্মোচকঃ মিনু দাস।

সেৱাৰে ,
ৰাণাদ্বীপ কৌশিক
( মুখ্য সম্পাদক )
ময়ুৰী গোস্বামী
( সম্পাদিকা )
প্ৰান্তিকা ই-কাব্যালোচনী।

লেখা প্ৰেৰণৰ বাবে অনুৰোধ জনালোঁ...
27/11/2023

লেখা প্ৰেৰণৰ বাবে অনুৰোধ জনালোঁ...

সোণালী অসমৰ প্ৰতিখন জিলাৰে পৰা একোজনকৈ প্ৰান্তিকাৰ "সাহিত্য বন্ধু" বিচৰা হৈছে। আগ্ৰহী সকলেতেওঁলোকৰ নিজৰ নাম ও সম্পূৰ্ণ ঠ...
26/09/2023

সোণালী অসমৰ প্ৰতিখন জিলাৰে পৰা একোজনকৈ প্ৰান্তিকাৰ "সাহিত্য বন্ধু" বিচৰা হৈছে। আগ্ৰহী সকলে
তেওঁলোকৰ নিজৰ নাম ও সম্পূৰ্ণ ঠিকনাসহ‌ ৯৮৫৯৩২২৯১০ বাৰ্তা প্ৰেৰণ কৰে যেন।

শিক্ষক দিৱসৰ শুভকামনা...
05/09/2023

শিক্ষক দিৱসৰ শুভকামনা...

Address


Alerts

Be the first to know and let us send you an email when প্ৰান্তিকা ই-কাব্যালোচনী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to প্ৰান্তিকা ই-কাব্যালোচনী:

  • Want your business to be the top-listed Media Company?

Share