Ziaul Ali shaikh

Ziaul Ali shaikh Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ziaul Ali shaikh, News & Media Website, lakhimpur, North Lakhimpur.

05/04/2025

লখিমপুৰত ভয়ানক ধুমুহা-বৰষুণ। ঠায়ে-ঠায়ে ব্যাহত যাতায়ত। লালুক-বিহপুৰীয়া সংযোগী পথত গছ, বিদ্যুতৰ খুঁটা পৰি আৱদ্ধ শ-শ বাহন। কথমপি ৰক্ষা পৰিছে এজন বাহন চালকৰ।

31/03/2025

পবিত্ৰ ঈদ উল ফিটৰ উপলক্ষে লখিমপুৰৰ মৈদমীয়াৰ ৰাজপথত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত ঈদৰ উপহাৰ প্ৰদান কৰিলে লখিমপুৰৰ মৈদমীয়াৰ সমাজকৰ্মী ,বিশিষ্ট ব্যৱসায়ী তথা হজী আলহাজ ঈচাদ হুছেইনৰ লগতে পৰিয়ালে ।।

31/03/2025

লখিমপুৰৰ বিভিন্ন প্ৰান্তত সমান্তৰালভাৱে কদম টেঙাবস্তিৰ লগতে টাউন কেন্দ্ৰীয় ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল ফিটৰৰ নামাজ সম্পন্ন ।

14/03/2025

ছিয়াজুলী চাহ বাগিছাত ফাকুৱা উৎসৱ উদযাপন।

12/03/2025

লখিমপুৰ চৰাইমৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। i20 বাহনে পিছফালৰ পৰা খুন্দিয়ালে স্কুটিত। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী দুই ছাত্ৰীৰ লগতে বাহনৰ চালক।

11/03/2025

গোসাঁইগাঁৱত দুৰ্ঘটনাত পতিত হোৱা ঝাড়ু ভৰ্তি ট্ৰাকৰ পৰা ঝাড়ু সংগ্রহত নামি পৰিল স্থানীয় লোক।

11/03/2025

ঢকুৱাখনাৰ বাসুদেৱ থান বাটচ'ৰা তিনিআলিত ভয়‌ংকৰ অগ্নিকাণ্ড।অগ্নিকাণ্ডত ভস্মীভূত হয় ৫ খনকৈও অধিক দোকান সহ আবাসগৃহ ।।

08/03/2025

লখিমপুৰৰ কদম টেঙাবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা,
এখন বাহনৰ ভূলৰ বাবে চাৰিখন কৈ বাহন দুৰ্ঘটনাগ্ৰস্ত হয় ।
কদমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাত শিশুসহ আহত হয় চাৰিজনকৈ লোক।
AS01DW8010 গাড়ী খনৰ ভূলৰ বাবে সংঘটিত হয় এই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্ৰত্যক্ষদৰ্শী লোকৰ ।
বগীনদী দিশৰ পৰা গৈ বাহনৰ সৈতে লখিমপুৰ সদৰ দিশৰ পৰা আহি থকা বাহনৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাটোত পুনৰ বিপৰীত দিশৰ পৰা দুখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।।

06/03/2025

বগীনদীৰ গাগলডুবিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোত থিতাতে নিহত লখিমপুৰ দৌলতপুৰৰ হেদাইতুল ইছলাম নামৰ যুৱক।
বগীনদী দিশৰ পৰা লখিমপুৰ সদৰ দিশে বাইকেৰে গৈ থকা যুৱকজন গাগলডুবিৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কেকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক সাৱটি লয়।

25/02/2025

উমৰাহ হজ্ব কৰিবলৈ গৈ মক্কাত নিৰুদ্দেশ লখিমপুৰৰ এগৰাকী মহিলা ।
পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ ।

09/02/2025

লখিমপুৰৰ দাৰুল উলুম আদৰ্শ দ্বীনি ইছলামীয়া মাদ্ৰাছাত অনুষ্ঠিত হয় বছৰেকীয়া পৰীক্ষা ।

Address

Lakhimpur
North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Ziaul Ali shaikh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share