Jyotish Sharma

Jyotish Sharma Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jyotish Sharma, Video Creator, Patacharkuchi.

••মোৰ সৰু সপোনৰ পৃথিৱী পৃষ্ঠালৈ আপোনাক স্বাগতম 🥰 💚❤️••
Page খন Follow কৰি আপুনিও মোৰ সৰু সপোনৰ অংশীদাৰ হৈ পৰক।

Youtube ▶️ https://www.youtube.com/joystalk16

Insta 🆔 : Joy._16._

16/10/2025

゚viralシfypシ゚

14/10/2025

এয়া আজিৰ ভাৰত:

য'ত -------

১/ দেশদ্ৰোহীয়ে ভাৰতত মুক্তভাৱে বাস কৰে।

২/ সংখ্যালঘুৱে সংখ্যাগৰিষ্ঠক অত্যাচাৰ কৰে।

৩/ ছুটী নোহোৱাকৈ সীমান্তত সৈনিকৰ মৃত্যু হয়।কিন্তু জেলৰ পৰা ওলাই অপৰাধীয়ে পেৰ’ল উপভোগ কৰে।

৪/ দুৰ্নীতিগ্ৰস্ত ব্যক্তি মুক্ত ভাৱে ঘূৰি ফুৰে; নিৰীহ জেলত পচি যায়।

৫/ মানৱ অধিকাৰ কৰ্মীসকলে সন্ত্ৰাসবাদীৰ বাবে কান্দে কিন্তু কেতিয়াও ভুক্তভোগীৰ বাবে নাকান্দে।

৬/ কংগ্ৰেছে পাকিস্তানৰ সৈতে আলোচনাত বহিছে আৰু ভাৰতৰ বিৰুদ্ধে যুঁজ দিয়ে।

৭/ ইয়াত সন্ত্ৰাসবাদীক সন্মান কৰা হয় আৰু ৰাষ্ট্ৰীয়তাবাদীক গালি-গালাজ কৰা হয়।

৮/ অনুপ্ৰৱেশকাৰীয়ে ঘৰতে ৰেচন কাৰ্ড পায়; দেশৰ নাগৰিকে অন্তহীন সংগ্ৰাম কৰে।

৯/ অশিক্ষিতসকল শিক্ষামন্ত্ৰী হয়।

১০/ ভগত সিঙক সন্ত্ৰাসবাদী বুলি কোৱা হয় আৰু আক্ৰমণকাৰীক মহান ৰজা বুলি কোৱা হয়।

এয়াই তিতা সত্য।
এয়াই শেষ সময় সকিয়নী।

#জয়হিন্দু। Kaushik Ballav Choudhury

14/10/2025

If she invests nothing in the relationship.

A real woman builds with her man. She gives, supports, and contributes emotionally and mentally.

If she only takes and never gives — she’s not your woman, she’s a leech.

27/09/2025

প্ৰশ্ন????? অকল ৰাইজক ৰঙা চকু দেখুওৱাবলৈ হে পুলিচ নেকি?? যদি সাহস আছে শ্যামকানু , সিদ্ধাৰ্থ হতক arrest কৰি চোঁচৰাই লৈ আনক।🙏

#জয়জুবিনদা

CM Sir we request you for re- post mortem.
22/09/2025

CM Sir
we request you for re- post mortem.

কি ব্যৱস্থা কৰা যায় এই ইংৰাজে এৰি যোৱা অবৈধ গৰাকীক??Himanta Biswa Sarma please sir do something so that never dare to t...
21/09/2025

কি ব্যৱস্থা কৰা যায় এই ইংৰাজে এৰি যোৱা অবৈধ গৰাকীক??

Himanta Biswa Sarma please sir do something so that never dare to talk about like this way.

21/09/2025

এইবাৰ প্ৰথমবাৰৰ বাবে এনেকুৱা হল যে জুবিন দাই আমাৰ কথা নুশুনিলে 😑🖤

#জুবিনগাৰ্গ

I wish the News would not be true and the legend heartthrob Zubeen Da would remain alive...!!!!Assam's heartthrob Zubeen...
19/09/2025

I wish the News would not be true and the legend heartthrob Zubeen Da would remain alive...!!!!

Assam's heartthrob Zubeen Garg passes away in a hospital in Singapore. According to sources, the singer reportedly fell into the sea during an activity between 12:30 PM and 1 PM. Further details on the incident are awaited.

Garg was in Singapore to attend and perform at the Northeast India Festival.

Address

Patacharkuchi

Alerts

Be the first to know and let us send you an email when Jyotish Sharma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jyotish Sharma:

Share

Category