ASSAM PATRIKA&ne⁷

ASSAM PATRIKA&ne⁷ 𝐀𝐒𝐒𝐀𝐌 𝐏𝐀𝐓𝐑𝐈𝐊𝐀&𝐧𝐞⁷ 𝐢𝐬 𝐍𝐨𝐫𝐭𝐡𝐞𝐚𝐬𝐭 𝐥𝐞𝐚𝐝𝐢𝐧𝐠 𝐍𝐞𝐰𝐬 𝐰𝐞𝐛𝐬𝐢𝐭𝐞 𝐚𝐧𝐝 𝐃𝐢𝐠𝐢𝐭𝐚𝐥 𝐦𝐞𝐝𝐢𝐚 .
সত্যৰ সন্ধানত/𝐒𝐨𝐦𝐞𝐭𝐡𝐢𝐧𝐠 𝐍𝐞𝐰

31/08/2026

অসহনীয়! মনৰ মানুহজনক কেতিয়াবা বিদায় জনাব পাৰিনে?সেই অভিশপ্ত দিনটোৰ কিছু দৃশ্য

📌নেপালৰ জলপ্ৰলয়ত সন্ধানহীন অসমৰ ১২জনকৈ লোক।
29/08/2026

📌নেপালৰ জলপ্ৰলয়ত সন্ধানহীন অসমৰ ১২জনকৈ লোক।

27/08/2026

📢অসহনীয়! মনৰ মানুহজনক কেতিয়াবা বিদায় জনাব পাৰিনে?সেই অভিশপ্ত দিনটোৰ কিছু দৃশ্য

📌অসমৰ মুখ্যমন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ মেঘালয়ৰ CMৰ📌মেঘালয়ৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বাৰ্তালাপ দুয়োৰে📌পৰিস্থিতিৰ বুজ ল...
20/08/2026

📌অসমৰ মুখ্যমন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ মেঘালয়ৰ CMৰ
📌মেঘালয়ৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বাৰ্তালাপ দুয়োৰে
📌পৰিস্থিতিৰ বুজ ল’বলৈ মন্ত্ৰী অতুল বৰাক নিৰ্দেশনা
📌স্বাভাৱিক অৱস্থা সুনিশ্চিত কৰিবলৈ ২ ৰাজ্যৰ আলোচনা
📌শান্তি,সম্প্ৰীতি,সংযম বজাই ৰাখিবলৈ আহ্বান নাগৰিকক

18/08/2026

শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰতে দুই শিক্ষকৰ তুমুল কাজিয়া!
ৰঙিয়াৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয় চৌহদৰ ভিতৰতে দুই অধ্যাপকৰ মাজত সৃষ্টি হোৱা এই কাজিয়াৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।

17/08/2026

নলবাৰীৰ ঘগ্ৰাপাৰত ভাৰতীয় জীৱন বীমাৰ প্ৰীমিয়াম পইন্ট মুকলি

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ কুন্দৰগাৱত মুকলি কৰা হয় প্ৰীমিয়াম পইন্টটো

নলবাৰী জিলাৰ জীৱন বীমাৰ Chairman Club Member নিকুঞ্জ লহকৰৰ তৎপৰতাত গঢ় লৈ উঠা প্ৰীমিয়াম পইন্টে গ্ৰাম‍্যাঞ্চলৰ ৰাইজক বহু পৰিমানে সকাহ দিব বুলি আশা কৰা হৈছে ।

16/08/2026

📢ছয়গাঁৱৰ মাকেলী কলহী নৈত সন্ধানহীন এজন ব্যক্তি।

📢ব্যক্তিজনৰ বিষয়ে এতিয়ালৈকে জানিব পৰা নাই।

গুৱাহাটীত সন্ধানহীন নলবাৰীৰ বড়িগাঁৱৰ খাতুন বিবি।পুত্ৰ মুকুট আলীৰ গৃহৰ পৰা ৰাতিপুৱা প্ৰায় ৬ বজাত ফুৰিবলৈ গৈ সন্ধানহীন।খ...
16/08/2026

গুৱাহাটীত সন্ধানহীন নলবাৰীৰ বড়িগাঁৱৰ খাতুন বিবি।

পুত্ৰ মুকুট আলীৰ গৃহৰ পৰা ৰাতিপুৱা প্ৰায় ৬ বজাত ফুৰিবলৈ গৈ সন্ধানহীন।

খাতুন বিবিক বিচাৰি নাপায় গুৱাহাটীৰ পুত্ৰৰ গৃহ আৰু বড়িগাঁৱৰ গৃহত কান্দোনৰ ৰোল।

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ অন্তৰ্গত বড়িগাঁৱৰ ৭০ বছৰীয়া খাতুন বিবি কিছুদিন আগত গুৱাহাটীৰ পুত্ৰৰ গৃহলৈ ফুৰিবলৈ গৈছিল। ধিৰেনপাৰা এল পি স্কুলৰ সমিপৰ পুত্ৰ মুকুট আলীৰ গৃহৰ পৰা আজি ৰবিবাৰে ৰাতিপুৱা প্ৰায় ৬ মান বজাত ফুৰিবলৈ গৈ সন্ধানহীন হয় মাতৃ খাতুন বিবি। পুত্ৰ মুকুট আলী আৰু পৰিয়ালে মাতৃক বিচাৰি নাপাই সমীপৰ আৰক্ষী থানাক অৱগত কৰে।মাতৃয়ে পিন্ধনত বগা চাদৰ পৰিধান কৰি আছিল। খাতুন বিবিক বিচাৰি নাপাই গুৱাহাটীৰ পুত্ৰৰ গৃহৰ লগতে বড়িগাঁৱৰ গৃহত কান্দোনৰ ৰোল উঠিছে। যদি কোনো সদাশয় লোকে মহিলাগৰাকীৰ সন্ধান লাভ কৰে তেন্তে আৰক্ষী নতুবা পৰিয়ালৰ 8099383977 নতুবা 8011244560এই দুটা নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে।

15/08/2026

📢সমাজকৰ্মী যুৱনেতা তথা বিজেপি কিষানমৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহ সদস্য পৰাগজ্যোতি চৌধুৰীৰ বাসভৱনত ৮০ সংখ্যাক স্বাধীনতা দিৱস উদযাপন৷

📢ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰি শিক্ষক বিনয় কৃষ্ণ শৰ্মাই৷

🚨 স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা
15/08/2026

🚨 স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা

Address

Rangia

Alerts

Be the first to know and let us send you an email when ASSAM PATRIKA&ne⁷ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASSAM PATRIKA&ne⁷:

Shortcuts

Share