Raha College

Raha College Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Raha College, Digital creator, Raha College, Raha.

ৰহা মহাবিদ্যালয়ৰ উপাধ্যক্ষ মৃদুল কুমাৰ শৰ্মাৰ যোৱা 30-09-25 তাৰিখে কৰ্ম জীৱনৰ সফল সামৰণি হয়। তেখেতক অভিনন্দন জনোৱাৰ উদ...
08/10/2025

ৰহা মহাবিদ্যালয়ৰ উপাধ্যক্ষ মৃদুল কুমাৰ শৰ্মাৰ যোৱা 30-09-25 তাৰিখে কৰ্ম জীৱনৰ সফল সামৰণি হয়। তেখেতক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আজি 08/10/25 তাৰিখে প্ৰথমে আয়োজিত ৰাজনীতি বিজ্ঞান বিভাগৰ অভিনন্দন অনুষ্ঠানত অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয় আৰু ইয়াৰ পিছত মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ দ্বাৰা আয়োজিত অভিনন্দন অনুষ্ঠানত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰি মৰিগাওৰ নিজা বাসগৃহত তেখেতৰ লগত গৈ সন্মান জনাই অহাৰ কিছু বিশেষ মূহুত...

Plantation Drive in connection with Seva Saptah' 2025 at Raha College. Programme inaugurated by Sri Sashi Kanta Das, Hon...
18/09/2025

Plantation Drive in connection with Seva Saptah' 2025 at Raha College. Programme inaugurated by Sri Sashi Kanta Das, Honourable MLA, Raha Constituency and Dr. Ankita Bora, Co - District Commissioner of Raha also participated in the Programe.

নবাগত আদৰণি সভা( ১৫ আৰু ১৬ ছেপ্টেম্বৰ,২০২৫) ৰ কেইটিমান দৃশ্য। সভাত মুখ্য অতিথি হিচাবে ৰহা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত...
16/09/2025

নবাগত আদৰণি সভা( ১৫ আৰু ১৬ ছেপ্টেম্বৰ,২০২৫) ৰ কেইটিমান দৃশ্য। সভাত মুখ্য অতিথি হিচাবে ৰহা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত শশীকান্ত দাস, নিৰ্দিষ্ট বক্তা হিচাবে ৰহা সমজিলা আয়ুক্ত ডঃ অংকিতা বৰা আৰু বন্তি প্ৰজ্বলক হিচাবে ৰহা খাদী বোৰ্ডৰ অধ্যক্ষ মাননীয় শ্ৰীযুত উৎপল হাজৰিকা উপস্থিত থাকে।

নবাগত আদৰণি সভা(১৫ আৰু ১৬ ছেপ্টেম্বৰ' ২০২৫)ৰ কেইটিমান মূহুৰ্ত, বিশিষ্ট অতিথি হিচাবে ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয...
16/09/2025

নবাগত আদৰণি সভা(১৫ আৰু ১৬ ছেপ্টেম্বৰ' ২০২৫)ৰ কেইটিমান মূহুৰ্ত, বিশিষ্ট অতিথি হিচাবে ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় শ্ৰীযুত শশীকান্ত দাস, নিদিষ্ট বক্তা হিচাবে ৰহা সমজিলা আয়ুক্ত ডঃ অংকিতা বৰা আৰু বন্তি প্ৰজ্বলক হিচাবে ৰহা খাদী বোৰ্ডৰ অধ্যক্ষ মাননীয় শ্ৰীযুত উৎপল হাজৰিকা উপস্থিত থাকে।

A lecture programme on the topic "Philosophy in Action: Swami Vivekananda's Sociological Vision Against Inequality" join...
13/09/2025

A lecture programme on the topic "Philosophy in Action: Swami Vivekananda's Sociological Vision Against Inequality" jointly organised by Department of Philosophy and Sociology in collaboration with IQAC, Raha College on 13- 09- 2025

নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত একেলগে ১৬,৭৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুধাকণ্ঠৰ 'মানুহে মানুহৰ বাবে' শীৰ্ষক ...
10/09/2025

নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত একেলগে ১৬,৭৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুধাকণ্ঠৰ 'মানুহে মানুহৰ বাবে' শীৰ্ষক গীতটি পৰিৱেশনেৰে অভিলেখ ৰচনা কৰিলে। ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনে এই বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছিল। ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ প্ৰতিনিধি সুনীতা কেডিয়াই Maximum pepole singing and clapping together to commemorate Dr. Bhupen Hazarika বিষয়ক ৰেকৰ্ডৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। ৰহা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো এই বিৰল মুহূৰ্তৰ সাক্ষী হয়।

হীৰক জয়ন্তী উদযাপনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনাৰ বাবে আজি ০৮-০৯-০২৫ তাৰিখে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ কেইটিমান মূহুত্ব
08/09/2025

হীৰক জয়ন্তী উদযাপনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনাৰ বাবে আজি ০৮-০৯-০২৫ তাৰিখে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ কেইটিমান মূহুত্ব

06/09/2025
An admission Awareness Programme was organized by the  Raha College Study Centre, KKHSOU on 06-09-2025 at Raha College. ...
06/09/2025

An admission Awareness Programme was organized by the Raha College Study Centre, KKHSOU on 06-09-2025 at Raha College. Prof. Rajendra Prasad Das, Vice Cencellor and Prof. Pranab Saikia, Dean of the Study Centres, KKHSOU, were present in the program.

মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডঃ বেদ কুমাৰ চলিহা দেৱে শিক্ষক দিৱস উপলক্ষে মহাবিদ্যালয় ৰ শিক্ষক - কৰ্মচাৰীসকলক শুভেচ্ছ...
05/09/2025

মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডঃ বেদ কুমাৰ চলিহা দেৱে শিক্ষক দিৱস উপলক্ষে মহাবিদ্যালয় ৰ শিক্ষক - কৰ্মচাৰীসকলক শুভেচ্ছা জনোৱাৰ কেইটিমান স্নেপচট

orientation Programme on how to use the Library organized by Central Library of Raha College on 03-09-2025
03/09/2025

orientation Programme on how to use the Library organized by Central Library of Raha College on 03-09-2025

Address

Raha College
Raha
782103

Alerts

Be the first to know and let us send you an email when Raha College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Raha College:

Share