Kanka Nath

Kanka Nath Believeing is achieveing ❤️🔥

জয় ভোলানাথ 🙏🔱🕉️
নাৰায়ণৎ নমস্কৃত্য সৰঞ্চৈব নৰোত্তমৎ
দেবীৎ সৰস্বতীঞ্চৈব ততো জয়মুদীবয়েৎ

17/10/2024

অতীতৰ স্মৃতি💙😍

কাতি বিহু বুলি ক'লেই সৰুতে ভাল লাগিছিল মনটো..! ৰাতিপুৱাই মুখ নোধোৱাকৈয়ে তুলসী পুলি বিচাৰি বিচাৰি গাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰ পাইছিলোঁ..! ভালতকৈ ভাল তুলসী পুলিটো আনি বোকা মাটিৰে ধুনীয়াকৈ ভেটি বনাইছিলোঁ..! তাত শেৱালি ফুল আৰু ৰং গুৰি সিঁচি দিছিলোঁ ভেটিটো ধুনীয়া দেখিবলৈ..! বিহু গোটেই দিনটো পুলিটো বনাওঁতে গৈছিল..! আৰু আজি কাতি বিহুত শুৱাৰ পৰা উঠিছোঁ ৮তাত তুলসী পুলি বিচৰা সলনি ফেচবুকত আছোঁ..! সচাই সময়ৰ লগত বহুত সলনি হলো শৈশৱৰ স্মৃতিবোৰ চকুত ভাঁহি আহিল..! কিমান মধুৰ আছিল সেইবোৰ দিন..! এতিয়া গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ আহিব চিঞৰি চিঞৰি গাব তুলসী তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে..!

✒️ Kanka Nath

- Beat AUS by 6 wickets.- Beat AFG by 8 wickets.- Beat PAK by 7 wickets.- Beat BAN by 7 wickets.- Beat NZ by 4 wickets.-...
16/11/2023

- Beat AUS by 6 wickets.
- Beat AFG by 8 wickets.
- Beat PAK by 7 wickets.
- Beat BAN by 7 wickets.
- Beat NZ by 4 wickets.
- Beat ENG by 100 runs.
- Beat SL by 300 runs.
- Beat SA by 243 runs.
- Beat NED by 160 runs.
- Beat NZ by 70 runs in Semis.

India is the best team in the World. 🔥

03/10/2023

যিটো যুগত গিৰিয়েকক কাটি ফ্ৰিজত সুমুৱাই থয়, যিটো যুগত বন্ধুৱে বন্ধুৰ মাংস ৰান্ধি খায়, যিটো যুগত বাপেকে নিজ ছোৱালীক ধৰ্ষন কৰাৰ আগত এবাৰ ভাবি নাচায়... তেনে এটা যুগত জন্ম দিয়া মাক জনীক খাব নাপাই মৰিব দিয়াটোনো কি ডাঙৰ কথা..! বুকুখন মোচৰ খাই উঠে কোনোবাখিনিত কথাবোৰ দেখি শুনি, তথাপিও মগজুটোৱে যেন কয়, একো আচৰিত কথা নহয়, আৰু বহুত এনেকুৱা মানুহ ৰসাতলে যোৱা কথা আহি আছে, শুনিবলৈ নিজক সাজু ক'ৰ..!
😑

09/06/2023

কোনে সুখী হ'ব নিবিচাৰে..? কোনে আনন্দিত হ’ব নিবিচাৰে..? হয়, বিচাৰি নোযোৱা দুই এজনো আছে..! পাগল হৈ পৰিছে

সুখ সকলোৰে লক্ষ্য আমি হৃদয় আৰু আত্মাৰে বিচাৰো সকলোৱে আনন্দ বিচাৰে, কোনোৱে কষ্ট নিবিচাৰে কোনেও ক্ষতি নিবিচাৰে, সকলোৱে লাভ বিচাৰে..!
🦋💖

I have reached 100 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉
26/04/2023

I have reached 100 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

26/12/2022

When you completely trust a person without any doubt,
you'll finally get one of two results
•A person for life
•A lesson for life
♥️🌻

মই নাজানো মই ক'লৈ গৈ আছো, কিন্তু মই মোৰ পথত আছোঁ..! Let me take a selfie. ♥️😎
04/12/2022

মই নাজানো মই ক'লৈ গৈ আছো, কিন্তু মই মোৰ পথত আছোঁ..! Let me take a selfie.
♥️😎

04/12/2022

যিজন মানুহ কাৰোবাৰ বাবে পাগল, এদিন তেওঁৰ সকলো পাগলামি বন্ধ হৈ যাব...! এজন ব্যক্তি যি এক মুহূৰ্তৰ বাবেও এজন ব্যক্তিৰ অবিহনে থাকিব নোৱাৰে তেওঁ এৰি গ'লে মৰি নাযাব...! আজি যিজনে কাৰোবাক সস্তীয়া বুলি ভাবি অৱহেলা কৰিছে, এটাৰ পিছত আনটো প্ৰেমৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে আৰু মুখ লুকুৱাই ৰাখিছে, তেওঁ এদিন তেওঁক পাহৰি যাব, তেওঁ অতি নিষ্ঠুৰভাৱে সলনি হ'ব...! দৰাচলতে, আমি জানিব লাগিব যে এজন ব্যক্তিক কিমান priority দিয়া হয়, যদি তেওঁ ভাল পায়, তেন্তে তেওঁক কেতিয়াও এৰি দিয়া নহ'ব...! পৃথিৱীৰ সকলোবোৰ বেইমানী, কিন্তু সময়ে আপোনাক কেতিয়াও বেইমানী নকৰে...! সময়ে এদিন কাক বিচাৰি থাকোঁতে কাক হেৰুৱাইছে সেইয়া সঠিকভাৱে বুজাই দিব...!
♥️🙂

03/12/2022

এনেকুৱা নহয় যে তোমাক ভাল নালাগে, ভাল লাগে কিন্তু ভাল লগা সকলো পাবলৈ কপাল লাগে..!
🙂🌻

08/11/2022

অভিমানবোৰ শব্দৰে হ'ব লাগে হৃদয়ৰ পৰা নহয়, সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে শব্দৰে নহয়..!
💞

💙🌻
09/10/2022

💙🌻

30/09/2022

উকা কাগজৰ দৰে জীৱনত তাইয়েই মোক প্ৰেমত কবিতা লিখিবলৈ শিকাইছিল..! আৰু আজি মোৰ এই জীৱন-কাব্য তাই থাকিও তাইহীন হৈ পৰিল..! যি এসময়ত মোৰ পৰা শূণ্যতাক আঁতৰাইছিল, আজি তাইয়েই মোৰ জীৱনক শূণ্য সজাই দিলে..!
😊

Address

Orang

Website

Alerts

Be the first to know and let us send you an email when Kanka Nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share