Jïñtül

Jïñtül jintul Assam main account

29/06/2025
14/06/2025

09/06/2025
18/04/2025

Independence এক নতুন মিনাৰেল ৱাটাৰ  :-সম্প্ৰতি বজাৰত উপলব্ধ হৈছে ৰিলেয়েন্সৰ দ্বাৰা উৎপাদিত এক নতুন মিনাৰেল ৱাটাৰ Indepen...
05/04/2025

Independence এক নতুন মিনাৰেল ৱাটাৰ :-

সম্প্ৰতি বজাৰত উপলব্ধ হৈছে ৰিলেয়েন্সৰ দ্বাৰা উৎপাদিত এক নতুন মিনাৰেল ৱাটাৰ Independence .

প্ৰসংগটো এইবাবেই অনা হৈছে যে বজাৰত ৰিলায়েন্সে ৭৫০ মি.লি.ৰ পেকেটিং কৰি প্ৰত্যেকটো বটল ১০ টকা বজাৰ মূল্যত গ্ৰাহক ৰাইজলৈ এৰি দিছে ৷

ইয়াৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠা আমাৰ থলুৱা ব্যৱসায়ী সকল ভীষণ ক্ষতিগ্ৰস্ত হ'ব ৷ কিয়নো আমাৰ ব্যৱসায়ী সকলৰ দ্বাৰা উৎপাদিত ৫০০ মি. লি.ৰ মিনাৰেল ৱাটাৰৰ বটল এটাৰ দাম বজাৰত ১০ টকা ৷ কথাবিলাক সকলোৱে হৃদয়ংগম কৰা উচিত ৷

আৰু বটলতো জতে ততে পেলাই আমাক তলত কিয় পেলোৱা

এইখিনি আছিল কব লগা
জয় আই অসম

Address

Rangia

Alerts

Be the first to know and let us send you an email when Jïñtül posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share