PRAG TODAY

PRAG TODAY শ্ৰেষ্ঠ নহয় সৰ্বশ্ৰেষ্ঠ

27/07/2025

তাঁতিবাহাৰ ৰেল ষ্টেচনত সন্দেহজনক সামগ্ৰীসহ এজনক আটক নাৰায়ণপুৰ আৰক্ষীৰ।

20/07/2025

অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ আৰ্থিক সাহাৰ্য আৰু অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগমৰ দ্বাৰা ৰূপায়িত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৱাসিক গৃহৰ শুভ উদ্বোধন

17/07/2025

আজিৰে পৰা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰাংগনত নৃত্যাঞ্জলি সংগীত বিদ্যালয়ৰ উদ্যোগত ৭ দিনীয়াকৈ আৰম্ভ হৈছে কেমেৰা আৰু মঞ্চ অভিনয়ৰ লগতে মেক-আপ শিল্পৰ কৰ্মশালা।

16/07/2025

নাৰায়ণপুৰত হোটেল নাহৰত দিনজোৰা কাৰ্যসূচীৰে প্ৰাইজমানি দবা প্ৰতিযোগিতা

16/07/2025

জনপ্ৰিয় শীৰ্ষত থকা অসমীয়া চিনেমা ৰুদ্ৰ চলি থকাৰ মাজতে নাৰায়ণপুৰৰ চিনেমাহলত উপস্থিত হ'ল অভিনেতা ৰবি শৰ্মা।

15/07/2025

বান্দৰদেৱাত উত্তপ্ত পৰিস্থিতি। অৰুণাচল প্ৰদেশত দুই যুৱকৰ হত্যাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। অৰুণাচললৈ যোৱা আটাইকেইটা পথ অনিৰ্দিষ্ট কাললৈ বন্ধ।

15/07/2025

উৎকত গৰমে দহিছে সমগ্ৰ ৰাজ্য। একে সময়তে বিদ্যুতৰ সঘন লুকাভাকুৱে অতিস্থ কৰিছে সাধাৰণ জনতাক।নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ সোনাজুলিত বিদ্যুত বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সচেতন যুৱ উন্নয়ন মঞ্চৰ

15/07/2025

পথাৰত চিৰাল ফাট।এজাক বৰষুণৰ আশাত নাৰায়ণপুৰত আয়োজন কৰিলে ভেকুলীৰ বিয়া ।

14/07/2025

বিশ্বনাথৰ সদ্যপ্ৰাক্তন আয়ুক্তৰ বিৰুদ্ধে জাঙুৰখাই উঠিছে গোৰ্খা ছাত্ৰ সন্থা।খিলঞ্জীয়া গোর্খা সম্প্ৰদায়ৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী লক্ষীমপুৰ জিলা গোর্খা ছাত্ৰ সন্থাৰ সভাপতি যুৱৰাজ কটোৱালৰ।

12/07/2025

"তিনি দিনৰ আগে আমি তেওঁক জনাইছিলোঁ ,আজি আমি চিকিৎসাৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ" ।
বিহপুৰীয়া সমষ্টিৰ পথালিপাহাৰৰ দূৰাৰোগ্য ৰোগত আক্ৰান্ত প্ৰদীপ বৰাৰ সমস্ত চিকিৎসাৰ দায়িত্ব ল'লে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্যই

11/07/2025

বিহপুৰীয়া সমষ্টিৰ পঠালিপাহাৰ পঞ্চায়তৰ ভোগপুৰৰ টিপলিংৰ পৰা মটীয়া চমুৱা , পঠালিপাহাৰ সংযোগী জৰাজীৰ্ণ পথচোৱা ৰাইজৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰিবৰ বাবে আৰ্থিক অনুদান আগবঢ়ালে যুৱ নেতা ৰঞ্জিত ভট্টাচাৰ্যই । হাতে কামে লাগি স্থানীয় ৰাইজে নিৰ্মাণ কৰি উলিয়ালে পথটি ।

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when PRAG TODAY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share