Jyotish Sharma

Jyotish Sharma Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jyotish Sharma, Video Creator, Patacharkuchi.

••মোৰ সৰু সপোনৰ পৃথিৱী পৃষ্ঠালৈ আপোনাক স্বাগতম 🥰 💚❤️••
Page খন Follow কৰি আপুনিও মোৰ সৰু সপোনৰ অংশীদাৰ হৈ পৰক।

Youtube ▶️ https://www.youtube.com/joystalk16

Insta 🆔 : Joy._16._

CM Sir we request you for re- post mortem.
22/09/2025

CM Sir
we request you for re- post mortem.

কি ব্যৱস্থা কৰা যায় এই ইংৰাজে এৰি যোৱা অবৈধ গৰাকীক??Himanta Biswa Sarma please sir do something so that never dare to t...
21/09/2025

কি ব্যৱস্থা কৰা যায় এই ইংৰাজে এৰি যোৱা অবৈধ গৰাকীক??

Himanta Biswa Sarma please sir do something so that never dare to talk about like this way.

21/09/2025

এইবাৰ প্ৰথমবাৰৰ বাবে এনেকুৱা হল যে জুবিন দাই আমাৰ কথা নুশুনিলে 😑🖤

#জুবিনগাৰ্গ

I wish the News would not be true and the legend heartthrob Zubeen Da would remain alive...!!!!Assam's heartthrob Zubeen...
19/09/2025

I wish the News would not be true and the legend heartthrob Zubeen Da would remain alive...!!!!

Assam's heartthrob Zubeen Garg passes away in a hospital in Singapore. According to sources, the singer reportedly fell into the sea during an activity between 12:30 PM and 1 PM. Further details on the incident are awaited.

Garg was in Singapore to attend and perform at the Northeast India Festival.

Creativity is the divine spark; Vishwakarma gifts us the flame." "The hands that construct today shape the tomorrow of t...
17/09/2025

Creativity is the divine spark; Vishwakarma gifts us the flame." "The hands that construct today shape the tomorrow of the future."

#

Goodmorning everyone....Refresh RelaxRelief
13/09/2025

Goodmorning everyone....

Refresh
Relax
Relief

13/09/2025

Hi everyone! 🌟 You can support me by sending Stars – they help me earn money to keep making content that you love.

Whenever you see the Stars icon, you can send me Stars.

28/03/2025

প্ৰতিমাহে ফেচবুকৰ পৰা ৫০,০০০/- কেনেকৈ উপাৰ্জন কৰিব পাৰি জানো আহক৷ প্ৰতিটো লাইন মন দি পঢ়িব যদি সঁচাই পইছা ঘটিব বিছাৰে।

ফেচবুক আইডি এটা Professional Mode On কৰাৰ লগে লগে ডিজিটেল মুড লৈ পৰিবৰ্তন হয় । মানে আপোনাৰ আইডিখন পেইজলৈ ৰূপান্তৰ হয় । যেতিয়া Page লৈ কনভাৰ্ট হব তেতিয়া ফেচবুকে আপোনাক কিছুমান Task দিব ।সেইবোৰ আপোনাৰ পূৰণ কৰিব লাগিব ।

Task বোৰ এনেদৰে হ'বঃ
২০ জন নতুন ফলোৱাৰ বনোৱা
২৫ টা কমেন্ট লিপ্লাই কৰা
ফেচবুক আইডিৰ ইনচাইট ভিজিট কৰা
৭ টা পাবলিক ৰিল এৰা

আৰু বহুতো আছে । মই উল্লেখ কৰা নাই এইবোৰ কৰাৰ পিছত আপোনাক ৩ লেবেল পাৰ কৰা বুলি দেখুৱাব আৰু আপুনাৰ প্ৰফাইল Earning ৰ বাবে উপযুক্ত হৈছে বুলি দেখুৱাব । তাৰ পিছত আহিব সপ্তাহিক চেলেন্জ। মানে প্ৰতি সপ্তাহত আপোনাক এনেদৰে চেলেন্জ দি যাব আৰু আপুনি সেইবোৰ পূৰন কৰিব লাগিব ।পুৰণ কৰিলে আপোনাক এটা এটাকৈ Achievment পোৱা বুলি দেখুৱাব। আৰু যদি পূৰণ কৰিব নোৱাৰে আপুনি যিমান ষ্টেপ গৈছিলে তাৰ পৰা এটা ষ্টেপ নমাই দিব আকৌ সেইখন পূৰাব নোৱাৰিলে আকৌ এটা ষ্টেপ নমাই দিব। এইখিনি লৈকে ঠিকেই আছিল ইয়াৰ পিছত আহিব Meta varified কৰিবলৈ দিব যিটো ১৪ দিন বিনামূলীয়া বুলি কব তাৰ পিছত সেইখনত ৬০০ টকা মাহে আপুনাক ফেচবুকক দিব লাগিব । সেইখন কৰিলে আপোনাৰ প্ৰফাইলৰ ওচৰত এটা নীলা ৰঙৰ ☑️ আহিব।

ইয়াৰ মাজতে আকৌ আপোনাক ষ্টাৰ গোটাবলৈ কব । প্ৰথমে আপোনাক ১ টা ষ্টাৰ লবলৈ কব তাৰ পিছত ১০০ ষ্টাৰ লবলৈ কব । এতিয়া কথা হল ষ্টাৰতো আপুনাক ফেচবুকে নিদিয়ে তাৰ বাবে আপুনাৰ বন্ধু বান্ধবীয়ে ষ্টাৰ কিনিব লাগিব । যেতিয়া ষ্টাৰ কিনিবলৈ যাব Phone pay, Google pay ব্যবহাৰ কৰিব আৰু তাৰ মাধ্যমৰে ফেচবুকক পইছা দিব। এই ষ্টাৰৰ পইছা ফেচবুকে পাব । এটা ষ্টাৰ প্ৰথমতে ১ টকা দেখাব পিছত ২ টকাকৈ কিনিব । ২ টকাকৈ এটা ষ্টাৰ কটাৰ পিছত যাক আপুনি দিব তেও তাৰ পৰা ০.৫ পইছা হে পাব ।বাকী ১ টকা ৯৫ পইছা ফেচবুকে লব । আৰু শুনিব আকৌ ষ্টাৰবোৰ ২৫ ডলাৰ হলেহে উঠাব পাৰিব ।কিছুমান আইডিত আকৌ ১০০ ডলাৰ কৰি থৈ দিয়ে ।
কোনোবা ব্যক্তিয়ে আপোনাক ষ্টাৰ দিছে মানে তেওৰো আপোনাৰ পৰা ষ্টাৰ পোৱাৰ আশা ৰাখিছে । নহলে এবাৰ দুবাৰ ষ্টাৰ দি চাব পিছত আৰু নিদিয়ে। ইয়াৰ মাজত ব্যক্তিজনে ষ্টাৰ খুজিব নোৱাৰিব পলিচি লগাই দিব ফেচবুকে সেই ব্যক্তিৰ আইডিত । যিয়ে খুজিব তেওৰো প্ৰবলেম হব। এতিয়া মূল কথাটো হল সেই ব্যক্তিজনক ষ্টাৰ দিবলৈ আপোনাৰো মন যাব কাৰণ ব্যক্তিজনে আপোনাক সহায় কৰিলে এতিয়া আপুনিও কৰিব । এইটো কৰিবলৈ যাওতে আপোনিও ষ্টাৰ কিনি ফেচবুকক দিব পইচা। গতিকে ফেচবুকে আপোনাৰ আৰু আপোনাৰ বন্ধু দুয়োজনৰ পৰা টকা আদায় কৰিলে । এতিয়া ভাবক ফেচবুকে আপোনাক পইছা দিছেনে ।‌ নে আপুনি ফেচবুকক দিছে।

ইয়াৰ পিছত Subcription বুলি এটা Monitization tool দিব । যিটোৰ অৰ্থ কোনোবাই আপোনাক Subscribe কৰিব লাগিব । আৰু যিয়ে কৰে তাৰ আইডিৰ পৰা মাহে ৮৯ টকাকৈ কাটিব ফেছবুকে । তাৰে ৫০% হে আপুনি পাব বাকী ফেচবুকে লব । আৰু যিয়ে Subscribe কৰিব এইটো অট ৰিনুৱেল হব । প্ৰতি মাহে মাহে কাটি থাকিব । এতিয়া কথা হল কোনোবাই আপোনাক ৮৯ টকা মাহে মাহে কিয় দিব । আকৌ সেইটো পূৰন কৰিব নোৱাৰিলে আপোনাক এটা ষ্টেপ তললৈ নমাই দিব । কম পইছাটো ৮৯ হয় কিন্ত ইয়াৰ ওপৰৰটো৪০০ টকা + আছে ।
ইয়াৰ পৰা ফেচবুকে পইছা দিছে নে নিছে নিজে ভাবি চাব ।

ইয়াৰ পিছত ফেচবুকে আপোনাক Ads on Reels মনিটাইজেশন দিব । তাৰ বাবে ৫০০০ ফলোৱাৰ লাগিব আৰু ৬০০০০ হাজাৰ ভিউ লাগিব মানে আপোনাৰ ভিডিঅত ৬০০০০ হাজাৰ সময় খৰছ হব লাগিব । তেতিয়া আপুনি এই টুলটো পাব । ৬০০০০ মিনিট পাবলৈ আপোনাৰ ৰিল ভাইৰেল হব লাগিব । ভাইৰেল কৰিবলৈ ফেচবুকে আপোনাক Sponsored Option দিব । এইটোৰ অৰ্থ এয়ে যে ফেচবুকে আপোনাৰ ৰিল কব ১০০০ ৰ পৰা ২৫০০ নতুন মানুহৰ তাত পঠাব তাৰ বাবে ফেচবুকক আপুনি ফেচবুকক সদায় ৮২ টকা দিব লাগিব। যিমানে মানুহ বেছি বিছাৰিব সিমানে টকা বেছিকৈ দিব লাগিব। আমি কিছুমান এনেকুৱা ফটো বা ৰিল পাও সেইবোৰ পষ্ট কৰা মানুহ আমাৰ ফেন্ড লিষ্ট বা ফলোৱাৰ নহয় কিন্ত সেইবোৰত চাব লাইক কমেন্ট বহুত বেছি আছে । তাত Sponsored বুলি লিখা আছে । সেইবোৰ পষ্ট তেওলোকে ফেচবুকক টকা দি ভাইৰেল কৰিছে। এতিয়া কব টকা আপোনি পাইছে নে দিছে।

আৰু Ads on Reels ৰ জৰিয়তে কিমান আয় কৰিব জানেনে? শুনক ১০০০ মানুহে আপোনাৰ ভিডিঅ চালে মাত্ৰ ১ চেন্ট দিয়ে । এতিয়া আপুনি ভাবিব ১ চেন্ট মানে কি ।
১. পইছা ২ পইচা তেনেকুৱা চেন্ট হয় । ভাৰতত যেনেকৈ পইছা লগ লাগি টকা হয় ঠিক তেনেদৰে চেন্ট লগ লাগি ডলাৰ হয় ।

এতিয়া আহো সময়ৰ কথা। আপোনাৰ ঘৰত জন্মদিন আছে , উৎসব আছে, বিয়া আছে , কৰবাত যাব লগা আছে , বাচন ধুব আছে ,কাপোৰ ধুব আছে , ভাত বনাব আছে।
অফিচ যাব আছে ...আৰু বিভিন্ন কামআছে সেইবোৰ কৰিলে নহব কাৰণ আপোনাৰ সপ্তাহিক চেলেন্জ পূৰ্ন হব লাগিব । আৰু পূৰ্ন কৰিবলৈ ফেচবুক কৰিব লাগিব ।

ইয়াৰ পিছত ফেচবুকে আপোনাক দিব Contents monitization কিন্ত এইয়া কেতিয়া দিব গেৰান্টি নাই । আৰু এইয়া জনপ্ৰিয় আইডিত হে দিব । এইটোৱেই একমাত্ৰ ৰাস্তা ফেছবুকে পইছা দিয়ে । কিন্ত তাৰ কোনো নিদিষ্ট সময় নাই । আপুনি ৫ বছৰ গলেও পাব পাৰে আকৌ নাপাবও পাৰে।

এইখিনিয়েই সমাপ্ত নহয় । ইয়াৰ মাজতে আছে কপিৰাইট । কাৰোবাৰ ফটো ভিডিঅ দিব নোৱাৰিব । ফটো দি গান লগাব নোৱাৰিব । নিজৰ ফটো দি গান লগাব নোৱাৰিব । বহুতো গান আছে আমি নাজানো কোনটোত কপিৰাইট আছে কোনটোত নাই।

বহুত দীঘলীয়া লিখনি হৈ গল । যদি পঢ়িছে কমেন্ট এটা কৰি নিজৰ মতামত জনাব । মই ৰিজাৰ্চ কৰি পালো যে এইয়া এক ব্লু হোৱেল গেইমৰ নিছিনা হৈ আছে ।

এতিয়া সিদ্ধান্ত আপোনাৰ, ফেচবুকৰ পৰা উপাৰ্জন কৰিব নে নকৰে৷ মোৰ মতে সদায় সদায় কণ্টেণ্ট মণিটাইজেচন বিচাৰি হাবাথুৰি খোৱাতকৈ ঘৰৰ কাম বনত মন দিয়ক। সহজে টকা ঘটাৰ সপোন বাদ দিয়ক।

(সংগ্ৰহ কৰা হৈছে...)

16/02/2025

মানস ৰাষ্ট্ৰীয় উদ্যানৰ কিছু মনোৰঞ্জনৰ দৃশ্য আৰু লগতে gypsee safari উপভোগ কৰিলোঁ নতুন বছৰৰ আৰম্ভণি হিচাপে।

Page খন follow কৰিবলৈ নাপাহৰিব 🙏🤗



Visited Manash National Park last month as new year begins. We had a Gypsy safari of around 3 hours. Some glimpses of our happy journey I have delivered to you. Hope you all will love it.🤗❤️

Don't forget to follow my page🙏🤗

03/02/2025

"চিৰ চেনেহী মোৰ ভাষা জননী" জয়তু ৭৭তম পাঠশালা সাহিত্য সভা 🙏

#পাঠশালা HIGH LIGHT

12/12/2024
08/12/2024

মোৰ স্কুলৰ (নিউ ভিজন স্কুল) ১০তম্ প্ৰতিষ্ঠা বাৰ্ষিকী উপলক্ষে আমি এক সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছিলোঁ যত আমি অসমৰ ভিন্ন জাতি জনজাতিৰ কৃষ্টি কলাসমূহৰ কিছুসংখ্যক উপস্থাপনৰ এক প্ৰয়াস কৰিছিলোঁ। এই চেগতে অভিভাৱক তথা শুভাকাংক্ষী সকলক তেওঁলোকৰ বহুমূলীয়া সময়কন দিয়াৰ বাবে শলাগ লৈছোঁ।

We have organised a Cultural Relly on an account of 10th Foundation Day of New Vision School. We tried to put on view the different traditions of various tribes and community of Assam in this relly.

We are so glade to all respected parents, gaurdians and upholders.

Address

Patacharkuchi

Alerts

Be the first to know and let us send you an email when Jyotish Sharma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jyotish Sharma:

Share

Category