Jalil Khan/जलिल खान

Jalil Khan/जलिल खान Former Head Teacher, DAG High School; Sc.Teacher, Bhella A Eng. Medium School; Writer of News Papers.

03/10/2025

অভিযুক্ত শ্যামকানু, সিদ্ধাৰ্থ ও অন্যান্য অভিযুক্ত সকলৰ জবানবন্দী BNSS ৰ 183 ধাৰামতে আদালতত লিপিবদ্ধ নকৰোৱাই গৰিমাৰ জবানবন্দী লিপিবদ্ধ কৰি অপৰাধী সকলক দোষমুক্ত কৰিব বিচাৰিছে নেকি?

জুবিন গাৰ্গ আৰু নাই ।ছিংগাপুৰত স্কুবা ড্ৰাইভিঙত সাগৰত পৰি মৃত্যু জুবিন গাৰ্গৰ ।
19/09/2025

জুবিন গাৰ্গ আৰু নাই ।
ছিংগাপুৰত স্কুবা ড্ৰাইভিঙত সাগৰত পৰি মৃত্যু জুবিন গাৰ্গৰ ।

21/02/2025

#অপহৰণ #পাঁচ_কোটি_দাবী
ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কহৰাৰ চৈফৰ আলীক যোৱা পৰহি, বুধবাৰে অপহৰণ কৰি নিছিল যদিওঁ যোৱা ৰাতি দুটা মান বজাত চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ পৰা উদ্ধাৰ কৰে । অপহৰণ কৰা সকলে প্ৰথমতে পাঁচ কৌটি টকা দাবি কৰিছিল যদিওঁ পাছলৈ ৩০ লাখ টকাত মুকলি কৰি দিবলৈ মান্তি হৈছিল । চিৰাং আৰু বজালী জিলাৰ আৰক্ষীয মিলি অপহৰণত জৰিত থকা দুজনক গ্ৰেপ্তাৰ কৰিছে যদিওঁ বাকী সকলে আন্ধাৰৰ সুযোগ লৈ পলাই গৈছে । চৈফৰৰ স্কৰ্পিও গাড়ী খন আজি উদ্ধাৰ কৰিব বুলি বজালীৰ আৰক্ষী অধীক্ষকে আজি এক সংবাদমেলযোগে জনাইছে।

21/02/2025

#পাঁচ_কৌটি_দাবী
বজালী জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কহৰাৰ চৈফৰ আলী যোৱা পৰহি, বুধবাৰে অপহৃত হৈছিল যদিওঁ যোৱা ৰাতি দুটা মান বজাত চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ পৰা তেঁওক উদ্ধাৰ কৰে । অপহৰণ কৰা সকলে প্ৰথমতে পাঁচ কৌটি টকা দাবি কৰিছিল যদিওঁ পাছলৈ 30 লাখ টকাত মুকলি কৰি দিবলৈ মান্তি হৈছিল । চিৰাং আৰু বজালী জিলাৰ আৰক্ষীয়ে মিলি ইতিমধ্যে দুজন অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছে যদিওঁ বাকী সকলে আন্ধাৰৰ সুযোগ লৈ পলাই গৈছে । চৈফৰৰ স্কৰ্পিও গাড়ী খন আজি উদ্ধাৰ কৰিব বুলি বজালীৰ আৰক্ষী অধীক্ষকে আজি এক সংবাদমেলযোগে জনাইছে।

06/11/2024
01/11/2024
29/10/2024

attack... .. ..

11/09/2024

আৰক্ষী উপ পৰিদৰ্শকজনৰ ঘৰ বজালী আৰক্ষী জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ধুমাৰকুৰৰ ৰাজাখাট গাওঁত।

04/01/2024

Address

Khan Road, Katla Gaon, Bhawanipur, Bajali
Pathsala

Telephone

+919101965730

Website

Alerts

Be the first to know and let us send you an email when Jalil Khan/जलिल खान posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jalil Khan/जलिल खान:

Share

Category