Barnali deka

Barnali deka এই পেজটোত আপোনালোকে দেখিবলৈ পাব ব্লগ, কবিতা পাঠ, কাৰ্টুন ভিডিঅ ইত্যাদি�

01/08/2021

Jo dil me dimag na rkhta ho
Wo hota hai yaar❤️

Happy friendship day dosto❤️❤️

28/07/2021

দুখ বহুত লাগে, যেতিয়া বিশ্বাস কৰা মানুহখিনিয়ে মোক বাৰে বাৰে দুখ দিবলৈ চেষ্টা কৰে।

সময় পালে সকলোকে শুনি চাব চোন 😊

08/07/2021

*মোৰ পিতাই ঠেলা চলায় *❤️❤️।

এটি কবিতা আপোনালোকৰ বাবে 😍

শুনিবচোন আপোনালোকে আৰু আনকো শুনাব লগতে ভাল লাগিলে শ্বেয়াৰ কৰি দিব ❤️ আৰু পেজখন লাইক কৰিবলৈ নাপাহৰিব ❤️।

07/07/2021

সময়ৰ লগত মই উটি যাওঁ.. দুখ থাকিলেহে সুখৰ সমাগম হয় ❤️🥀.. দুখ মই মোৰ আপোন মানুহবোৰৰ পৰাই পাওঁ 💔

ভিডিঅটো চাই ভাল লাগিলে পেজখন like&follow কৰিব ❤️

05/07/2021

বাৰ্থডে পাৰ্টি।। ক'লা খুড়া

ভিডিঅটো চাই ভাল লাগিলে লগতে এনেধৰণৰ কমেডি ভিডিঅ পাই থাকিবলৈ পেজখন সকলোৱে লাইক আৰু follow কৰি আগুৱাই যোৱাত সহায় কৰিব ❤️❤️

02/07/2021

সুন্দৰ মাতত এটা সুন্দৰ আবৃত্তি।। অকণমান সময় উলিয়াই সকলোৱে শুনিব চোন ❤️।

01/07/2021

ধোচলা ছাৰৰ কবিতা 😜😂। ছাত্ৰৰ সাংঘাটিক ধৰণৰ কবিতা শুনি ছাৰৰ মূৰ ঘূৰিল😂😂।। assamese funny video

30/06/2021

Saints of two monkey's.. দুটা বান্দৰৰ সাধু।। অতিশয় লোভেনো কিনো কৰিব পাৰে চাওঁ আহকচোন ভিডিঅটো চাওঁ ।

29/06/2021

New page❤️
Please like this page
🙏🙏

Address

Rangia

Telephone

+18638312856

Website

Alerts

Be the first to know and let us send you an email when Barnali deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barnali deka:

Share

Category