জনহিতৈষী পুথিভঁৰাল

জনহিতৈষী পুথিভঁৰাল “কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে’’ ।
- জুবিন গাৰ্গ

জনহিতৈষী পুথিভঁৰাল হৈছে -
কিতাপ পঢ়াৰ অভ্যাস গঢ়া,
কিতাপক জনপ্ৰিয় কৰা,
নতুন পাঠক সৃষ্টি কৰা ।

30/10/2025

জুবিন ক্ষেত্ৰত চাধা টেমা দিয়াতকৈ জুবিনে ভাল পোৱা কিতাপ এখন দিয়ক।

“জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা’’লৈ গ্ৰন্থ সংগ্ৰহ ।
30/10/2025

“জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা’’লৈ গ্ৰন্থ সংগ্ৰহ ।

বিশিষ্ট কন্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ চাদুল্লাৰ মৃত্যুৰ খবৰে আমাৰ সকলোকে মৰ্মাহত কৰিছে । তেখেতৰ মৃত্যুত অসমীয়া জাতি...
30/10/2025

বিশিষ্ট কন্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ চাদুল্লাৰ মৃত্যুৰ খবৰে আমাৰ সকলোকে মৰ্মাহত কৰিছে । তেখেতৰ মৃত্যুত অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি । শোক প্ৰকাশ কৰিছোঁ ।

30/10/2025

লখিমপুৰস্থিত হাৰমতী জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী দীক্ষা বৰাই ৭ ডিচেম্বৰত লখিমপুৰৰ আজাদত পোনপ্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব লগা “জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা’’লৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰিছে । তেখেতৰ এই বাৰ্তাই আমাৰ সকলোকে উৎসাহিত কৰিছে । আমি তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।

বিনামূলীয়া গ্ৰন্থমেলালৈ গ্ৰন্থদান কৰিবলৈ আগ্ৰহী লোকে ৯৫৭৭৫৮৮৫১৫ নম্বৰত ফোন কৰিব ।

29/10/2025

“জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা’’ৰ বাবে আমি ১০ হাজাৰ কিতাপ সংগ্ৰহৰ লক্ষ্য আগত লৈ কাম কৰি আছোঁ । অসমত বিনামূলীয়া গ্ৰন্থমেলা পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব । এয়া অত্যন্ত ভাল আৰু আশাৰ খবৰ । বিনামূলীয়া গ্ৰন্থমেলা অনুষ্ঠিত কৰাটো বৰ সহজ কাম নহয়, তথাপিও আমি অহৰহ প্ৰচেষ্টা চলাই আছোঁ ।

১০ হাজাৰ কিতাপ হ'বলৈ এতিয়াও বহু কিতাপ প্ৰয়োজন । আমি আশাবাদী, আমাক সকলোৱে সহযোগিতা কৰিব । আশাকৰো, ৰাজ্য চৰকাৰ আৰু লখিমপুৰৰ জিলা প্ৰশাসনে আমাক সাহস আৰু অনুপ্ৰেৰণা দিব ।

29/10/2025

29/10/2025

মই নিজাকৈ হ'লেও এখন গ্ৰন্থমেলা পাতিম ।
- জুবিন গাৰ্গ

29/10/2025

“মই নিজাকৈ হ'লেও এখন গ্ৰন্থমেলা পাতিম ।’’
- জুবিন গাৰ্গ

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when জনহিতৈষী পুথিভঁৰাল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share