Assam15

Assam15 Assam15 is an electronic media network that provides latest news and updates from Assam and all acro
(1)

14/03/2025

বজালীত সুৰামত্ত যুৱকৰ উদ্ভণ্ডালি চুবুৰিৰ মহিলাক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ প্ৰাঞ্জল মালাকৰৰ বিৰুদ্ধে
assam 15

14/03/2025

অৰুণোদয় আচঁনি পৰা বঞ্চিত মহিলা পালেগৈ আৰক্ষী থানা
assam 15

14/03/2025

# বজালীৰ কঠালমূৰীঘাটত বাঘমাৰা আৰক্ষীৰ অভিযান ।

# আৰক্ষীৰ তালাচীত গাঞ্জাসহ আটক দুজন গাঞ্জা সৰবৰাহকাৰী ।
assam 15

14/03/2025

বজালীত অৰুণোদয় আচনি পৰা বঞ্চিত মহিলাৰ বিক্ষোভ
assam 15

08/03/2025

উন্নয়নৰ ধ্বজা উৰুৱা বিজেপি চৰকাৰৰ দিনত বজালীত এটি পথৰ দুৰৱস্থা।

বজালীৰ ভৱানীপুৰৰ এটি পথে জ্বলা-কলা খুৱাইছে ৰাইজক।
assam 15

06/03/2025

বজালীৰ সৰুপেটাত উৰণীয়া সেঁতুৰ ভূমি অধিগ্ৰহণক লৈ ব্যাপক খেলিমেলিৰ অভিযোগ ||
চৰকাৰী মাটি বঞ্চিত কৰি ম্যাদী মাটিত জোখ মাখ কৰাক লৈ প্ৰতিক্ৰিয়া স্হানীয় ৰাইজৰ ||
assam 15

06/03/2025

পৰিবহন বিভাগক বজালী - বৰপেটাত 60 কৌটি কৰ সংগ্ৰহৰ নিৰ্দেশ l
সেই অনুসাৰে এতিয়া ৰাজপথৰ পৰা গাৱে ভূঞে নামি পৰিছে পৰিবহন বিভাগ l ASSAM 15

05/03/2025

বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী দূৰ্নীতি নিবাৰক শাখাৰ অভিযান

ঘোচ লোৱাৰ অপৰাধত এগৰাকী সহকাৰী আয়ুক্তক গ্ৰেপ্তাৰ ||
ASSAM 15

05/03/2025
05/03/2025

ৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহত আজি দ্বিতীয় দিনাও অচলা অৱস্থা।
ASSAM 15

02/03/2025

বজালীত হব বিনামূলীয়া APSC প্ৰশিক্ষণ কেন্দ্ৰ৷৷ বজালী য়ুথ ক্লাৱৰ সংবাদমেল৷ বজালী য়ুথ ক্লাৱৰ সভাপতি ৰাহুল পাটগিৰিৰ সংবাদমেল৷৷assam 15

02/03/2025

অসমত বিৰোধী দল সমূহে ঐক্যবদ্ধ ভাবে নিৰ্বাচনত অৱতীৰ্ণ হব নোৱাৰে বুলি বৰপেটাত মন্তব্য কৰে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে।
assam 15

02/03/2025

বজালীৰ কঁহৰাৰ এগৰাকী কণমাণি যুবতী
assam 15

01/03/2025

বজালীত আনন্দপুৰত শিৱ পূজাৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজতে ভয়াবহ মাৰপিটৰ ঘটনা।
assam 15

01/03/2025

ওঠ ফটা আৰু তালু ফটা শিশু সকলৰ বাবে হাঁহিৰ বতৰা লৈ বৰপেটা লৈ আহিল স্মাইল ট্ৰেইন। assam 15

28/02/2025

🔵এডভান্টেজ আছামৰ জৰিয়তে এদিন অসমে ভাৰতক অৰিহনা যোগাব।

🔵অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আগন্তুক ২০৩০ চনত অসমত ৩.o অনুষ্ঠিত হব।

28/02/2025

বজালীৰ পাঠশালাৰ সুন্দৰপুৰ ১০ নং বাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড
assam 15

Address


Telephone

+917002573725

Website

Alerts

Be the first to know and let us send you an email when Assam15 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam15:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share